• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্তঃসত্ত্বা পত্নীক ঘৰত থৈ ২০০ নাৰীৰ সৈতে স্বামীৰ সম্পৰ্ক! স্বামীৰ পৰকীয়া কেনেকৈ ধৰা পেলালে পত্নীয়ে?

11 months ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

12 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

13 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

14 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

16 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

17 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অন্তঃসত্ত্বা পত্নীক ঘৰত থৈ ২০০ নাৰীৰ সৈতে স্বামীৰ সম্পৰ্ক! স্বামীৰ পৰকীয়া কেনেকৈ ধৰা পেলালে পত্নীয়ে?

অন্তঃসত্ত্বা পত্নীক ঘৰত থৈ ২০০ নাৰীৰ সৈতে স্বামীৰ সম্পৰ্ক! স্বামীৰ পৰকীয়া কেনেকৈ ধৰা পেলালে পত্নীয়ে?

editor by editor
March 24, 2025
in জীৱনশৈলী
0
অন্তঃসত্ত্বা পত্নীক ঘৰত থৈ ২০০ নাৰীৰ সৈতে স্বামীৰ সম্পৰ্ক! স্বামীৰ পৰকীয়া কেনেকৈ ধৰা পেলালে পত্নীয়ে?
0
SHARES
946
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইনেৰে চালে পৰকীয়া বহু দেশতেই অবৈধ নহয়৷ কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত পৰকীয়া মানেই বিশ্বাসঘাতকতা৷ তেনে এক ঘটনাৰ সাক্ষী হৈ ৰল চাৰা মেকলিন নামৰ এগৰাকী বিবাহিতা৷ হঠাৎ ছাৰাই জানিব পাৰে যে তেওঁৰ স্বামীয়ে বহু মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি আছে৷

ছাৰাই এই বিষয়ে সম্প্ৰতি সামাজিকমাধ্যমত জনাইছে নিজৰ অভিজ্ঞতাৰ কথা৷ ছাৰাৰ সেই জৱানবন্দী ভাইৰেল হৈছে নেটদুনীয়াত৷ ছাৰাই কৈছে, তেওঁ তেতিয়া ৩মহীয়া অন্তঃসত্ত্বা৷ হঠাৎ তেওঁৰ স্বামীয়ে কয় যে তেওঁ পিতৃ গৃহলৈ যাব৷ স্বামীয়ে এই অৱস্থাত তেওঁৰ যত্ন লোৱাৰ সলনি নিজেই পিতৃ গৃহলৈ যোৱাৰ বিষয়টোত তেওঁ আচৰিতো হয়৷ কিন্তু কিছুদিন পাছতেই ছাৰাই গম পায় যে তেওঁৰ স্বামী পিতৃগৃহলৈ যোৱা নাই৷ তাৰপৰিবৰ্তে তেওঁ এগৰাকী বান্ধবীৰ ঘৰত সময় কটাইছে৷ বিষয়টো মানি লবলৈ কষ্ট হয় ছাৰাৰ৷ সেয়ে স্বামীৰ কাণ্ডক লৈ তেওঁ নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলৰ পৰা কৰিছে বিশেষ পোষ্ট৷

ছাৰাই জনাইছে যে তেওঁৰ স্বামীৰ এগৰাকী দুগৰাকী নহয় মুঠ ২০০ গৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছে৷ স্বামীৰ পৰকীয়াৰ কথা গম পাই পত্নীয়ে তেওঁক প্ৰশ্ন কৰে৷ তেতিয়াই তেওঁ আটাইবোৰ সম্পৰ্কই সঁচা বুলি স্বীকাৰো কৰিছে৷ শেষ পৰ্যন্ত স্বামীৰ এই কাৰ্য সহ্য কৰিব নোৱাৰি ছাৰাই স্বামীগৃহ ত্যাগ কৰি বিচ্ছেদৰ বাবে আবেদন জনাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

২০৪০ত চন্দ্ৰত লেণ্ডিং কৰিব মানুহে! মানুহ লেণ্ডিং কৰাবলৈ কি কি চেলেঞ্জ অতিক্ৰম কৰিব লাগিব ISROয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন