• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

1 week ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

41 minutes ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

1 hour ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

2 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

2 hours ago
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

3 hours ago
সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

20 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

22 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

23 hours ago
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

24 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

1 day ago
মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

editor by editor
January 20, 2026
in জীৱনশৈলী
0
ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাপী গ্ৰহ ৰাহুৱে অৱস্থান পৰিবৰ্তন কৰিব৷ ২৫ জানুৱাৰীত ৰাহুৱে তাৰ নিজৰ শতভিষা নক্ষত্ৰৰ তৃতীয় পদত গোচৰ কৰিব৷ য’ত ৰাহুৱে ২৯ মাৰ্চ পৰ্যন্ত থাকিব৷ ৰাহুৰ এই পদ নক্ষত্ৰ পৰিবৰ্তন চাৰি ৰাশিৰ বাবে খুবেই শুভ বুলি ধাৰণা কৰা হয়৷ জ্যোতিষবিদৰ মতে ৰাহুৰ অৱস্থান সলনি ৪ ৰাশিৰ জাতকৰ বাবে ভাগ্য সলনি হোৱাৰ দিন৷ যিসকলে বিগত দিনত সমস্যাৰ সন্মুখীন হৈছিল তেওঁলোকৰো ভাল সময় আৰম্ভ হব৷ জানি থওক ৰাহুৰ শতভিষা নক্ষত্ৰৰ গোচৰত কোন ৰাশিৰ বাবে শুভ দিন আৰম্ভ হ’ব?

বৃষ ৰাশি

শতভিষা নক্ষত্ৰত ৰাহুৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে লাভদায়ক হব৷ চাকৰি সংক্ৰান্তিয় কোনো ভাল সুযোগ আপুনি পাব পাৰে৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ ভৱিষ্যতৰ পৰিকল্পনাসমূহত নজৰ দিয়ক সুফল পাব৷ আমদানি ভাল হব৷ যদিও খৰচৰ ওপৰত সংযম ৰাখক৷ কোনো পুৰণি বিনিয়োগৰ পৰা হঠাৎ লাভ কৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে ৰাহুৰ এই নক্ষত্ৰ গোচৰ ইতিবাচক প্ৰমাণিত হব৷ চাকৰিত পদোন্নতিৰ যোগ তৈয়াৰ হব৷ আয় বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা আছে৷ ৰৈ থকা কাম আগুৱাই যাব আৰু সফলতা পাব৷ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত ভাল পৰিবৰ্তন আহিব৷ এই সময়ত বিনিয়োগৰ বাবে আপুনি যি যোজনা তৈয়াৰ কৰিছিল সেয়া নিশ্চিতভাৱে লাভজনক প্ৰমাণিত হব৷

তুলা ৰাশি

ৰাহুৱে তুলা ৰাশিৰ ভাগ্যক মজবুত কৰিব৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ সামাজিক মান সন্মান, প্ৰতিষ্ঠা বৃদ্ধি হব৷ পুৰণি বিনিয়োগৰ পৰা লাভ পাব৷ ঋণৰ পৰা মুক্তি পাব৷ পিতৃৰ সমৰ্থনত কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হব৷ প্ৰেমৰ সম্পৰ্ক ভাল হব আৰু পুৰণি মতভেদ দূৰ হব৷ ৰোগ অসুস্থতাৰ পৰা স্বস্তি পাব৷

মীন ৰাশি

মীন ৰাশিৰ বাবে ৰাহুৰ গোচৰে গুৰুত্বপূৰ্ণ সালসলনি আনিব৷ ব্যৱসায়ত যুক্ত মানুহৰ ডাবল মুনাফা অৰ্জন কৰিব পাৰে৷ চাকৰিয়ালৰ উন্নতি সম্ভৱ হব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা কাম পূৰ্ণ হব আৰু আৰ্থিক লাভৰ যোগ তৈয়াৰ হব৷ নতুন সুযোগৰ সঠিক ব্যৱহাৰ কৰিলে সফলতা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
জীৱনশৈলী

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

January 28, 2026
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

January 28, 2026
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ
জীৱনশৈলী

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

January 28, 2026
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?
জীৱনশৈলী

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

January 28, 2026
Next Post
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

সৰস্বতীৰ প্ৰিয় এই ৫ৰাশি, দেৱীৰ কৃপাত বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে এইকেইটা ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.