• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

3 years ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

20 minutes ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

49 minutes ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

2 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

14 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

14 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

15 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

15 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

16 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

17 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

17 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?

editor by editor
January 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৩৪বছৰৰ পাছত ফাগুনত পালিত হ’ব ৰমজান! জানি থওক কেতিয়াৰে পৰা আৰম্ভ হ’ব ৰোজা?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুছলমান সম্প্ৰদায়ৰ বাবে ৰমজান মাহৰ গুৰুত্বই বিশেষ। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ ৰমজান মাহ। ৰমজান মাহত মুছলমানসকলে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত ৰোজা ৰাখে বা উপবাসে থাকে। এই সময়ত আল্লাহৰ ওচৰত প্ৰাৰ্থনা, নামাজ পাঠ আদি ধৰ্মীয় কামত মুছলমানসকল যুক্ত হয়।

ৰমজান মাহত ৰোজা পালন
ৰমজান মাহত মুছলমানে যেতিয়া ৰোজা ৰাখে, তেতিয়া পুৱা সূৰ্যোদয়ৰ পূৰ্বে এবাৰ খাদ্য গ্ৰহণ কৰে, এই খাদ্যক কোৱা হয় শেহৰী। সম্পূৰ্ণ দিনটো উপবাসে থকাৰ পাছত সূৰ্যাস্তৰ পাছত তেওঁলোকে গ্ৰহণ কৰা খাদ্যক কোৱা হয় ইফতাৰ। ৰমজান মাহত যিসকল মুছলমানে ৰোজা ৰাখে, তেওঁলোকে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত এটুপিও পানী নাখায়। ৰমজানৰ শেষত পালিত হয় ঈদ-উল-ফিতৰ। ঈদ-উল-ফিতৰৰ পৰাই আৰম্ভ হয় মুছলমান কেলেণ্ডাৰৰ ছাৱেল মাহ।

২০২৪ৰ ৰমজান কেতিয়া?

পাক সংবাদমাধ্যমে জনোৱা অনুসৰি ১১ মাৰ্চ ২০২৪ৰ পৰা আৰম্ভ হ’ব ৰমজান মাহ। পাকিস্তানৰ এদিন পাছত ভাৰতত আৰম্ভ হ’ব ৰমজান মাহ। সেই হিচাপে ১২ মাৰ্চ ২০২৪ৰ পৰা ভাৰতত ৰমজান মাহ আৰম্ভ হ’ব।

৩৪ বছৰ পাছত মাৰ্চত ৰমজান
ফেব্ৰুৱাৰী আৰু মাৰ্চত শীত পাতলীয়াভাৱে থাকে। ফাগুন মাহ শেষ হওঁ হওঁ সময় আৰু বসন্ত আগমণৰ সুকীয়া প্ৰস্তুতি প্ৰকৃতিয়ে ৰাখে। এইবাৰ তেনে সময়তে ৰমজান মাহ আৰম্ভ হোৱাক লৈ সুখী প্ৰায়সংখ্যক মুছলমান লোকেই। বিগত কেইবা বছৰ ধৰি প্ৰখৰ গৰমতে ৰমজান মাহ পৰিছিল। এইবাৰ ৩৪ বছৰ পাছত মাৰ্চত আৰম্ভ হৈছে ৰমজান মাহ। ইয়াৰপূৰ্বে ১৯৯১ আৰু ১৯৯২ চনত মাৰ্চৰ মাজভাগত ৰমজান মাহ আৰম্ভ হৈছিল।

ৰমজান মাহৰ মাহাত্ম্য
মুছলমান সম্প্ৰদায়ৰ বাবে ৰমজান মাহ অতি পবিত্ৰ মাহ। এই সময়ত ৰোজা ৰাখিলে, নামাজ পঢ়িলে, কোৰাণ পাঠ কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰে মুছলমান লোকসকলে। এমাহ ধৰি সংযম আৰু আত্মত্যাগ কৰি ঈদ উদযাপন কৰে মুছলমান লোকে। এই দিনটোত নতুন কাপোৰ পিন্ধাৰ ওপৰিও বিভিন্ন খাদ্যসম্ভাৰেৰে অতিথিকো আপ্যায়ণ কৰে মুছলমান লোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

August 31, 2026
Next Post
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.