• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এসময়ত পৰিয়ালক উপেক্ষা কৰিছিল প্ৰিয়ংকাই! এটা মাত্ৰ ঘটনাই সলাই দিলে দেশী গাৰ্লৰ চিন্তা

এসময়ত পৰিয়ালক উপেক্ষা কৰিছিল প্ৰিয়ংকাই! এটা মাত্ৰ ঘটনাই সলাই দিলে দেশী গাৰ্লৰ চিন্তা

3 years ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

28 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

10 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

10 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

11 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

12 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

13 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

14 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

14 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

15 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

15 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এসময়ত পৰিয়ালক উপেক্ষা কৰিছিল প্ৰিয়ংকাই! এটা মাত্ৰ ঘটনাই সলাই দিলে দেশী গাৰ্লৰ চিন্তা

editor by editor
November 7, 2023
in চিনেমা, জীৱনশৈলী, বিবিধ, ভাৰত
0
এসময়ত পৰিয়ালক উপেক্ষা কৰিছিল প্ৰিয়ংকাই! এটা মাত্ৰ ঘটনাই সলাই দিলে দেশী গাৰ্লৰ চিন্তা
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডত সফল কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যেৰে বহু তাৰকাই একাধিক স্বাৰ্থ ত্যাগ কৰিবলগা হয়। প্ৰতিযোগিতাত টিকি থাকিবলৈকো মানসিকভাৱে যথেষ্ট শক্তিশালী হ’বই লাগে। প্ৰিয়ংকা চোপ্ৰাৰ ক্ষেত্ৰতো একে ঘটনাই ঘটিছিল। কেৰিয়াৰৰ আৰম্ভণিতে প্ৰিয়ংকা চোপ্ৰাইয়ো অজস্ত্ৰ ত্যাগৰ ফলতহে বলীউডত কাম পাবলৈ সক্ষম হৈছিল। সম্প্ৰতি এক সাক্ষাৎকাৰত এই প্ৰসংগত প্ৰিয়ংকাই কেইবাটাও কথা উল্লেখ কৰিছে। প্ৰিয়ংকাই জনোৱা অনুসৰি এটা সময়ত তেওঁ পেছাগত জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত সমতা বজাই ৰখাত ব্যৰ্থ হৈছিল। মাতৃক জন্মদিনৰ শুভেচ্ছা জনাবলৈকো পাহৰি গৈছিল। পৰিয়ালৰ সৈতে কোনো উৎসৱতে সময় কটাব পৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘যেতিয়া মোৰ বয়স ২০ হৈছিল, তেতিয়াই মই কথা পাহৰা হৈছিলো। মাক ওপজা দিনৰ শুভেচ্ছা জনাবলৈ পাহৰি গৈছিলো। এয়াই শেষ নহয়। ইয়াৰোপৰি বহুবাহ ইউৰোপলৈ শ্বুটিঙৰ বাবে গৈ দীপাৱলী কেতিয়া পাহৰি তাতেই থাকি গৈছিলো। কিন্তু এনেকৈ চলি মই ঘৰৰ মানুহৰ মনত কষ্ট দিছিলো। সেই কথা অনুধাৱন কৰিব পাৰো। এইয়া মোৰ ভুল হৈছে বুলি বুজি উঠাৰ লগে লগেই মই নিজকে সলনি কৰিব ধৰিলো।’

প্ৰকৃততে প্ৰিয়ংকাৰ এই উপলব্ধিৰ নেপথ্যত আছিল তেওঁৰ পিতৃ অশোক চোপ্ৰাৰ শাৰীৰিক অসুস্থতা। অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘দেউতাৰ প্ৰয়াণৰ পাছত মই বুজি পাও যে ঘৰৰ মানুহক সময় দিয়াটো খুবেই জৰুৰী। ঘৰৰ মানুহক সময় দিবলৈ উৎসৱৰেই প্ৰয়োজন আছে তেনে নহয়। দেউতা গুৰুতৰভাৱে অসুস্থ হৈ থাকোতে মই বুজি উঠিছিলো জীৱন আচলতে খুব ছুটি। অথচ গুৰুত্বপূৰ্ণ বিষয় এৰি আমি অবান্তৰ কথাবোৰ লৈ ব্যস্ত থাকো।’ প্ৰিয়ংকাৰ মতে, কোনো ব্যক্তিয়ে যদি উপলব্ধি কৰে যে তেওঁ মাটিত ভৰি থৈয়েই আগবাঢ়ি যাব তেতিয়াই জীৱনত প্ৰকৃত সুখ আহিব। পিতৃৰ মৃত্যুৰ পাছত তেওঁ মানসিকভাৱে বিপৰ্যস্ত হৈ পৰাৰ কথাও প্ৰকাশ কৰিছে। একাংশ বলীউড সূত্ৰই জনোৱামতে তেওঁ ‘ডেডিজ লিটল গাৰ্ল’ টাটু পিতৃৰ মৃত্যুৰ পাছতেই কৰিছিল। সম্প্ৰতি মামি চলচ্চিত্ৰ উৎসৱত অংশ লৈ ভাৰতলৈ আহিছে প্ৰিয়ংকা। এই মুহূৰ্তত হলীউডৰ একাধিক ছবিত কামত তেওঁ ব্যস্ত হৈ আছে। আনহাতে বলীউডতো ফাৰহান আখতাৰৰ পৰিচালিত ‘জি লে জাৰা’ ছবিতো অভিনয় কৰিছে অভিনেত্ৰী প্ৰিয়ংকাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

August 5, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
Next Post
২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?

২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?

‘কিনিলে ভালেই হ’ব, মই বিক্ৰি হৈ যাম’, বিক্ৰি হ’বলৈ প্ৰস্তুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

'কিনিলে ভালেই হ’ব, মই বিক্ৰি হৈ যাম’, বিক্ৰি হ’বলৈ প্ৰস্তুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.