• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব’হাগৰ প্ৰথম দিনাই ৩টা শুভযোগ! নৱবৰ্ষই আনিব ৫ৰাশিলৈ ভাল দিনৰ বাৰ্তা 

ব’হাগৰ প্ৰথম দিনাই ৩টা শুভযোগ! নৱবৰ্ষই আনিব ৫ৰাশিলৈ ভাল দিনৰ বাৰ্তা 

2 years ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

37 minutes ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

54 minutes ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

2 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

2 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

3 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

3 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

4 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

4 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

4 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

5 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

5 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব’হাগৰ প্ৰথম দিনাই ৩টা শুভযোগ! নৱবৰ্ষই আনিব ৫ৰাশিলৈ ভাল দিনৰ বাৰ্তা 

editor by editor
April 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ব’হাগৰ প্ৰথম দিনাই ৩টা শুভযোগ! নৱবৰ্ষই আনিব ৫ৰাশিলৈ ভাল দিনৰ বাৰ্তা 
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চ’ত সংক্ৰান্তিৰ পাছৰ দিনটোৰ পৰাই আৰম্ভ হয় অসমীয়াৰ নৱবৰ্ষ। অর্থাত্‍ সূৰ্যই সেই দিনটোত মেষ ৰাশিত প্ৰৱেশ কৰে। পিছদিনাখনৰ পৰা আৰম্ভ হয় নতুন বছৰ। অর্থাত্‍ ১ ব’হাগ। বৈদিক পঞ্জিকা অনুসৰি চ’ত মাহৰ পৰা নতুন বছৰ আৰম্ভ হ’লে অসমীয়া কেলেণ্ডাৰত নতুন বছৰ আৰম্ভ হয় ব’হাগ মাহৰ পৰা।

নৱবৰ্ষৰ প্ৰথম দিনটোক মানুহ বিহু হিচাপে পালন কৰে প্ৰতিজন অসমীয়াই। ১৪ এপ্ৰিল দেওবাৰে এইবাৰ মানুহ বিহু। বছৰৰ প্ৰথম দিনটোক ধুমধামেৰে পালন কৰিব অসমীয়াই। এই বছৰৰ পঞ্জিকা অনুসৰি নৱবৰ্ষৰ প্ৰথম দিনটোতেই আছে তিনিটা শুভ যোগ। এই দিনটোত থকা তিনি শুভ যোগ হৈছে ত্ৰিপুষ্কৰ যোগ, ৰবি যোগ আৰু সুকৰ্ম যোগ। প্ৰথম ব’হাগত এইসমূহ শুভ যোগ থকাৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটোতেই ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ। সৌভাগ্যৰ তুংগত থাকিব কেইটামান ৰাশি।

মেষ ৰাশি

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই আৰ্থিক সৌভাগ্য লাভ কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে। এই সময়ত সুকৰ্ম যোগৰ প্ৰভাৱত আয় বাঢ়িব আপোনাৰ। দাম্পত্য় জীৱনো সুখকৰ হ’ব। নিজৰ কামৰ পথত আপোনাৰ বাধা আহিলেও দূৰ হ’ব। অৱশ্য়ে বাহিৰা ব্যক্তিৰ আগত মনৰ কথা খুলি নক’ব। ব্য়ৱসায় কৰি থকাসকলে বছৰৰ প্ৰথম দিনা মোটা অংকৰ ধন লাভ কৰিব।

কৰ্কট ৰাশি

কর্কট ৰাশিৰ জাতকে প্ৰথম ব’হাগৰ প্ৰথম দিনটোত সুখৰ সময় কটাব। ইয়াৰোপৰি বছৰৰ প্ৰথম দিনটোত বন্ধুৰ সৈতেও আনন্দ কৰিবলৈ ওলাই যাব পাৰে। বন্ধু পৰিয়ালৰ সৈতে সু-সময় কটাব। চাকৰিৰ সন্ধানত থকাসকলে ৰবি যোগৰ শুভ প্ৰভাৱত চাকৰি লাভ কৰিব পাৰে।

কন্য়া ৰাশি

দেৱী দুৰ্গাৰ আশীৰ্বাদত বাংলা নৱবৰ্ষৰ প্ৰথম দিনটো দুৰ্দান্ত হ’ব কন্যা ৰাশিৰ জাতকৰ। পূৰ্বে কৰা ভুলৰ পৰা আপুনি শিক্ষা ল’ব। প্ৰথম বহাগৰ দিনটোত সন্তানৰ পৰা সুখবৰ পাব পাৰে। আৱেগত কোনো সিদ্ধান্ত নল’ব। কন্যা ৰাশিৰ জাতকে প্ৰথম বহা’গৰ দিনটোত নতুন কামৰ পৰিকল্পনা কৰিব পাৰে।

বৃশ্চিক ৰাশি

প্ৰথম বহাগত ত্ৰিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। পৰিয়ালৰ সৈতে সু-সময় কটাব। বছৰৰ প্ৰথম দিনটোতেই সম্পত্তি লাভৰো যোগ আছে বৃশ্চিক ৰাশিৰ জাতকৰ। নিজৰ কামত আপুনি অন্যৰ সহায় পাব পাৰে। বিনিয়োগৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব পাৰে।

কুম্ভ ৰাশি

বহাগৰ প্ৰথম দিনটোত কুম্ভ ৰাশিৰ জাতকে ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব পাৰে। মা দূৰ্গাৰ কৃপাত আপোনাৰ ভাগ্য়োন্নতি হ’ব। এই দিনটোত যি কামতেই হাত নিদিয়ক কিয় সফলতা আহিবই। পৰিয়ালৰ সদস্যসকলৰ সৈতে পূজা অৰ্চনা কৰি দিনটো কটাব পাৰে। সন্ধিয়াৰ সময়ত কোনো সুখবৰ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য় জীৱনত মাধুৰ্যতা বৰ্তি থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

March 23, 2026
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম
জীৱনশৈলী

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

March 23, 2026
Next Post
৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক

৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক

ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.