• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
price hike

মূল্যবৃদ্ধিৰ পৰিত্ৰাণৰ উপায় বিচাৰি মন্ত্ৰীৰ বৈঠক, ডিচেম্বৰৰ পৰা হ্ৰাস পাব মিঠাতেলৰ দাম!

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 minutes ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 hour ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

5 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

5 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

6 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

21 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

21 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

22 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

24 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মূল্যবৃদ্ধিৰ পৰিত্ৰাণৰ উপায় বিচাৰি মন্ত্ৰীৰ বৈঠক, ডিচেম্বৰৰ পৰা হ্ৰাস পাব মিঠাতেলৰ দাম!

editor by editor
November 16, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
price hike
0
SHARES
386
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ডিচেম্বৰৰ পৰা মিঠাতেলৰ দাম হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ মূল্যবৃদ্ধিৰ পৰিত্ৰাণৰ উপায় বিচাৰি মন্ত্ৰীৰ বৈঠক। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যলয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী ৰঞ্জিত দাসে। বৈঠকত অংশগ্ৰহণ কামৰূপ চেম্বাৰছ অফ কমাৰ্চ, পামহি শাক পাচলি পাইকাৰী ব্যৱসায় সন্থা, ফিছফেদ অসম, আলু, পিয়াঁজ পাইকাৰী ব্যৱসায় সন্থা, কণী  ব্যৱসায় সন্থা। ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত বহুত বেছি পাৰ্থক্য নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম৷ মচুৰ দাইল বা মগু দাইল, আলুৰ দাম সমগ্ৰ ভাৰততে প্ৰায় একেই আছে৷ আলু বৰ্তমান ২০ টকা দামত খুচুৰা বিক্ৰী কৰি থকা হৈছে। বগা পিয়াঁজ ২০-২৮ টকা মূল্যত বিক্ৰী কৰি আছে পাইকাৰী বজাৰত আৰু ৰঙা পিয়াজ ৪০ টকা দামত বিক্ৰী কৰি আছে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে খুচুৰা ব্যৱসায়ীয়ে অধিক দৰত বিক্ৰী কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী। ৪০ ৰ পৰা ৭৫ লৈ বৃদ্ধি কৰিছে ৰঙা পিয়াঁজৰ মূল্য৷ ইয়াৰ বিপৰীতে বগা পিয়াঁজৰ মূল্য ৪০ টকালৈ বৃদ্ধি কৰিছে৷ আজিৰ বৈঠকত এনফৰ্চমেন্ট টিম গঠন কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে৷  পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীয়ে সৰ্বাধিক৫ – ৬ টকালৈহে মূল্য বেছি ল’ব পাৰিব। ইয়াৰ অধিক হ’লে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট বিভাগে৷ বৈঠকযোগে অনাগত দিনত জনতাক সকাহ পোৱাৰ আশ্বাস দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে। দুই এদিনৰ ভিতৰতে টাক্স ফ’ৰ্চ গঠন হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এই টাক্স ফ’ৰ্চৰ দলে গৈ বিভিন্ন স্থানত অভিযান চলাব। বিভিন্ন বজাৰত পাচলিৰ দামৰ ফলক ওলমোৱা হ’ব আৰু এপ মুকলি কৰিব বিভাগে৷ মেজিষ্ট্ৰেট, অসম আৰক্ষী , GMC থাকিব টাক্স ফ’ৰ্চত৷ মধ্যভোগীয়ে দাম নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাটো আগুন্তুক দিনত গুৰুত্ব দিব চৰকাৰে৷ সৰিয়হৰ খেতি অসমত বেছি কৰিলে হ্ৰাস পাব মিঠাতেলৰ দাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in Assamprice hikeranjit das
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
6-familly-members-died-in-an-accident-today

ভয়ংকৰ পথ দুৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৬ সদস্যৰ কৰুণ মৃত্যু

special hslc exam

আজি ঘোষণা হ’ব বিশেষ মেট্ৰিক-হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.