• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক

৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

6 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

6 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

7 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

8 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

9 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

9 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

9 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

10 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

11 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

11 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক

editor by editor
April 12, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশলৈ আহি আছে এলন মাস্ক। ভাৰতত ৪৮ ঘণ্টা থাকিব এলন মাস্ক। এই ৪৮ঘণ্টাৰ ভিতৰতেই ডাঙৰ কোনো বিনিয়োগৰ ঘোষণা কৰিব পাৰে মাস্কে বুলি বহুতেই ধাৰণা কৰিছে। টেছলা আৰু ষ্টাৰলিংকক লৈ আলোচনা কৰিবলৈকে ভাৰতলৈ আহিছে বুলিও একাংশ সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ মাজতেই ষ্টাৰলিংকক লৈ বিগত দিনত প্ৰচুৰ চৰ্চা চলিছে। আন্তৰ্জাতিক বজাৰত এই পৰিসেৱা ইতিমধ্যেই আৰম্ভ হৈছে। ভাৰততো ষ্টাৰলিংক আৰম্ভ হ’ব বুলি একাংশই চৰ্চা চলাইছে। আগন্তুক ২১ এপ্ৰিল আৰু ২২ এপ্ৰিলত ভাৰতত থাকিব এলন মাস্ক। চৰকাৰী কৰ্মচাৰী আৰু অন্যান্য উদ্যোগী কেইগৰাকীমানৰ সৈতে বাৰ্তালাপত মিলিত হ’ব মাস্ক। মাস্কে লগ ধৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো।

১০ এপ্ৰিলত এক্স প্লেটফৰ্মত মোদীৰ সৈতে লগ ধৰাৰ ইচ্ছা থকা বুলি প্ৰকাশ কৰিছিল মাস্কে। তেওঁ পোষ্ট কৰিছিল, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে লগ কৰিম বুলি অপেক্ষাত আছো।’ সংবাদ সংস্থাৰ সূত্ৰমতে, ভাৰতত ২০০ৰ পৰা ৩০০ কোটি টকাৰ ব্য়ৱসায়ৰ শুভাৰম্ভ কৰি যাব পাৰে টেছলাৰ স্বত্ত্বাধিকাৰীয়ে।

একাংশৰ মতে এলন মাস্কৰ কোম্পানী টেছলাই ভাৰতত ইলেক্ট্ৰিক বাহন বিক্ৰি আৰম্ভ কৰিব পাৰে। কেৱল ভাৰতত উৎপাদন কৰাই নহয়, ভাৰতৰ পৰা এই ইলেক্ট্ৰিক বাহন বিশ্বৰ কেইবাখনো দেশলৈ ৰপ্তানীও হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ নতুন ইভি নীতিৰ সৈতে সামঞ্জস্য বৰ্তাই ৰাখি ভাৰতত ইভি বজাৰ আৰম্ভ কৰিবলৈ আগ্ৰহী এলন মাস্ক।

ইয়াৰ বাবে আমদানি কৰ ১০০ শতাংশৰ পৰা কমাই ১৫শতাংশ কৰিছে চৰকাৰে। টেছলাই ভাৰতত কমপক্ষেও ৪১৮ কোটি টকা বিনিয়োগ কৰিব পাৰে। ভাৰততেই এটা কাৰখানাও স্থাপন কৰিব পাৰে তেওঁ। নতুন ইভি পলিছি মানি বাহনৰ উৎপাদন বঢ়োৱাৰ পৰিকল্পনা আছে মাস্কৰ।

ইয়াৰোপৰি ষ্টাৰ লিংকক লৈয়ো মাস্কৰ আছে কেইবাটাও পৰিকল্পনা। কৃত্রিম উপগ্ৰহৰ মাধ্যমেৰে বিশ্বৰ প্ৰান্তীয় এলেকাসমূহত ইণ্টাৰনেট পঠিওৱাৰ ব্যৱস্থা কৰিব ষ্টাৰলিংকে। এই সুবিধা যদি ভাৰতত আৰম্ভ হয় তেন্তে গ্ৰাম্যাঞ্চলৰ বহু লোকেই উপকৃত হ’ব। ভাৰতৰ লাখ লাখ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এই পৰিসেৱাৰ সুবিধা লাভ কৰিব। কিন্তু বৰ্তমানলৈকে চৰকাৰৰ পৰা অনুমতি লাভ কৰা নাই মাস্কে।

উল্লেখ্য যে মাস্কৰ ভাৰত ভ্ৰমণে ষ্টাৰলিংক আৰু টেছলাক লৈ ভাল বাৰ্তা দেশবাসীক দি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ

৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.