• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেঘালয়ত হানিমুনতে সকলো পৰিকল্পনা, পত্নী সোনমেই কৰিছিল সকলো, অৱশেষত পৰিল ধৰা

মেঘালয়ত হানিমুনতে সকলো পৰিকল্পনা, পত্নী সোনমেই কৰিছিল সকলো, অৱশেষত পৰিল ধৰা

1 year ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গেৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিন গাৰ্গৰ সৈতে?

51 seconds ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

22 minutes ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

1 hour ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

3 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

3 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

4 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

7 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

8 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

8 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

9 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মেঘালয়ত হানিমুনতে সকলো পৰিকল্পনা, পত্নী সোনমেই কৰিছিল সকলো, অৱশেষত পৰিল ধৰা

editor by editor
June 9, 2025
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
মেঘালয়ত হানিমুনতে সকলো পৰিকল্পনা, পত্নী সোনমেই কৰিছিল সকলো, অৱশেষত পৰিল ধৰা
0
SHARES
14.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয়ত হানিমুনতে সকলো পৰিকল্পনা, পত্নী সোনমেই কৰিছিল সকলো, অৱশেষত পৰিল ধৰা

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মেঘালয়ত হনীমুন কৰিবলৈ আহি সন্ধানহীন হোৱা ইন্দোৰৰ স্বামী-স্ত্ৰী ঘটনাৰ অৱশেষত পত্নীৰ সন্ধান ওলাল। এই বৃহৎ সফলতা অৰ্জন কৰিছে মেঘালয় আৰক্ষীয়ে। লগতে আৰক্ষীৰ ডাঙৰ খোলোচা। পত্নী সোনমেই কৰিছিল সকলো পৰিকল্পনা।

স্বামী ৰাজা ৰঘুবংশীক মেঘালয়তে মানুহ লগাই হত্যা কৰি নিজে পলাই গৈছিল। কিন্তু সাৰি যাব ক’ত। বহুদিনৰ পাছত অৱশেষত সন্ধান ওলাল পত্নী সোনমৰ। মধ্যপ্ৰদেশৰ গাজীপুৰৰ পৰা সন্ধান ওলাল ইমানদিনে সন্ধানহীন হৈ থকা পত্নী সোনৰ।

মেঘালয় আৰক্ষীয়ে আটক কৰে পত্নী সোনমক।  তথ্য অনুসৰি এই গোচৰত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে ১৬ দিন ধৰি এই চাঞ্চল্যকৰ গোচৰটোৰ তদন্ত অবিৰতভাৱে চলাই আছিল, তাৰ পিছত এতিয়া পোহৰলৈ আহিছে সকলো।

মেঘালয়ৰ ডিজিপিয়ে দাবী কৰিছে যে সেই গোচৰত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ লগতে কয় যে পত্নীগৰাকীয়েই ভাড়াতীয়া হত্যাকাৰীক ফোন কৰি এই হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে যোগাযোগ কৰিছিল।

উল্লেখ্য যে, ১১ মে’ত উত্তৰ প্ৰদেশৰ ইন্দোৰত ৰাজা আৰু সোণম ৰঘুবংশীৰ বিবাহ হৈছিল। বিয়াৰ মাত্ৰ ৯ দিনৰ পাছত ২০ মে’ত দুয়ো হানিমুনৰ বাবে মেঘালয় আহিছিল।

২৩ মে’ত শ্বিলঙৰ নংৰিয়াট গাঁৱৰ ডাবল ডেকাৰ লিভিং ৰুট ব্ৰীজ পৰিদৰ্শন কৰাৰ পিছত হঠাতে সন্ধানহীন হৈ পৰিছিল দুয়ো। ২৪ মে’ত ছ’হৰাৰ সমীপত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল তেওঁলোকৰ ভাড়াতীয়া স্কুটি।

২ জুনত ৱাইছাৱাডং জলপ্ৰপাতৰ সমীপৰ এটা খাৱৈত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল, যিটো তেওঁৰ হাতত থকা ‘ৰাজা’ টেটুৰ দ্বাৰা চিনাক্ত কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indor CaseMeghayala Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

জুবিন গাৰ্গেৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিন গাৰ্গৰ সৈতে?

September 11, 2026
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?
বাণিজ্য

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

September 11, 2026
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড
অসম

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

September 11, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 11, 2026
Next Post
আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.