• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থিতঃপ্ৰজ্ঞ হৈ থকা এইগৰাকী নাৰীও এদিন প্ৰেমিকা আছিল, ৰাজীৱ-ছোনীয়াৰ চিনেমা চিনেমা ল’গা প্ৰেম কাহিনী জানেনে?

স্থিতঃপ্ৰজ্ঞ হৈ থকা এইগৰাকী নাৰীও এদিন প্ৰেমিকা আছিল, ৰাজীৱ-ছোনীয়াৰ চিনেমা চিনেমা ল’গা প্ৰেম কাহিনী জানেনে?

2 years ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

6 minutes ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

24 minutes ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

54 minutes ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

2 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

2 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

3 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

3 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

23 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

1 day ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

1 day ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্থিতঃপ্ৰজ্ঞ হৈ থকা এইগৰাকী নাৰীও এদিন প্ৰেমিকা আছিল, ৰাজীৱ-ছোনীয়াৰ চিনেমা চিনেমা ল’গা প্ৰেম কাহিনী জানেনে?

স্থিতঃপ্ৰজ্ঞ হৈ থকা এইগৰাকী নাৰীও এদিন প্ৰেমিকা আছিল, ৰাজীৱ-ছোনীয়াৰ চিনেমা চিনেমা ল’গা প্ৰেম কাহিনী জানেনে?

editor by editor
June 11, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
স্থিতঃপ্ৰজ্ঞ হৈ থকা এইগৰাকী নাৰীও এদিন প্ৰেমিকা আছিল, ৰাজীৱ-ছোনীয়াৰ চিনেমা চিনেমা ল’গা প্ৰেম কাহিনী জানেনে?
0
SHARES
861
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে কয় ৰাজনীতি খুব কঠোৰ মনৰ মানুহেহে কৰিব পাৰে! অথৱা ৰাজনীতিলৈ গ’লেই মানুহে আৱেগক হত্যা কৰে? এই ৰাজনৈতিক ক্ষেত্ৰতো এনে মধুৰ কিছু প্ৰেম কাহিনী আছে যি প্ৰেম কাহিনীয়ে চিনেমাৰ কাহিনীকো তল পেলাই দিয়ে৷ তেনে কাহিনীয়েই আছে অটল বিহাৰী বাজপেয়ীৰ৷ তেনে কাহিনীয়েই আছে ৰাজীৱ আৰু ছোনীয়া গান্ধীৰ মাজতো৷ এই কাহিনী প্ৰয়াত প্ৰাক্ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ছোনীয়া গান্ধীৰ৷ যি প্ৰেমত আছিল এখন দেশ এৰি আনখন দেশলৈ গুচি অহাৰ আঁৰৰ বহু অলিখিত কাহিনী৷

ইটালীৰ জীয়াৰী ছোনীয়াৰ প্ৰেমত পৰি তেওঁৰ সৈতে আজীৱন কটোৱাৰ বাবে অংগীকাৰবদ্ধ হোৱা ইন্দিৰা পুত্ৰ ৰাজীৱৰ এই প্ৰেম কাহিনী জানো মসৃণ আছিল৷ ভালপোৱাৰ টানে নুবুজে ধৰ্ম, নুবুজে সংস্কৃতিৰ পাৰ্থক্য, নুবুজে ভাষা বুজে কেৱল হৃদয়ে হৃদয়ে বাগৰিব ধৰা মিঠা মিঠা অনুভৱৰ আকুলতা৷ সেই আকুলতাৰেই ৰাজীৱ গান্ধীয়ে ভাৰতলৈ লৈ আনিছিল ছোনীয়া গান্ধীক৷ ৰাজীৱৰ প্ৰেমতেই দেশ এৰি ভাৰতত ভৰি দিছিল ছোনীয়াই৷ প্ৰেমৰ বাবেই সকলো ত্যাগী ভাৰতলৈ গুচি অহা ছোনীয়াৰ এই প্ৰেমো বেছিদিন তেওঁৰ কাষত নাথাকিল৷

জীৱনটো পৰিকল্পনা কৰাৰ দৰে মসৃণ নহ’ল৷ খুব কম সময়তে ছোনীয়াক নিথৰুৱা কৰি গুচি গ’ল ৰাজীৱ গান্ধী৷ স্বামীৰ মৃত্যুৰ পাছতেই ভাৰতীয় ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰে ছোনীয়া গান্ধী৷ কিন্তু দুয়োৰে মাজত প্ৰেমৰ সূত্ৰপাত কেনেকৈ হৈছিল? ছোনীয়া ৰাজীৱৰ প্ৰথম সাক্ষাৎ ক’ত হৈছিল? একাংশ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এখন গ্ৰীক ৰেস্তোৰাত প্ৰথম দেখা হৈছিল ৰাজীৱ-ছোনীয়াৰ৷ সেই সময়ত কেমব্ৰিজত পঢ়িবৰ বাবে গৈছিল ইন্দিৰা পুত্ৰ ৰাজীৱ৷ ৰেস্তোৰাতেই ৰাজীৱে প্ৰথমে দেখা পায় ছোনীয়াক৷ প্ৰথম দেখাতেই ছোনীয়াক পছন্দ হয় ৰাজীৱ গান্ধীৰ৷ হোটেলৰ মালিকৰ হাতত নেপকিনত এটা কবিতা লিখি ৱাইনৰ বটলত মেৰিয়াই ছোনীয়াক দিবলৈ কয় ৰাজীৱ গান্ধীয়ে৷

সেয়াই প্ৰেমৰ আৰম্ভণী৷ দুজনৰ সম্পৰ্ক আৰম্ভ হ’বলৈ বেছি সময়ো নালাগিল৷ নিজৰ মাতৃ ইন্দিৰা গান্ধীৰ সৈতেও ৰাজীৱ গান্ধীয়ে ছোনীয়াক চিনাকী কৰাই দিলে৷ দেখা মাত্ৰকেই ছোনীয়াক পছন্দ কৰে ইন্দিৰা গান্ধীয়েও৷ তেতিয়াই ইন্দিৰা গান্ধীয়ে এটা প্ৰস্তাৱ ৰাখে ছোনীয়াৰ সন্মুখত৷ ছোনীয়া গান্ধীক ইন্দিৰা গান্ধীয়ে কৈছিল, ‘জীৱনটোলৈ য’ত যাম বুলি ভাৱিছা সেই দেশক এবাৰ কাষৰ পৰা চাই যোৱাহি৷ যাৰ সৈতে জীৱনটো কটাম ভাৱিছা তেওঁৰ সংস্কৃতি সম্পৰ্কেও কিছু বুজ লৈ যোৱা৷’ অৱশ্যে ছোনীয়াৰ পিতৃয়ে এই সম্পৰ্কক মানি ল’ব খোজা নাছিল৷ ৰাজনৈতিক এটা পৰিয়ালৰ সৈতে সম্পৰ্ক গঢ়াত আগ্ৰহী নাছিল ছোনীয়াৰ পিতৃ৷

পিতৃয়ে নিবিচাৰিলেও প্ৰেমে নুবুজে এইসমূহ কথা৷ ৰাজীৱ-ছোনীয়া দৃঢ় প্ৰতিজ্ঞ হৈ আছিল৷ এজনে আনজনৰ সৈতে একেলগে জীৱনটো চলাই নিবই৷ পঢ়াশুনা মাজতে এৰি হঠাৎ দেশলৈ ঘূৰি আহে ৰাজীৱ গান্ধী৷ তাৰ কিছুদিন পাছতেই ছোনীয়াও ভাৰতলৈ আহে৷ তেওঁলোকৰ বিবাহো আছিল নভৱাকৈ ঘটি যোৱা ঘটনাই৷ নতুন দিল্লীৰ বচ্চন হাউছত অনুষ্ঠিত হৈছিল ৰাজীৱ-ছোনীয়াৰ প্ৰি ৱেডিং অনুষ্ঠান৷ ১৯৬৮ চনৰ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হয় ছোনীয়া-ৰাজীৱ৷ ছোনীয়াৰ ওপৰত ইমানেই মুগ্ধ আছিল যে বহুবাৰ ৰাজহুৱাকৈ তেওঁ পত্নী ছোনীয়াৰ প্ৰশংসা কৰা দেখা গৈছিল৷ ছোনীয়াই ৰাজীৱ গান্ধীৰ দৃষ্টিত সবাতোকৈ সুন্দৰী নাৰী৷

সেই সময় আছিল এখিনি সোণালী সময়৷ দুই পুত্ৰ কন্যা ৰাহুল আৰু প্ৰিয়ংকাক সামৰি ছোনীয়াই চলাই গৈছিল সংসাৰ ৰথ৷ কিন্তু এই সুখ কিমানদিনলৈ? ১৯৯১ চনত আহে মৰ্মান্তিক দিনটো৷ বোমা বিস্ফোৰণত নিহত হয় ৰাজীৱ গান্ধী৷ কিন্তু স্বামীৰ মৃত্যুৰ পাছত সৰু সৰু সন্তান দুটিক লৈ ইটালীলৈ ঘূৰি যোৱাৰ ৰাস্তা মুকলি হৈ থাকিলেও ছোনীয়া আৰু উভতি নগ’ল৷ ৰাজীৱৰ প্ৰেমৰ বাবেই এই দেশক আঁকোৱালি লোৱা ছোনীয়া ৰৈ গ’ল যুদ্ধক্ষেত্ৰত৷ পলোৱাৰ সলনি তেওঁ সমুখৰ পৰা যুঁজ নামি পৰিল৷ হাতত তুলি ল’লে গধুৰ ৰাজনৈতিক দায়িত্ব৷ শেষ কৰি দিব খোজা কংগ্ৰেছ দলটোক তেওঁ ধৰি ৰাখিল৷ সন্তানক দিলে পিতৃয়ে দিব নোৱাৰা ৰাজনৈতিক শিক্ষা৷ যি শিক্ষাৰে আজি আগবাঢ়িছে ৰাহুল আৰু প্ৰিয়ংকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

March 11, 2026
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

March 11, 2026
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী
জীৱনশৈলী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

March 11, 2026
Next Post
ভদ্ৰ ৰাজযোগ সৃষ্টি কৰিব বুধে, চাকৰিয়ালৰ পদোন্নতি, টকাই টকা আহিব ব্যৱসায়ীৰ

ভদ্ৰ ৰাজযোগ সৃষ্টি কৰিব বুধে, চাকৰিয়ালৰ পদোন্নতি, টকাই টকা আহিব ব্যৱসায়ীৰ

মণিপুৰে এবছৰ ধৰি শান্তি বিচাৰি হামৰাও কাঢ়িছে, পূৰ্বে ১০ বছৰ শান্ত হৈ থকা মণিপুৰক অশান্ত কৰিলে কোনে? মোদীক মুকলি টাৰ্গেট মোহন ভাগৱতৰ

মণিপুৰে এবছৰ ধৰি শান্তি বিচাৰি হামৰাও কাঢ়িছে, পূৰ্বে ১০ বছৰ শান্ত হৈ থকা মণিপুৰক অশান্ত কৰিলে কোনে? মোদীক মুকলি টাৰ্গেট মোহন ভাগৱতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.