• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক

এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক

4 years ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

3 hours ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

3 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

4 hours ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

5 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

6 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

7 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

8 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

9 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

9 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক

editor by editor
August 12, 2021
in অপৰাধ
0
এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ধর্ষণ— কাকতে, টিভিয়ে সততে শুনিবলৈ পোৱা এটা শব্দ। এই শব্দটোৱেই এটা বিশ্বজুৰি আতংকৰ কাৰণ হৈ পৰিছে। সমাজৰ মাৰাত্মক ব্যাধিৰূপে চিহ্নিত হৈছে ধর্ষণকার্য। এচাম বিকৃত মানসিকতাৰ লোকৰ কবলৰ পৰা সাৰি যাব পৰা নাই ফুলকুমলীয়া শিশু। সাৰিব পৰা নাই কিশোৰী, যুৱতী তথা বয়স্থ মহিলা৷ ধর্ষণকাৰীৰ বিৰুদ্ধে ভাৰতকে ধৰি বিভিন্ন দেশত কঠোৰতম শাস্তিৰ বিধান আছে যদিও সেই শাস্তিক ভ্ৰূক্ষেপ নকৰি সময়-সুযোগ পালেই এচামে উদ্যত হৈ উঠে এনে জঘন্য কর্মৰ বাবে ৷ যাৰ ফলত দিনক দিনে বৃদ্ধি পাব ধৰিছে ধর্ষণৰ ঘটনা। গতিকে এনে জঘন্য অপৰাধ নির্মূল কৰাৰ বাবে শিশুক যৌন আতিশায্য চলোৱাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগৰ পদক্ষেপ গ্ৰহণ কৰিছে কাজাখাস্তানে৷ দেশখনত শিশুক যৌন উৎপীড়ন চলোৱা অপৰাধীক নপুংসক বনাই আছে৷ আনকি যৌন অপৰাধীক সতর্ক কৰাৰ বাবে প্ৰশাসনে গণমাধ্যমৰ জৰিয়তে প্ৰচাৰো চলাইছে৷ বিট্ৰেইনৰ কাকত ‘ডেইলি মেইল’ৰ ৰিপোর্ট অনুসৰি কাজাখাস্তানত নিয়মিতভাৱে এনে অপৰাধীক ইনজেকচনৰ জৰিয়তে নপুংসক বনোৱা হৈ আছে৷ জে’লত দীর্ঘদিনীয়া শাস্তি ভোগ কৰাৰ পিছতো ইয়াৰ পৰা হাত সাৰিব পৰা নাই শিশুক যৌন উৎপীড়ন চলোৱা অপৰাধী৷ জে’লৰ পৰা বাহিৰ ওলোৱাৰ পিছতো এনে অপৰাধীক ইনজেকচন দিয়াৰ বিধান কৰা হৈছে৷ নপুসংক বনোৱা এজন অপৰাধীয়ে ইনজেকচন লোৱাৰ পিছত টেলিভিচনৰ পর্দাত ইয়াক বর্বৰ খাখ্যা দিছে আৰু এই প্ৰক্ৰিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী জনাইছে৷ তেওঁ কয় যে তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰুকো এই শাস্তি দিয়াতো নিবিচাৰে৷ আন এজন অপৰাধীয়ে টেলিভচনৰ সন্মুখত কয়— ‘মই দুখিত যে মই এনেকুৱা অপৰাধ কৰিছো৷ মই মোৰ উদাহৰণৰ দ্বাৰা অন্য পুৰুষক ক’ব বিচাৰো যে এনেকুৱা ভয়ানক অপৰাধ কৰিব নালাগে৷ মই তেওঁলোকক ক্ষমা ভিক্ষা বিচাৰিছো, যিয়ে নপুংসক বনোৱাৰ আদেশ দিছে, তেওঁ এই আদেশ প্ৰত্যাহাৰ কৰা উচিত৷ মোৰ বয়স বহুত কম৷’ স্কুলীয়া ছাত্ৰী বলাৎকাৰ কৰা এজন ৫০ বছৰীয়া অপৰাধীয়ে নপুংসক বনোৱা এই শাস্তিৰ বিষয়ে জানি হুক হুকাই কান্দি উঠিছে৷ কেৱল এয়াই নহয় এনেকুৱা অপৰাধী জে’লৰ পৰা ৰেহাই হোৱাৰ পিছত তেওঁলোকৰ ফটো, নাম আৰু ঠিকনা প্ৰকাশ কৰাৰো আইনী বিধান আছে৷ কাজাখাস্তান চৰকাৰৰ দাবী যে এই কঠোৰ শাস্তিৰ বিধানৰ বাবে দেশখনত শিশুৰ ওপৰত হোৱা যৌন উৎপীড়নৰ ঘটনা ১৫ শতাংশ নিম্নগামী হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24impotentrape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ
অপৰাধ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

December 12, 2025
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি
অপৰাধ

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

October 30, 2025
Next Post
এটি শিশুৰ আশ্চর্যজনক ৰিপোর্টিং। ভিডিঅ’টি শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে, চাওক VIDEO

এটি শিশুৰ আশ্চর্যজনক ৰিপোর্টিং। ভিডিঅ’টি শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে, চাওক VIDEO

১ বছৰত ২২ গ্ৰাম লিপষ্টিক খাই এগৰাকী মহিলাই

১ বছৰত ২২ গ্ৰাম লিপষ্টিক খাই এগৰাকী মহিলাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.