• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

1 year ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

17 minutes ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

38 minutes ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

2 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

2 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

3 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

4 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

5 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

6 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

6 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

6 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

editor by editor
April 24, 2025
in বিবিধ, বিশ্ব, ভাৰত, শিক্ষা
0
১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা
0
SHARES
646
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

ইউ পি এছ চিৰ ফলাফল ঘোষণাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তৰ উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ মাজত উলাহৰ ধল নামিছে। তাৰে মাজৰে বহু লোকে নিজৰ কঠোৰ পৰিশ্ৰমেৰে ভোটা তৰাৰ দৰি জিলিকি উঠিছে। তাৰেই মাজৰ এগৰাকী হৈছে ৰাম ভজন কুমাৰ। যাৰ কঠোৰ ব্ৰত অন্যতকৈ পৃথক।

৬৬৭ সংখ্যক স্থান লাভ কৰা ৰাম ভজনৰ বাবে এয়া কোনো ১ নম্বৰ স্থানতকৈ কম নহয়। এটা সময়ত ৫ টকা – ১০ টকা মজুৰি কৰি দিনটোত মাথো এসাঁজ খাই জীয়াই থকা ৰাম ভজনৰ লগতে মাতৃৰ বাবে এই সাফল্য সঁচাকৈয়ে শীৰৰ মুকুট।

ৰাজস্থানৰ বাপী নামৰ এখন সৰু গাঁৱৰ বাসিন্দা ৰাম ভজনে পঢ়াৰ লগতে শিল ভঙা কাম কৰি দিনটোত ৫ৰ পৰা ১০ টকা মজুৰি লাভ কৰিছিল। মাতৃয়েও কৰিছিল ওজন দঙা কাম। কাৰণ কাম নকৰিলে ঘৰ নচলে। পিতৃ হাপানী বেমাৰী, কোনোমতে ছাগৰী পুহি গাখীৰ বিক্ৰী কৰি পৰিয়াল চলাত সহায় কৰে।

কিন্তু কাল কভিডে পিতৃক চিৰ দিনৰ বাবে কাঢ়ি নিয়ে ৰাম ভজনৰ ওচৰৰ পৰা। কোনোমতে মাতৃৰ সৈতে সৰু সুৰা কাম কৰি এসাজ খাই এসাজ লঘোনে থাকি দিন কটাই কষ্টৰ মাজতে চলাই গৈছিল পঢ়া কাম।

ভঙা পজাতেই সপোন ৰচিছিল উই পি এছ চিৰ। তাৰে মাজতে লাভ কৰে কনিষ্টবল চাকৰি। পৰিয়ালটোলৈ আহে কিছু সকাহ। কিন্তু তথাপি এৰি দিয়া নাছিল সপোনৰ পিছ ।

৮ বাৰৰ প্ৰচেষ্টাৰ অন্তত সফলতা লাভ কৰে ৰাম ভজনে। অতি দৰিদ্ৰ পৰিয়ালৰ ৰাম ভজনে এই সাফল্যৰে দেখুৱাই দিলে, দিনটোত এসাজ খাইয়ো, ফটা কাপোৰ পৰিধান কৰিয়ো দেশৰ সৰ্বোচ্চ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখাৰ লগতে বাস্তৱত পৰিণত কৰিব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rajasthanRam Bhajan Kumharasuccess storyupscUPSC Rank
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?
বিনোদন

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

July 16, 2026
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
Next Post
পহলগামৰ ঘটনাৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, লগতে হুংকাৰ

পহলগামৰ ঘটনাৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, লগতে হুংকাৰ

৩১ মে’ৰ পূৰ্বে ৩ ৰাশিৰ মংগলময়, শুক্ৰ-শনিৰ যুটিয়ে কৰিব ধনবান

৩১ মে'ৰ পূৰ্বে ৩ ৰাশিৰ মংগলময়, শুক্ৰ-শনিৰ যুটিয়ে কৰিব ধনবান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.