• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ

৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

7 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

7 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

8 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

8 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

9 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

9 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

10 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

10 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

11 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

11 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

12 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ

editor by editor
April 12, 2024
in বিবিধ, বিশ্ব, লেখা
0
৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণ কৰিব ইৰানে? ভাৰতীয়সকলক দুই দেশলৈ নাযাবলৈ পৰামৰ্শ কেন্দ্ৰৰ
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইলৰ ওপৰত আক্ৰমণ চলাব ইৰাণে! এই দাবী কৰিছে আমেৰিকাৰ এক সূত্ৰই। সেই খবৰ প্ৰকাশ হোৱাৰ লগে লগেই ভাৰত চৰকাৰেও জাৰি কৰিছে সতৰ্কবাৰ্তা।  শুকুৰবাৰে বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক বিবৃত্তি জাৰি কৰি ভাৰতীয়সকলক ইজৰাইল আৰু ইৰাণ কোনো কাৰণতে নাযাব বুলি পৰামৰ্শ আগবঢ়াইছে।

ইৰাণ-ইজৰাইলত ভাৰতীয়সকলক যাবলৈ নিষেধাজ্ঞা জাৰি কৰাৰ ওপৰিও দুই দেশত থকা ভাৰতীয়সকলকো সতৰ্ক কৰি দিছে বিদেশ মন্ত্ৰণালয়ে। ইজৰাইল আৰু ইৰাণত বসবাস কৰা ভাৰতীয়সকলে অবিলম্বে ভাৰতীয় দূতবাসৰ সৈতে যোগাযোগ কৰক বুলিও বিবৃত্তিত প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰণালয়ে। ভাৰতীয়সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ।

হামাছৰ সৈতে ইজৰাইলৰ সংঘাতৰ মাজত সোমাই পৰিছে ইৰাণ। ইজৰাইল আৰু ইৰাণে বৰ্তমান পৰ্যন্ত মুকলিকৈ যুদ্ধৰ ঘোষণা কৰা নাই। চিৰিয়াৰ ৰাজধানী দামাস্কাত অৱস্থিত ইৰানি দূতবাসত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল ইজৰাইলৰ সামৰিক বাহিনীৰ বিৰুদ্ধে। সেই ক্ষেপণাস্ত্ৰ আক্ৰমণত মৃত্যু হৈছিল ৭জনকৈ লোকৰ। তেওঁলোকৰ মাজত আছিল ইৰাণৰ সামৰিক বাহিনীৰ দুগৰাকী জেনেৰেলো।

এই ঘটনা প্ৰকাশলৈ অহাৰ পাছতেই ইজৰাইলৰ ওপৰত আক্ৰমণৰ হুংকাৰ দিছিল তেহৰানেও। কেৱল সেয়াই নহয়, এই দ্বন্দৰ পৰা ইজৰাইলৰ বন্ধু দেশ আমেৰিকাকো আঁতৰি থাকিবলৈ বাৰ্তা দিছে ইৰান চৰকাৰে। শুকুৰবাৰে ৱাল ষ্ট্ৰিট জাৰ্নেলত প্ৰকাশ হোৱা মতে,  আমেৰিকাৰ এগৰাকী উচ্চপদস্ত বিষয়াক জনোৱা অনুসৰি ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ চলাব পাৰে। উত্তৰ আৰু দক্ষিণ ইজৰাইল আক্ৰমণ কৰিব পাৰে তেহৰানে। ৪৮ঘণ্টাৰ মাজত এই আক্ৰমণৰ ঘটনা ঘটিব পাৰে ৱাল ষ্ট্ৰিট জাৰ্নেলে প্ৰকাশ কৰিছে। সেই খবৰ প্ৰকাশ হৈছে আমেৰিকা, ফ্ৰান্স, জাৰ্মানীৰ দৰে দেশসমূহে এতিয়া তাৰ নাগৰিকসকলক সতৰ্ক কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই

বাসন্তী পূজা, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই কাম কৰিবই

হাজাৰ হাজাৰবাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছে, কমি গৈছে বয়স, মহাকাশৰ পৰা পৃথিৱীলৈ আহি দেখিছিল নিজৰ দেশেই হেৰাই গ’ল পৃথিৱীৰ মানচিত্ৰৰ পৰা, কিন্তু কেনেকৈ?

হাজাৰ হাজাৰবাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছে, কমি গৈছে বয়স, মহাকাশৰ পৰা পৃথিৱীলৈ আহি দেখিছিল নিজৰ দেশেই হেৰাই গ’ল পৃথিৱীৰ মানচিত্ৰৰ পৰা, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.