• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

4 years ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

16 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

53 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

1 hour ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

editor by editor
April 14, 2022
in চিনেমা, ভাৰত
0
ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটৰ বি টাউনৰ বহু প্ৰত্যাশিত বিবাহখন আজি সম্পন্ন হৈছে৷

বহু জল্পনা কল্পনাৰ পিছতে দুয়োৰে পৰিয়ালৰ লোকে তেওঁলোকৰ বিবাহৰ দিন ঘোষণা কৰে৷ বলিউদৰ হাই প্ৰফাইল এই বিয়াখনলৈ বহু হাই প্ৰফাইল অতিথিক নিমন্ত্ৰণ কৰা হ’ব বুলি চৰ্চা লাভ কৰিলেও মূৰকত সেয়া হৈ নুঠিল৷

দুদিনমান পূৰ্বে আলিয়াৰ ভাতৃ ৰাহুল ভাটে প্ৰকাশ কৰে যে বচা বচা দুয়োটা পৰিয়ালেৰে ঘণিষ্ঠ সম্পৰ্ক থকা মাত্ৰ ২৮ গৰাকী অতিথিকহে নিমন্ত্ৰণ কৰা হৈছে৷

লগতে পঢ়ক হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

ইতিমধ্যে তেওঁলোকৰ বিবাহৰ উপলক্ষ্যে ১৩ তাৰিখে মহেন্দী আৰু এক সংগীতৰ অনুষ্ঠান সম্পন্ন হৈ গৈছে৷ উক্ত অনুষ্ঠানত কইনা আৰু দৰা ঘৰৰ ঘণিষ্ঠ বন্ধুবৰ্গ বিশেষকৈ কৰণ জহৰ, কৰীণা কাপুৰ, কৰিশ্মা কাপুৰ আৰু আয়ান মুখাৰ্জী উপস্থিত থাকে৷

আনহাতে আজি বিয়লি ৩ বজাত বিবাহৰ মূল অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা৷ উক্ত অনুষ্ঠানত তেওঁলোকৰ নিমন্ত্ৰিত অতিথিসকল উপস্থিত থাকিব৷

লগতে পঢ়ক ‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা

ইফালে বিবাহ অনুষ্ঠানত অভ্যাগতসকলৰ বাবে সাজু কৰি তোলা হ’ব টণ্ডুৰি ছিকেন, মটন, দাল মাখনী আৰু পনীৰ টিক্কা৷ নতুন দিল্লীৰ পৰা নিমন্ত্ৰণ কৰা বিশেষ চেফেই এই খাদ্য সম্ভাৰ প্ৰস্তুত কৰিব৷

ইফালে দৰা-কইনা ৰণবীৰ আৰু আলিয়াৰ যুগ্ন ফ’টো সন্ধিয়া ৭ বজাত ৰাজহুৱাভাৱে প্ৰকাশ কৰা হ’ব বুলি জানিব পৰা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alia-Ranbir weddingasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRanbir Alia wedding
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…
বিনোদন

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

April 3, 2026
Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা
ভাৰত

Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা

April 2, 2026
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ
জীৱনশৈলী

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

April 2, 2026
Next Post
অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩

অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩

কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ

কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.