• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৈ থাকিলেই নহ’ব, ৰাহুল গান্ধী বিদেশৰ নাগৰিক, ৪ সপ্তাহৰ ভিতৰত তথ্যসহকাৰে প্ৰমাণ দিয়ক কেন্দ্ৰইঃ এলাহবাদ হাইকৰ্ট

কৈ থাকিলেই নহ’ব, ৰাহুল গান্ধী বিদেশৰ নাগৰিক, ৪ সপ্তাহৰ ভিতৰত তথ্যসহকাৰে প্ৰমাণ দিয়ক কেন্দ্ৰইঃ এলাহবাদ হাইকৰ্ট

2 years ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

53 minutes ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

3 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

4 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

5 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

5 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

13 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

13 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

14 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

15 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৈ থাকিলেই নহ’ব, ৰাহুল গান্ধী বিদেশৰ নাগৰিক, ৪ সপ্তাহৰ ভিতৰত তথ্যসহকাৰে প্ৰমাণ দিয়ক কেন্দ্ৰইঃ এলাহবাদ হাইকৰ্ট

কৈ থাকিলেই নহ’ব, ৰাহুল গান্ধী বিদেশৰ নাগৰিক, ৪ সপ্তাহৰ ভিতৰত তথ্যসহকাৰে প্ৰমাণ দিয়ক কেন্দ্ৰইঃ এলাহবাদ হাইকৰ্ট

editor by editor
March 25, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
কৈ থাকিলেই নহ’ব, ৰাহুল গান্ধী বিদেশৰ নাগৰিক, ৪ সপ্তাহৰ ভিতৰত তথ্যসহকাৰে প্ৰমাণ দিয়ক কেন্দ্ৰইঃ এলাহবাদ হাইকৰ্ট
0
SHARES
571
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল ভাৰতৰেই নহয়৷ ব্ৰিটেইনৰ নাগৰিক লোকসভাৰো বিৰোধী দলনেতা ৰাহুল গান্ধী৷ বিজেপি নেতাৰ এই অভিযোগৰ ভিত্তিতেই কেন্দ্ৰৰ পৰা মতামত জানিব খুজিছে এলাহবাদ হাইকৰ্টে৷ ৰাহুলৰ নাগৰিকত্বক লৈ আগন্তুক ৪ সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ মতামত জানিব বিচাৰিছে আদালতে৷ সম্প্ৰতি বিজেপি নেতা ভিগ্নেশ শিশিৰে এলাহবাদ হাইকৰ্টত দাবী কৰিছে যে ৰাহুল গান্ধী কেৱল ভাৰতৰেই নাগৰিক নহয়, তাৰ বহু প্ৰমাণ তেওঁৰ হাতত আছে৷ সেই বিজেপি নেতাই আদালতত দাবী কৰিছে যে ৰাহুলৰ নাগৰিকত্বক লৈ তথ্য জানিবলৈ তেওঁ ব্ৰিটেইন চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল৷ কিছু তথ্যও তেওঁক দিছে৷ গোপনীয়তাৰ খাতিৰত সকলোবোৰ মুকলিকৈ তেওঁলোকে কোৱা নাই৷ সেয়ে এই বিষয়ে চিবিআই তদন্ত হোৱা উচিত৷ কেন্দ্ৰইয়ো এই বিষয়ত হস্তক্ষেপ কৰা উচিত৷ এলাহবাদ হাইকৰ্টে এই বিষয়ত কেন্দ্ৰৰ অৱস্থান জানিব খুজিছে৷ ইয়াৰ পূৰ্বে কেন্দ্ৰক একাধিক দফাত মতামত জনোৱাৰ বাবে সময় দিয়া হৈছিল৷ কিন্তু এতিয়াও কেন্দ্ৰৰ অৱস্থান স্পষ্ট নহয়৷

এলাহবাদ হাইকৰ্টে এইবাৰ বিষয়টোৰ দ্ৰুত নিষ্পত্তি কৰিব খুজিছে৷ আগন্তুক ২১ এপ্ৰিলত এই গোচৰৰ পৰবৰ্তী শুনানি৷ তাৰপূৰ্বে এই বিষয়ক লৈ মতামত জনাব লাগিব মোদী চৰকাৰে৷ কেন্দ্ৰই ৰাহুলৰ নাগৰিকত্বক লৈ ৰিপৰ্ট জমা দিয়াৰ বাবে ৯ সপ্তাহৰ সময় বিচাৰিছিল৷ কিন্তু আদালতে ইমান সময় দিবলৈ ৰাজী নহয়৷ ৪ সপ্তাহ সময়হে কেন্দ্ৰক দিছে এলাহবাদ হাইকৰ্টে৷

উল্লেখ্য যে ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ ইয়াৰ পূৰ্বেও একাধিকবাৰ প্ৰশ্ন উঠিছে৷ ইয়াৰ পূৰ্বে দিল্লী হাইকৰ্টত একেই অভিযোগত গোচৰ তৰিছে বিজেপি নেতা সুব্ৰহ্মণ্যম স্বামীয়েও৷ সুব্ৰহ্মণ্যম স্বামীৰ দাবী ব্ৰিটিছ সংস্থা বেকপছ লিমিটেডৰ মাধ্যমেৰে ২০০৫ৰ পৰা ২০০৬ চনত ৰাহুলে দাখিল কৰা বাৰ্ষিক ৰিটাৰ্ণ সংক্ৰান্তিয় নথিসমূহে তেওঁ ব্ৰিটেইনৰ নাগৰিক সেই কথাৰ প্ৰমাণ দিয়ে৷ ইয়াৰোপৰি ইংলেণ্ডত ৰাহুলৰ নামত থকা এটা কোম্পানীৰ ঘোষণাপত্ৰত নিজকে তেওঁ ইংলেণ্ডৰ নাগৰিক হিচাপে উল্লেখ কৰিছে৷

ৰাহুল ব্ৰিটেইনৰ নাগৰিক এই অভিযোগ তুলি তেওঁৰ মনোনয়ন খাৰিজৰো দাবী একাধিকবাৰ উঠিছে৷ ঘটনাচক্ৰত বিজেপি নেতাই এইবাৰ ৰাহুল গান্ধীৰ বিদেশৰ নাগৰিক হিচাপে প্ৰমাণ কৰাৰ চেষ্টা কৰিলেও কেন্দ্ৰই তেনে কোনো মন্তব্য কৰা নাই৷ প্ৰতিবাৰেই ৰাহুলৰ নাগৰিকত্বৰ ইছ্যুটোক এৰাই চলিছে মোদী চৰকাৰে৷ কেন্দ্ৰই এইবাৰ এলাহবাদ হাইকৰ্টক কি জৱাব দিব সেই কথা জানিবলৈ আগ্ৰহী এতিয়া ৰাজনৈতিক সচেতন বহু ব্যক্তি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
Next Post
HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

হাতত মাত্ৰ ৪ দিন, শনিৰ মহাশক্তিত খুলিব ভাগ্যৰ দুৱাৰ, গল্ডেন টাইম আৰম্ভ এই ৩ৰাশিৰ জাতকৰ

হাতত মাত্ৰ ৪ দিন, শনিৰ মহাশক্তিত খুলিব ভাগ্যৰ দুৱাৰ, গল্ডেন টাইম আৰম্ভ এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.