মোদী চৰকাৰে ৰাজনৈতিক অস্ত্ৰ হিচাপে শেষত ব্যৱহাৰ কৰিলে cbiকো। কিন্তু cbiক স্বতন্ত্ৰ অধিকাৰ ওভতাই দিবলৈ এখন উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় বিজেপিক দিলে নিৰ্দেশ।