• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্থেবাৰীত ঘৃণনীয় কাণ্ড, ১৫ বছৰীয়া কন্যাৰ সমুখতে লম্পটে মাতৃক…

সৰ্থেবাৰীত ঘৃণনীয় কাণ্ড, ১৫ বছৰীয়া কন্যাৰ সমুখতে লম্পটে মাতৃক…

2 years ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

21 minutes ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

42 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

1 hour ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

2 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

2 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

4 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

5 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

6 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

7 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সৰ্থেবাৰীত ঘৃণনীয় কাণ্ড, ১৫ বছৰীয়া কন্যাৰ সমুখতে লম্পটে মাতৃক…

editor by editor
September 22, 2024
in অপৰাধ, অসম, গুৱাহাটী
0
সৰ্থেবাৰীত ঘৃণনীয় কাণ্ড, ১৫ বছৰীয়া কন্যাৰ সমুখতে লম্পটে মাতৃক…
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰ্থেবাৰীত ঘৃণনীয় কাণ্ড, ১৫ বছৰীয়া কন্যাৰ সমুখতে লম্পটে মাতৃক….

মানসিকতা কোন দিশে অগ্ৰসৰ হৈছে একাংশ লোকৰ। ধিঙৰ দুটাকৈ ঘটনাই বৰ্তমানেও ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে সৰ্থেবাৰীৰ পৰা আহিছে মানৱসমাজৰ লজ্জানত কৰা ঘটনা।

গাভৰু কন্যাৰ সমুখতে মাতৃৰ সৈতে পাশৱিকতা। এক পাষণ্ডই মহিলাগৰাকীৰ স্বামীৰ অনুপস্থিতিৰ সুযোগ লৈ ১৫ বছৰীয়া কন্যাক গতা মাৰি কন্যাৰ সমুখতে মাতৃক ধৰ্ষণ কৰে।

বৰপেটাৰ সৰ্থেবাৰীত সংঘটিত হোৱা এই ঘটনাৰ পাছতে ভুক্তভোগী মহিলাই আৰক্ষীৰ ওচৰত গোচৰ তৰিছে। আৰক্ষীৰ ওচৰত দাখিল কৰা গোচৰ অনুসৰি পাষণ্ডৰ নাম ছহিদুল খান।

মাতৃ-কন্যাক প্ৰাণে মৰাৰ ভয়-ভাবুকীৰে এই দুষ্কাৰ্য সংঘটিত কৰে পাষণ্ড ছহিদুলে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ভুক্তভোগী মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে প্ৰায়ে ঘৰৰ পৰা আঁতৰত থাকে।

তাৰেই সুবিধা লৈ পাষণ্ড ছহিদুলে বহুদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল মহিলাগৰাকীক। কিন্তু বাৰে বাৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল মহিলাগৰাকীয়ে। যাৰ বাবে শেষত প্ৰতিশোধৰ আশাৰে ধৰ্ষণৰ পৰিকল্পনা কৰে পাষণ্ডই।

সেই অনুসৰি ঘটনাৰ দিনা ঘৰত স্বামী নথকা বুলি স্বামীৰ পৰাই কথাই কথাই জানি লৈ নিশা ঘৰৰ গৰু চোৰ হোৱা বুলি খবৰ কৰে। লগে লগে ঘৰৰ পৰা বাহিৰত থকা স্বামীয়ে পত্নীক খবৰ কৰে।

পত্নীয়ে কন্যাক লগত লৈ ঘৰৰ পৰা বাহিৰ ওলাই আহি গৰু চোৰ ধৰা পেলাবলৈ বুলি আহে। কিন্তু পূৰ্বৰে পৰা খাপ পিটি থকা পাষণ্ডই লগে লগে জপটিয়াই ধৰে। কন্যাই মাতৃক ৰক্ষা কৰিবলৈ অহাত কন্যাক গতা মাৰি পেলাই দি লগত থকা অস্ত্ৰৰে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। যি কাৰ্যত সামান্য আঘাতো পায় কন্যাই।

পাছত কন্যাৰ সমুখতে মাতৃক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে পাষণ্ড ছহিদুল খানে। স্বামী অহাত আৰক্ষীৰো কাষ চাপে ন্যায়ৰ বাবে । কিন্তু ঘটনাৰ দুমাহ ওকলি যোৱাৰ পাছতো দোষীক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Borpetarape caseRape case sarthebariSarthebari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?
অসম

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

September 26, 2026
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 
অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
Next Post
সিদ্ধি যোগৰ বাবে ৩ ৰাশিৰ লোকৰ জিলিকি উঠিব ভাগ্য, সোনকালেই ঠিক হ’ব বিয়া

সিদ্ধি যোগৰ বাবে ৩ ৰাশিৰ লোকৰ জিলিকি উঠিব ভাগ্য, সোনকালেই ঠিক হ'ব বিয়া

দৈনিক ৰাশিফল- আজি এই ২ ৰাশিৰ লোকৰ সৌভাগ্যই আহি চুমা দিব ভৰিত, মা লক্ষ্মীৰ কৃপা থাকিব

দৈনিক ৰাশিফল- আজি এই ২ ৰাশিৰ লোকৰ সৌভাগ্যই আহি চুমা দিব ভৰিত, মা লক্ষ্মীৰ কৃপা থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.