• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী

ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী

4 years ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

42 minutes ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

1 hour ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

2 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

2 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

2 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

3 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

3 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

4 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

6 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

6 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

7 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী

editor by editor
June 13, 2022
in বিজ্ঞান, ভাৰত
0
ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে মধ্যপ্ৰদেশত এটা বিৰল ডাইনোছৰৰ কণী আৱিষ্কাৰ কৰিছে যাৰ ভিতৰত আন এটা কণী আছে। এক বিবৃতিত কোৱা হৈছে যে এনে জীৱাশ্ম ইতিহাসত সম্ভৱতঃ প্ৰথমবাৰৰ ইয়াৰ আৱিষ্কাৰ কৰা হৈছে।

গৱেষকসকলৰ মতে এই আৱিষ্কাৰ ‘বিৰল আৰু গুৰুত্বপূৰ্ণ’ কাৰণ এতিয়ালৈকে সৰীসৃপৰ ‘কণীৰ মাজত কণী থকা’ এনে কণী পোৱা হোৱা নাছিল। ছাইন্টিফিক ৰিপ’ৰ্টছ নামৰ আলোচনীখনৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পাইছে এই আৱিষ্কাৰৰ তথ্য।

ইয়াৰ লগতে আৰু কোৱা হৈছে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ বাগ অঞ্চলত এই অস্বাভাৱিক টাইটান’ছ’ৰিড ডাইনোছৰৰ কণী পোৱা গৈছিল আৰু ই ডাইনোছৰৰ প্ৰজনন জৈৱিক বিজ্ঞান কচ্ছপ, টিকটিকি বা কুমিৰ আৰু চৰাইৰ সৈতে একে আছিল নে নাই সেইটো বুজিবলৈ সহায়ক হ’ব পাৰে।

লগতে পঢ়ক বিপদে লগ এৰা নাই বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক! পুনৰ কলকতা আৰক্ষীৰ চমন

উল্লেখ্য যে মধ্য ভাৰত দীৰ্ঘদিন ধৰি ডাইনোছৰৰ জীৱাশ্মৰ বাবে পৰিচিত। গৱেষকসকলে বাগ চহৰৰ সমীপৰ পাদল্যা গাঁৱৰ ওচৰত টাইটান’ছ’ৰাইড ছ’ৰ’পড প্ৰজাতিৰ ডাইনোছৰৰ বাহ বিচাৰি উলিয়াই আৰু এই বাহবোৰৰ অধ্যয়নৰ সময়ত গৱেষকসকলে এই অস্বাভাৱিক কণী আৱিষ্কাৰ কৰে।

বিবৃতি অনুসৰি গৱেষকসকলে এই অস্বাভাৱিক কণীসহ মুঠ ১০ টা ডাইনোছৰৰ বাহ আৱিষ্কাৰ কৰিছে। এই অস্বাভাৱিক কণীৰ ওপৰত এটাৰ ওপৰত দুটা তৰপ আছিল আৰু ই কিছু অন্যতকৈ পৃথক আছিল। বাহত পোৱা এই কণী আৰু অন্যান্য কণীৰ গঠন একেধৰণৰ অণুবীক্ষণিক আছিল আৰু ইয়াক টাইটান’ছ’ৰিড ছ’ৰ’পড ডাইনোছৰৰ কণী হিচাপে চিনাক্ত কৰা হৈছিল।

দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষক তথা গৱেষণা পত্ৰখনৰ মুখ্য লেখক ডাঃ হৰ্ষ ধীমানে কয় যে টাইটান’ছ’ৰিডৰ বাহৰ পৰা এটা কণীৰ ভিতৰত আন এটা কণী পোৱাৰ ফলত ছ’ৰ’পড ডাইনোছৰৰ ‘অভিডাক্ট’ গঠনত এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamdinosaurDU
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা
জীৱনশৈলী

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

March 27, 2026
Next Post
বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

কাৰোবাৰ শৰীৰত ৰং কাৰোবাৰ শৰীৰত নাই! এই উলংগ চাইকেল ৰেলী হৈছিল ক’ত?

কাৰোবাৰ শৰীৰত ৰং কাৰোবাৰ শৰীৰত নাই! এই উলংগ চাইকেল ৰেলী হৈছিল ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.