• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

7 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

7 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

8 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

8 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

9 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

10 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

10 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

10 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

11 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

11 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

12 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 

editor by editor
April 12, 2024
in Uncategorized, জীৱনশৈলী, বিবিধ, ভাৰত
0
ধাৰ লৈ শোধ কৰি নকৰিলে নাৰায়ণে, নাৰায়ণে ধাৰ লোৱা ধন বিচাৰি প্ৰতিবছৰে এই মন্দিৰলৈ আহে কুবেৰ, জানি থওক এই কাহিনী 
0
SHARES
593
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰাখণ্ডক দেৱভূমি বুলি কোৱা হয়। ইয়াৰ পাৰ্বত্যভূমিতেই দেৱতাসকলে বাস কৰে বুলি বিশ্বাস। পাহাৰীয়া এই ৰাজ্যত আছে বহু মন্দিৰ আৰু সেই মন্দিৰসমূহৰ সৈতে জড়িত হৈ আছে নানান কাহিনী। এই সকলো মন্দিৰতেই বছৰি লাখ লাখ ভক্ত আহে। এই সকলোবোৰ মন্দিৰৰ ভিতৰত এটা হৈছে উত্তৰাখণ্ডৰ চামোলি জিলাৰ পাণ্ডকেশ্বৰ গাওঁত থকা কুবেৰ মন্দিৰ। এই মন্দিৰৰ সৈতে বিশেষ সংযোগ আছে এই স্থানৰ পৰা ১৮ কিঃমিঃ দূৰত অৱস্থিত বদ্ৰীনাথ ধামৰ।

বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ হ’লেই পাণ্ডকেশ্বৰৰ এই মন্দিৰতেই আছে কুবেৰৰ মূৰ্তি। প্ৰচলিত কাহিনী অনুসৰি সম্পদৰ দেৱতা কুবেৰৰ পৰা এবাৰ ধাৰ লৈছিল বিষ্ণুৱে। কিন্তু সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে বিষ্ণুৱে।  সেয়ে প্ৰতি বছৰে কুবেৰ দেৱে শ্ৰীবিষ্ণুৰ পৰা ধন উদ্ধাৰ কৰিবলৈ পঞ্চায়ত বহুৱাই।

প্রচলিত কাহিনি

স্থানীয় বাসিন্দাসকলৰ মুখে মুখে প্ৰচলিত কাহিনী অনুসৰি এবাৰ শ্ৰী বিষ্ণুৰ বিশেষ এটি কামৰ বাবে সম্পদৰ প্ৰয়োজন হৈছিল। সেয়ে কুবেৰৰ পৰা সেই সম্পদ তেওঁ ঋণ লৈছিল। ঋণ লৈ দিনৰ পাছত দিন বাগৰিল। কিন্তু বিষ্ণুৱে সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে। কুবেৰে তেতিয়া বুজিব পাৰিলে যে বিষ্ণুয়ে তেওঁৰ সম্পদ উভতাই নিদিয়ে। তেতিয়াই কুবেৰে সিদ্ধান্ত লয় যে, গ্ৰীষ্মকালত বদ্ৰী বিশালৰ মন্দিৰ খোলা হ’ব বিষ্ণুৱে ধাৰ লোৱা সম্পদ বদ্ৰী বিশালৰ পৰাই উভতাই ল’ব। সেয়ে প্ৰতিবছৰে কুবেৰৰ মূৰ্তি বদ্ৰীনাথ ধামলৈ অনা হয়। বদ্ৰী বিশালৰ সমান্তৰালকৈ কুবেৰ দেৱতাৰো তেতিয়াৰে পৰা পূজা হয়।

উল্লেখ্য় যে কুবেৰ হৈছে দেৱতাসকলৰ কোষাধ্য়ক্ষ। তেওঁ অলকা নগৰীৰ ৰজা। তেওঁক যক্ষসকলৰ ৰজা বুলি কোৱা হয়। ত্ৰিপুৰা বালাজি বা শ্ৰীভেঙ্কটেশ্বৰৰ বিয়াতো তেওঁ অৰ্থ দান কৰিছিল বুলিও কাহিনী প্ৰচলিত আছে। সেয়ে কুবেৰক নৱৰত্নৰ অধীশ্বৰো কোৱা হয়।

কুবেৰক সন্তুষ্ট কৰাৰ উপায়

নিয়মিত কুবেৰৰ মন্ত্ৰোচ্চাৰণ কৰিলে কুবেৰৰ আশীৰ্বাদ লাভ কৰে। কুবেৰৰ আশীৰ্বাদ লাভ কৰিলে ঘৰত যি সমূহ অভাৱ অনাটন থাকে দূৰ হয়। গণেশৰ মূৰ্তি, নাৰিকল, শংখ. মা লক্ষ্মীৰ ছবি আৰু বাহীঁ ঘৰত ৰখাটো শুভ। আপোনাৰ ঘৰত এইসমূহ সামগ্ৰী ৰাখিলে কুবেৰৰ আশীৰ্বাদ লাভ কৰিবই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ

৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ

বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই

বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.