• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

1 year ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

29 minutes ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

1 hour ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

2 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

3 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

14 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

15 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

16 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

16 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

16 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

17 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

17 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

editor by editor
July 23, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

Unrecognizable Indian business person counting money in the office.

0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শ্বেয়াৰ মাৰ্কেট বা মিউচুৱেল ফাণ্ডচ মোটা টকা ৰিটাৰ্ণ পালেও তাত বিনিয়োগ কৰিবলৈ বহুজনেই ভয় কৰে৷ কাৰণ শ্বেয়াৰ মাৰ্কেট বা মিউছুৱেল ফাণ্ড সকলো সময়তেই মাৰ্কেট লিংক৷ বহুতেই বেছি ৰিটাৰ্ণৰ বাবে মিউচুৱেল ফাণ্ডত ধন ৰাখে যদিও বেছিসংখ্যকেই কিন্তু  নিশ্চিত ৰিটাৰ্ণক গুৰুত্ব দিহে ধন বিনিয়োগ কৰে৷ নিশ্চিত ৰিটাৰ্ণৰ কথা মানেই নিৰ্ভৰযোগ্য বিনিয়োগৰ স্থান হৈছে পোষ্ট অফিচ৷
বৰ্তমান সময়ত নিৰাপদ বিনিয়োগৰ স্থান বুলিলেই মনলৈ আহে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট বা আৰ ডি৷ নিয়মিতভাৱে কম পৰিমানে ধন বিনিয়োগ কৰিও ভৱিষ্যতে ভাল ৰিটাৰ্ণ পাব পৰা মাধ্যম হৈছে আৰ ডি স্কিম৷ যিসকলে মাহে মাহে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিব খোজে আৰু সুদ লাভ কৰিব খোজে তেওঁলোকৰ বাবে এই স্কিম আদৰ্শ স্কিম৷
পোষ্ট অফিচৰ আৰ ডি ৫ বছৰৰ বাবে হয়৷ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিলে নিৰ্ধাৰিত সুদৰ হাৰত ম্যাদৰ শেষত ভাল অংকৰ ৰিটাৰ্ণ পোৱা যায়৷ মাত্ৰ ১০০ টা প্ৰতিমাহে দি এই একাউণ্ট খুলিব পাৰে৷ ইয়াৰ পাছতেই আপুনি ২০০, ৩০০, ৫০০ লৈ এই অংক বঢ়াব পাৰে৷
বৰ্তমান পোষ্ট অফিচ আৰ ডি স্কিমে ৬.৭শতাংশ সুদ দিছে৷ আপুনি যদি এই স্কিমত প্ৰতি মাহে ৪২০০ টকাকৈ জমা কৰে তেন্তে ৬০ মাহৰ পাছত কিমাৰ টকা পাব? ৬.৭ শতাংশ সুদ হিচাপে ৬০ মাহত বিনিয়োগকাৰীয়ে লাভ কৰিব প্ৰায় ২,৯৯, ৭৩৬ টকা৷ আপুনি যিকোনো পোষ্ট অফিচলৈ গৈ IPPB (India Post Payments Bank) ৰ মাধ্যমেৰে একাউণ্ট খুলিব পাৰে৷ কে ৱাই চি অনুসৰি কিছু ডকুমেণ্টছ যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, ঠিকনাৰ প্ৰমাণ লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!
ভাৰত

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

August 12, 2026
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?
জীৱনশৈলী

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

August 12, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
Next Post
পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.