• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিজাৰিয়ানৰ কিমান দিনৰ পাছত আকৌ সন্তানৰ পৰিকল্পনা কৰিব? বিশেষজ্ঞই দিয়া এইকেইটা পৰামৰ্শ মানিবই

চিজাৰিয়ানৰ কিমান দিনৰ পাছত আকৌ সন্তানৰ পৰিকল্পনা কৰিব? বিশেষজ্ঞই দিয়া এইকেইটা পৰামৰ্শ মানিবই

3 years ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

3 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

4 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

4 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

6 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

7 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

7 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

8 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

9 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

9 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

10 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

চিজাৰিয়ানৰ কিমান দিনৰ পাছত আকৌ সন্তানৰ পৰিকল্পনা কৰিব? বিশেষজ্ঞই দিয়া এইকেইটা পৰামৰ্শ মানিবই

editor by editor
January 5, 2023
in গুৱাহাটী, জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
চিজাৰিয়ানৰ কিমান দিনৰ পাছত আকৌ সন্তানৰ পৰিকল্পনা কৰিব? বিশেষজ্ঞই দিয়া এইকেইটা পৰামৰ্শ মানিবই
0
SHARES
42.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজিৰ নাৰীয়ে প্ৰসব বেদনা সহাৰ সলনি চিজাৰিয়ানকেই আঁকোৱালী লৈছে৷ চিকিৎকেও সময় আৰু জটিলতাৰ কথা ভাৱিয়েই চিজাৰিয়ানকেই শ্ৰেয় বুলি উল্লেখ কৰে৷ ইয়াৰোপৰি বৰ্তমান প্ৰায়সংখ্যক যুৱতীয়েই পূৰ্বতকৈ বেছি বয়সত বিবাহৰ সম্পৰ্কত বান্ধ খাই৷ লগতে ডায়াবেটিছ, হাইপ্ৰেছাৰৰ দৰে সমস্যাতো প্ৰায়সংখ্যকেই আক্ৰান্ত৷ কেতিয়াবা আকৌ বহু দম্পত্তিয়ে দীৰ্ঘদিন ধৰি বন্ধ্যাত্বৰ সমস্যাৰ বাবে চিকিৎসা কৰি থাকে৷ তেনেদৰে চিকিৎসক তত্ত্বাৱধানত জন্ম হোৱা বেছিসংখ্যকেই চিজাৰিয়ান পদ্ধতিৰেই জন্ম হয়৷ এটা সন্তান চিজাৰিয়ান হোৱাৰ পাছত দ্বিতীয় সন্তান জন্ম দিবলৈ মাজত কিমান সময় ৰাখিব সেই সম্পৰ্কেও চিকিৎসকে দিছে বিশেষ পৰামৰ্শ৷

প্ৰথম চিজাৰিয়ানৰ পাছত কিমান দিন পাছত দ্বিতীয় সন্তানৰ পৰিকল্পনা কৰিব সেই সম্পৰ্কে চিকিৎসকে দিছে বিশেষ পৰামৰ্শ৷ এটা সন্তানৰ পৰা আনটো সন্তান চিজাৰিয়ান পদ্ধতিৰে জন্ম দিবলৈ হ’লে অন্তত দুবছৰ অপেক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়৷ ইয়াৰ কাৰণো প্ৰকাশ কৰিছে চিকিৎসকে৷ চিকিৎসকৰ মতে চিজাৰিয়ান কোনো সাধাৰণ অপাৰেশ্যন নহয়৷ পেটৰ ছাল, চৰ্বি, পেশী আদি ঢাপে ঢাপে কাটি জৰায়ুৰ একেবাৰে তলৰ অংশ কাটিহে সন্তান এটা বাহিৰলৈ ওলিয়াই অনা হয়৷ আকৌ কটা সকলো ঢাপ জোৰা লগালেহে অপাৰেশ্যনটো সমাপ্ত হয়৷ তেনেক্ষেত্ৰত এই লেয়াৰ বা ঢাপসমূহ শুকাওতে সময়ৰ প্ৰয়োজন৷ কিয়নো কটা অংশত প্ৰথমে তেজৰ চেকুৰা বান্ধে, প্ৰদাহ আৰম্ভ হয়, কোলাজেন উৎপন্ন হয়, টিছু ফাইব্ৰছিচ হোৱাৰ পাছতহে সকলো অংশ জোৰা লাগে৷ এই সম্পূৰ্ণ ঢাপসমূহ জোৰা লগাৰ পূৰ্বেই যদি পুনৰ সন্তান সম্ভৱা হয় সেয়া অতি বিপজ্জনক৷

জৰায়ু তথা পেটৰ এই কটা অংশসমূহ জোৰা লগাৰ পূৰ্বেই যদি পুনৰ সন্তান সম্ভৱা হয় তেন্তে বহুকেইটা বিপদৰ সন্মুখীন হ’ব পাৰে এগৰাকী মাতৃ৷ ভ্ৰুণটো বাঢ়ি অহাৰ লগে লগে জৰায়ুত চাপ পৰে৷ শেষৰফালে জৰায়ু ফাটি যোৱাৰো আশংকা থাকে৷ এনেদৰে ফাটি গ’লে ৰক্তক্ষৰণ হৈ মাতৃ আৰু শিশু দুয়োৰেই প্ৰাণৰ শংকা আহিব পাৰে৷

প্ৰত্যেকৰে ক্ষেত্ৰতেই এই সমস্যা হ’ব তেনে নহয়৷ প্ৰায় ০.২-৩.৮ শতাংশ লোকেহে এই সমস্যাৰ সন্মুখীন হয়৷ সেয়েহে চিকিৎসকে প্ৰথমটো সন্তানৰ পৰা দ্বিতীয়টো সন্তানৰ মাজত কমেও ২ বছৰ সময়ৰ ব্যৱধান ৰাখিবলৈ পৰামৰ্শ দিয়ে৷ এই পৰামৰ্শ নামানিলে কি কি সমস্যাৰ সন্মুখীন হ’ব?

অতিৰিক্ত ৰক্তপাতৰ ফলত তেজৰ প্ৰয়োজন হয়
জৰায়ুত সংক্ৰমনৰ আশংকা থাকে
চিজাৰিয়ান কৰিলে ব্লাডাৰৰ সমস্যা হ’ব পাৰে
অন্ত্ৰ আৰু ইউটেৰাছৰো ক্ষতি হোৱাৰ সম্ভাৱনা থাকে
ইনটেনছিভ কেয়াৰৰ প্ৰয়োজনৰ বাবে অত্যাধিক অৰ্থৰ প্ৰয়োজন হ’ব
বহু সময়ত প্লেছেণ্টা জৰায়ুৰ দেৱালত সমস্যাই দেখা দিয়ে, প্ৰস্ৰাৱ নলীত প্ৰভাৱ পৰিব পাৰে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
Next Post
শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?

শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?

দীপিকা-ৰণবীৰেও কৰিছে ফেমিলি প্লেনিং! নতুন বছৰতেই দীপিকা-ৰণবীৰেও দিব নেকি ভাল খবৰ?

দীপিকা-ৰণবীৰেও কৰিছে ফেমিলি প্লেনিং! নতুন বছৰতেই দীপিকা-ৰণবীৰেও দিব নেকি ভাল খবৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.