• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো

1 year ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

21 minutes ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

52 minutes ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

6 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

15 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

15 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

16 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

16 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

17 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

17 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

18 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো

editor by editor
July 1, 2025
in ক্ৰীড়া, বিবিধ, ভাৰত
0
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো

বৰ্তমানে ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ড ভ্ৰমণত। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলি আছে ভাৰতী ক্ৰিকেট দলে। ভাৰতীয় এই দলতে আছে যশস্বী জয়ছৱাল।

ইংলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ৫খন মেচৰ টেষ্ট শৃংখলা খেলি আছে। শৃংখলাৰ প্রথমখন মেচত জয়ছৱালে উজ্জ্বল প্রদর্শন কৰি শতক অর্জন কৰে৷

কিন্তু এই খেলৰ মাজতে এতিয়া যশস্বী জয়ছৱালে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। যি সিদ্ধান্তই এতিয়া অনুৰাগীক আচৰিত কৰি তুলিছে।

আচলতে ৰঞ্জী ট্ৰফীত জয়ছৱালে মুম্বাই ইণ্ডিয়ানছ এৰি গোৱা দলৰ হৈ খেলাৰ সিদ্ধান্ত লৈছিল, যাৰ বাবে তেওঁ মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনকো এন অ’ চিৰ বাবে আবেদন জনাইছিল।

জয়ছৱালৰ এই সিদ্ধান্তই সকলোকে আচৰিত কৰি তোলে। এতিয়া জয়ছৱালে পুনৰ মুম্বাইৰ হৈ ঘৰুৱা ক্ৰিকেট খেলাৰ সিদ্ধান্ত লৈছে। যাৰ বাবে তেওঁ এন অ’ চিৰ বাবে কৰা অনুৰোধ প্ৰত্যাহাৰ কৰিবলৈ মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনলৈ পত্ৰ প্ৰেৰণ কৰিছিল, যি পত্ৰত এতিয়া অনুমোদন পোৱা গৈছে।

ইয়াৰ পূৰ্বে জয়ছৱাল গোৱা দললৈ গৈ সেই দলৰ অধিনায়কত্বৰ দায়িত্ব লব বুলি খবৰ ওলাইছিল। এতিয়া মুম্বাই দলতে থাকিব যশস্বী জয়ছৱাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs EnglandIndian CricketTest Matchyashasvi jaiswal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
Next Post
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে…!

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে...!

মোবাইলত এই ৫ সংকেট দেখিলে হৈ যাওক সাৱধান, খালী হৈ পৰিব পাৰে বেংক একাউণ্ট

মোবাইলত এই ৫ সংকেট দেখিলে হৈ যাওক সাৱধান, খালী হৈ পৰিব পাৰে বেংক একাউণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.