• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমেহে দেশক প্ৰগতিৰ পথলৈ লৈ যাব! আদিবাসীসকল এই দেশৰ মাটিৰ প্রথম মালিক কিয়? সবিশেষ বুজাই কি ক’লে ৰাহুল গান্ধীয়ে?

প্ৰেমেহে দেশক প্ৰগতিৰ পথলৈ লৈ যাব! আদিবাসীসকল এই দেশৰ মাটিৰ প্রথম মালিক কিয়? সবিশেষ বুজাই কি ক’লে ৰাহুল গান্ধীয়ে?

3 years ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

12 minutes ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

12 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

13 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

13 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

14 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

15 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

16 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

16 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

17 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

18 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

19 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমেহে দেশক প্ৰগতিৰ পথলৈ লৈ যাব! আদিবাসীসকল এই দেশৰ মাটিৰ প্রথম মালিক কিয়? সবিশেষ বুজাই কি ক’লে ৰাহুল গান্ধীয়ে?

editor by editor
September 2, 2023
in ভাৰত, ৰাজনীতি
0
প্ৰেমেহে দেশক প্ৰগতিৰ পথলৈ লৈ যাব! আদিবাসীসকল এই দেশৰ মাটিৰ প্রথম মালিক কিয়? সবিশেষ বুজাই কি ক’লে ৰাহুল গান্ধীয়ে?
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছত্তিছগড়ত ৰাহুল গান্ধীৰ উদ্দাত্ত ভাষণ। কংগ্ৰেছ দলৰ কৰ্মকৰ্তাক এটা এটা বাঘ বুলি ভাষণৰ আৰম্ভ কৰে ৰাহুল গান্ধীয়ে। ৰাহুলে ভাষণত কয়, ‘কেইমাহমান পূৰ্বে কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয় হৈছে। কংগ্ৰেছৰ বিচাৰ ধাৰাক কৰ্ণাটকবাসীয়ে আদৰি লৈছে। বিজেপিৰ হিংসা বিলোৱা ৰাজনীতিত অতিষ্ঠ হৈ কৰ্ণাটকবাসীয়ে বিজেপিক বিদায় দিছে। ছত্তিছগড়ত আমি কৃষকৰ ঋণ মাফ, বিজুলী বিল হ্ৰাস কৰা, কৃষকক মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো। সেই প্ৰতিশ্ৰুতি পূৰণো কৰিলো। কৰ্ণাটকতো আমি ৫ টা প্ৰতিশ্ৰুতি দিছিলো। সেই প্ৰতিশ্ৰুতি পূৰণৰ কাম কৰি আছো। কৰ্ণাটকৰ প্ৰতিজন দৰিদ্ৰ লোক কংগ্ৰেছৰ সৈতে আছে। ছত্তিছগড়ত আজি মই আকৌ এটা কথা স্পষ্ট কৰিব খুজিছো। মোদীজীয়ে দেশৰ জনতাৰ বাবে কাম কৰা নাই। মোদীজীয়ে দুজন আৰৱপতিক সহায় কৰাৰ কামত ব্যস্ত আছে।

দেশৰ ধন বাহিৰলৈ পঠিয়াই আদানীৰ শ্বেয়াৰ মাৰ্কেটত সেই ধন ব্যৱহাৰ কৰিছে। আদানীক ধনী কৰাইছে। দেশৰ এয়াৰপৰ্ট, সম্পত্তি, ৰে’ল ষ্টেচন সকলো আদানীক উপহাৰ দিবলৈ আৰম্ভ কৰিছে মোদীয়ে। মই এই কথা ক’বলৈ ভয় নকৰো। ছত্তিছগড়ৰ প্ৰত্যেকজন যুৱকে মোদীক এটা প্ৰশ্ন কৰক। আদানীৰ এই সম্পদ বাঢ়ি থকাৰ কথা আপোনালোকে মোদীক সোধক। বাহিৰলৈ যোৱা আৰৱ আৰৱ ডলাৰ কাৰ টকা মোদীক সোধক। কিয় মোদীয়ে আদানীৰ ওপৰত ইনকুৱেৰী চলাব নোৱাৰে?

ছত্তিছগড়ত আমি কৃষক যুৱক, মহিলাৰ বাবে কাম কৰিছো। কৃষকৰ ধানৰ উচিত মুল্য কেৱল ছত্তিছগড় চৰকাৰেই দিছে। মোদীয়ে চেলেঞ্জ কৰিছিল কংগ্ৰেছে ছত্তিছগড়ত এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰো বুলি। কিন্তু আমি কৰি দেখুৱালো। মোদীয়ে কৈছিল ক’লা ধন দেশলৈ ঘূৰাই আনিম বুলি কিন্তু বিদেশী সংবাদপত্ৰই কৈছে যে, ভাৰতৰ পৰাহে আৰৱ আৰৱ ডলাৰ বিদেশলৈ গৈ আছে। যুৱকৰ হাতত ভাৰতৰ ভৱিষ্যত। গতিকে যুৱক সচেতন হওক। ছত্তিছগড় যুৱ সমাজে চলাব। ছত্তিছগড়ৰ পৰাই কেন্দ্ৰলৈ মন্ত্ৰী আহিব। এই যুৱকৰ মাজৰ পৰাই আমি তেনে দক্ষ ৰাজনীতিবিদ উলিয়াই নিম। আমি আদিবাসীসকলক ভাৰতৰ প্ৰকৃত মালিক বুলি ক’ব খুজিম। এই দেশৰ মাটিত আদিবাসীৰ প্ৰথম অধিকাৰ। আপোনালোকৰ মাটিত আপোনালোকৰ পূৰ্ণ অধিকাৰ আছে। বিজেপিয়ে আপোনালোকক বনবাসী কৈছে। আদিবাসী যুৱকক মই আহ্বান জনাম। আপোনালোকে সপোন দেখক। দেশৰ প্ৰতিটো ক্ষেত্ৰত আপোনালোক চামিল হওক। আপোনালোকক তেওঁলোকে জংঘলতেই ৰাখিব বিচাৰিছে। তেওঁলোকৰ এই চিন্তাধাৰাক আপোনালোকে বুঢ়া আঙুলি দেখুৱাব লাগিব।

আদিবাসীয়ে সপোন দেখাটো আমি বিচাৰো। আপোনালোক ওলাই আহিলেহে দেশত পৰিবৰ্তন আহিব। বিজেপিয়ে এটা ধৰ্মক আন এটা ধৰ্মৰ বিৰুদ্ধে যুদ্ধ কৰাইছে, এটা জাতিক আনটো জাতিৰ বিৰুদ্ধে যুদ্ধ কৰাইছে। তেওঁলোকে মণিপুৰ, অসম, কৰ্ণাটক সকলোতে এই কাম কৰিবলৈ ধৰিছে। আমি বাধা দিছো। আৰু বাধা দি যাম। আমি ভাৰতক প্ৰেমৰ ডোলেৰে বান্ধিম। বিজেপিৰ এই হিংসাৰ ৰাজনীতি জনতাই বুজিবলৈ লৈছেই। আমি ভাৰত জোড়োৰে জনতাক এটাই কথা কৈছো। আপোনালোক সকলো ভাৰতীয়। আপোনালোকৰ জাতি ধৰ্ম বৰ্ণ যিয়েই নহওক এই দেশৰ মাটিত আপোনালোক সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে।

কিছু বছৰ পূৰ্বে বাঘেলজীক মই সুধিছিলো। আপোনাৰ এলেকাত যুৱকৰ প্ৰধান অসুবিধা কি কি? তেতিয়া এটাই উত্তৰ পাইছিলো নিবনুৱা সমস্যাই আটাইতকৈ ডাঙৰ সমস্যা। মই বাঘেলজীক তেতিয়াই কৈছিলো প্ৰতিজন ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে আপোনালোকে কাম কৰক। বেংকৰ লোন তেওঁলোকক দিয়ক। বাঘেলজীয়ে সেই মতেই কাম কৰিছে। নতুন নতুন ক্ষুদ্ৰ ব্যৱসায়ীৰ জন্ম হৈছে। ছত্তিছগড় লজিষ্টিকেল চেণ্টাৰ কৰিবলৈ চেষ্টা কৰিম। যাতে ইয়াত কৰ্মসংস্থাপন বৃদ্ধি পায়। ছত্তিছগড়ৰ চৰকাৰে ভাল কাম কৰিছে আগন্তুক ৫ বছৰত এই চৰকাৰেই থাকিব। মই কাৰ্যকৰ্তাক এটাই কথা কওঁ, ছত্তিছগড় আপোনালোকৰ বাবেই আমাৰ হাতত আছে। আপোোলোকৰ সুৰক্ষাৰ বাবে মই বাঘেলজীক পদক্ষেপ ল’বলৈ কৈ আহিছো। তেওঁ কথামতে কাম কৰিছে। প্ৰেমেৰেহে দেশত প্ৰগতি হ’ব। দেশক আগবঢ়াই নিবলৈ বুকুত প্ৰেম ৰাখক হিংসা নহয়। যুৱকসকলক মই ৰাজনীতিলৈ আমন্ত্ৰণ জনাম। আপোনালোক আহক দেশক প্ৰগতিৰ বাট দেখুওৱাওক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
একেলগে প্ৰমোদবিহাৰ! অনন্যাৰ প্ৰেমত সঁচাকৈয়ে পৰিল নেকি আদিত্য ৰয় কাপুৰ?

একেলগে প্ৰমোদবিহাৰ! অনন্যাৰ প্ৰেমত সঁচাকৈয়ে পৰিল নেকি আদিত্য ৰয় কাপুৰ?

ভাইজানৰ ৰেকৰ্ড ভাঙিলে কিং খানে! অগ্ৰিম টিকট বুকিঙত ৰেকৰ্ড গঢ়ি কিমান কোটি আয় কৰিলে জাৱানে?

ভাইজানৰ ৰেকৰ্ড ভাঙিলে কিং খানে! অগ্ৰিম টিকট বুকিঙত ৰেকৰ্ড গঢ়ি কিমান কোটি আয় কৰিলে জাৱানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.