• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই

বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই

2 years ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

27 minutes ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

2 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

5 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

6 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

6 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

7 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

7 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

8 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

10 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

10 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই

editor by editor
April 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই
0
SHARES
484
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত নৱৰাত্ৰি হৈছে অত্যন্ত মাহাত্ম্যপূৰ্ণ ধৰ্মীয় উত্‍সৱ। ৯দিন ধৰি দেৱী দূৰ্গাৰ ৯টা ৰূপৰ আৰাধনা কৰা হয় নৱৰাত্ৰিত। চ’ত নৱৰাত্ৰিৰ সপ্তমী, অষ্টমী, আৰু নৱমী তিথিত পালিত হয় বাসন্তী দূৰ্গা পূজা। এই সময়ত তিনি দিন ধৰি দেৱী দূৰ্গাৰ আৰাধনা কৰা হয়। বহু মানুহে ধূমধামেৰে মা দূৰ্গাৰ পূজা কৰে। বাসন্তী দুৰ্গাপূজাত দূৰ্গাৰ আশীৰ্বাদ লাভ কৰিবলৈ এই সময়ত কি কি কাম কৰাটো শুভ?

ঘৰ পৰিস্কাৰ কৰি ৰাখিব

বাসন্তী পূজাৰ পূৰ্বে নিজৰ ঘৰ-দুৱাৰ পৰিস্কাৰ কৰিব। কাৰণ এই সময়ত লক্ষ্মীয়ে ঘৰত বাস কৰে। আৰু লক্ষ্মী দেৱীয়ে পৰিচ্ছন্নতা ভালপায়। দূৰ্গা পূজাৰ এই সময়ত মা লক্ষ্মীক প্ৰসন্ন ৰাখিলে ঘৰলৈকো লক্ষ্মী আহে।

কলহ স্থাপন

বাসন্তী পূজা আৰম্ভ হোৱাৰ পূৰ্বে ষষ্ঠী তিথিত ঘৰত ঘট বা কলহ স্থাপন কৰিব পাৰে। যি স্থানত কলহ স্থাপন কৰিব তাৰ চৌপাশে হালধীয়া কাপোৰ পাৰি থ’ব। ইয়াৰ ফলত ঘৰত পজিটিভ এনাৰ্জি বৰ্তি থাকিব।

মা দুর্গাৰ আৰাধনা

জ্যোতিষশাস্ত্ৰত এই দিশটো হৈছে অত্য়ন্ত গুৰুত্বপূৰ্ণ। দেৱীৰ প্ৰিয় দিশ হৈছে দক্ষিণ। মা দূৰ্গাৰ আৰাধনা কৰিলে আপোনাৰ মুখ যেন দক্ষিণ দিশ বা পূব দিশত থাকে সেই কথাটোত নজৰ দিব। ইয়াৰ ফলত আপোনাৰ মনত শান্তি আৰু শুভ চিন্তা বৰ্তি থাকিব।

স্বস্তিক চিহ্ন

হিন্দু ধৰ্মত স্বাস্তিক চিহ্ন বিশেষ শুভ আৰু মাহাত্ম্যপূৰ্ণ। কোনো শুভ কামৰ পূৰ্বে হিন্দু ধৰ্মত স্বাস্তিক চিহ্ন অঁকাৰ ৰীতি প্ৰচলিত আছে। বাসন্তী দুৰ্গা পূজা আৰম্ভ হোৱাৰ পূৰ্বে ঘৰৰ দেৱালৰ উপযুক্ত স্থানত স্বাস্তিক চিহ্ন অৱশ্যেই আঁকক। এই স্বাস্তিক আপুনি হালধী বা সেন্দুৰেৰেও আঁকিব পাৰে।

শাৰীৰিক শুদ্ধতা

বাসন্তী পূজাৰ এইকেইটা দিন শাৰীৰিক শুদ্ধতা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। এই সময়ত চুলি আৰু নখ কটা শাস্ত্ৰমতে নিষেধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
Next Post
হাজাৰ হাজাৰবাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছে, কমি গৈছে বয়স, মহাকাশৰ পৰা পৃথিৱীলৈ আহি দেখিছিল নিজৰ দেশেই হেৰাই গ’ল পৃথিৱীৰ মানচিত্ৰৰ পৰা, কিন্তু কেনেকৈ?

হাজাৰ হাজাৰবাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছে, কমি গৈছে বয়স, মহাকাশৰ পৰা পৃথিৱীলৈ আহি দেখিছিল নিজৰ দেশেই হেৰাই গ’ল পৃথিৱীৰ মানচিত্ৰৰ পৰা, কিন্তু কেনেকৈ?

মেষ আহিছে সূৰ্যলৈ, এই মাহত ভাগ্য উজ্বলিব ৫ ৰাশিৰ, বাকীসকলৰ কি হ’ব?

মেষ আহিছে সূৰ্যলৈ, এই মাহত ভাগ্য উজ্বলিব ৫ ৰাশিৰ, বাকীসকলৰ কি হ'ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.