• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱপঞ্চম ৰাজযোগৰ সুফল পাব ৫ৰাশিয়ে, জীৱনত হঠাৎ উন্নতি এইকেইটা ৰাশিৰ

নৱপঞ্চম ৰাজযোগৰ সুফল পাব ৫ৰাশিয়ে, জীৱনত হঠাৎ উন্নতি এইকেইটা ৰাশিৰ

1 year ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

17 minutes ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

37 minutes ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

2 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

3 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

4 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

5 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

7 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

7 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

8 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱপঞ্চম ৰাজযোগৰ সুফল পাব ৫ৰাশিয়ে, জীৱনত হঠাৎ উন্নতি এইকেইটা ৰাশিৰ

নৱপঞ্চম ৰাজযোগৰ সুফল পাব ৫ৰাশিয়ে, জীৱনত হঠাৎ উন্নতি এইকেইটা ৰাশিৰ

editor by editor
November 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নৱপঞ্চম ৰাজযোগৰ সুফল পাব ৫ৰাশিয়ে, জীৱনত হঠাৎ উন্নতি এইকেইটা ৰাশিৰ
0
SHARES
760
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৯ নৱেম্বৰ ২০২৪ মঙলবাৰে চন্দ্ৰই দিনজুৰি মিথুন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ কৃষ্ণা চতুৰ্থী তিথি৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে বৃশ্চিক ৰাশিত৷ কাইলৈ বিয়লি ৫ ৫বাজি ২৮ মিনিট পৰ্যন্ত চতুৰ্থী থাকিব৷ তাৰপাছতেই পৰিছে কৃষ্ণা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ নৱপঞ্চম ৰাজযোগ, সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ আছে৷ কাইলৈ দিনজুৰি থাকিব প্ৰথমে আৰ্দ্ৰা আৰু পাছত পুৰ্নবাসু নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকা৷

মেষ ৰাশি

আঘোণৰ কৃষ্ণা চতুৰ্থী তিথি অত্যন্ত লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ আপোনাৰ মনত শুভ চিন্তা থাকিব৷ কোনো নতুন প্ৰকল্পত হাত দিয়াৰ বাবে এই দিনটো শুভ৷ নিজৰ চিন্তা আৰু কামেৰে কাইলৈ বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ নিজৰ উপাৰ্জন কাইলৈ বহু পৰিমানে বৃদ্ধি পাব৷ মেষ ৰাশিৰ জাতকে কেৰিয়াৰত উন্নতি কৰিব৷

কৰ্কট ৰাশি

মঙলবাৰে বেছ লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ নিজৰ পেছাগত জীৱনত বিশেষ সাফল্য অৰ্জন কৰিব আপুনি৷ কাইলৈ হনুমানৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷ নিজৰ ইচ্ছাশক্তিৰ জোৰত কাইলৈ বহু সমস্যাই সমাধান কৰিব পাৰিব আপুনি৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ’ব কৰ্কট ৰাশিৰ জাতকে৷

তুলা ৰাশি

কাইলৈ ১৯ নৱেম্বৰৰ দিনটো সাফল্যৰে ভৰা হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ ব্যৱসায়ীসকলে কাইলৈ মোটা অংকৰ আৰ্থিক লাভ কৰিব পাৰে৷ কাইলৈ বিনিয়োগ কৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ নিজৰ ভৱিষ্যতক আৰ্থিকভাৱে সুৰক্ষিত কৰাৰ বাবে কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ কাৰ্যালয়ৰ সহকৰ্মী আৰু বছৰ সৈতে আপোনাপ সম্পৰ্ক ভালে থাকিব৷

ধনু ৰাশি

কাইলৈ নৱপঞ্চম ৰাজযোগৰ শুভ প্ৰভাৱ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ হঠাৎ কিছু অৰ্থ লাভ হোৱাৰ যোগ আছে৷ উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভ কৰিব পাৰে৷ কাৰ্যালয়ত কাইলৈ কোনো সুখবৰ পাব পাৰে ধনু ৰাশিৰ জাতকে৷ পূৰ্বৰ কোনো অসুখ থাকিলে এইবাৰ দূৰ হ’ব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে অতিৰিক্ত কামৰ দায়িত্ব আৰু প্ৰতিপত্তি লাভ কৰিব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ সাধ্য যোগত ধন লাভ কৰাৰ সম্ভাৱনা আছে কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি স্থাৱৰ আৰু অস্থাবৰ সম্পত্তি লাভ কৰিব পাৰে৷ ৰৈ থকা ধন কাইলৈ বজৰংবলীৰ আশীৰ্বাদত উভতাই পাব কুম্ভ ৰাশিৰ জাতকে৷ বন্ধুৰ পৰা কোনো শুভ সংবাদ পাব পাৰে আপুনি৷ নিজৰ কেৰিয়াৰ সংক্ৰান্তিয় কোনো বৃহৎ সিদ্ধান্ত ল’ব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক
বাণিজ্য

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
Next Post
৫ বছৰতেই পাব ৫লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম কি জানেনে?

৫ বছৰতেই পাব ৫লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম কি জানেনে?

আজি আন্তৰ্জাতিক পুৰুষ দিৱস, পুৰুষ হিচাপে কেনে চৰিত্ৰ কোন ৰাশিৰ?

আজি আন্তৰ্জাতিক পুৰুষ দিৱস, পুৰুষ হিচাপে কেনে চৰিত্ৰ কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.