ৰক্ষকেই ভক্ষকৰ ৰূপত। আৰক্ষী জোৱানৰ জঘন্য কাণ্ড। যৌতুক বিচাৰি পত্নীক বৰ্বৰ অত্যাচাৰ। ৪ বাৰ গৰ্ভপাত কৰোৱাৰ অভিযোগ।