• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা

৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা

9 months ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

30 minutes ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

60 minutes ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

2 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

2 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

3 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

3 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

4 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

5 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

5 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

6 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা

editor by editor
July 1, 2025
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা

আজিৰ দিনত বছৰে সৌভাগ্যক্ৰমে এখন বা দুখন হে ছবি হিট হয়গৈ। বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলে এখন হিট চিনেমাৰ বাবে হাহাকাৰ কৰে, কিন্তু এটা সময় আছিল যেতিয়া বলীউডত এজন অভিনেতাপ চিনেমা এখন দুখন নহয়, একেলগে ১৭ খনকৈ ছবি ছুপাৰহিট হৈছিল। তাকো মাথো ৩ বছৰৰ ভিতৰতে।

যি এক ৰেকৰ্ড তথা অভিলেখৰ দৰে। আজিলৈকে সেই অভিনেতাৰ অভিলেখ কোনেও ভংগ কৰিব পৰা নাই। অক্ষত অৱস্থাত আছে ৩ বছৰত একেলগে ১৭ খন ছবি ছুপাৰহিট হোৱা।

কেৱল এয়াই নহয়, অভিনেতা জিতেন্দ্ৰকো তেখেতৰ প্ৰথমখন ছবিৰ অডিচনৰ বাবে টিউচনো দিছিল সেই ছুপাৰষ্টাৰগৰাকীয়ে। কিন্তু পাছলৈ সকলো ক্ষেত্ৰতে অন্ত থকাৰ দৰে অভিনয়ৰো অন্ত পৰিছিল সেই ছুপাৰষ্টাৰগৰাকীৰ। শেষলৈ ৰাজনীতিৰ ফালে মুখ কৰিছিল।

বলীউডৰ সেই ছুপাৰষ্টাৰগৰাকী হৈছে, ৰাজেশ খান্না। যাক ভাৰতৰ প্ৰথমগৰাকী ছুপাৰষ্টাৰ আখ্যা দিয়া হৈছিল। তেখতৰেই একেলগে ১৭ ছবিৰ ছুপাৰহিট হোৱা অভিলেখ আজি পৰ্যন্ত অক্ষত।

১৯৬৬ চনত ‘আখৰী খট’ৰ জড়িয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল ৰাজেশ খান্নাই। কিন্তু তেখেতৰ কেৰিয়াৰৰ শিখৰ আছিল ১৯৭০ চনৰ পৰা ৭৩ চনৰ ভিতৰত। যি সময়ত ৰাজেশ খান্নাই ১৭খন বেক টু বেক ছুপাৰহিট দিছিল।

১৯৭০ আৰু ৭১ চনলৈ বক্স অফিচত আধিপত্য বিস্তাৰ কৰি দ্য ট্ৰেইন, সচ্চা ঝুঠা, চফৰ, আন মিলো সাজনা, কটি পাটাং, মেহবুব কি মেহন্দি, আনন্দ, আন্দাজ, মৰ্যাদা, হাতী মেৰে সাথী, ছোটি বহু আৰু খামোশী আদি উল্লেখযোগ্য।

ইয়াৰ পিছত ১৯৭২ চনত তেওঁৰ ১০ খন ছবি হিট হয়, য’ত শ্বেহজাদা, মেৰে জীৱন সাথী, বাৱৰচি, আপনা দেশ, অমৰ প্ৰেম, জোৰু কা গুলাম, বাংগাৰু বাবু, অনুৰাগ আদি। এইদৰে তেওঁ একেলগে ১৭খন হিট ছবি দি অভিলেখ গঢ়িছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodIndian MovieRajesh Khanna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
Next Post
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে…!

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে...!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.