• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

1 year ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

29 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

56 minutes ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

2 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

2 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

3 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

4 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

5 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

6 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

8 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

8 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

editor by editor
February 28, 2025
in জীৱনশৈলী
0
মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি
0
SHARES
9.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু ঠিক দুদিন পাছতেই শুক্ৰ গ্ৰহই মাৰ্গীদশা এৰি বক্ৰী হ’ব৷ অৰ্থাৎ নিজৰ কক্ষপথ এৰি ওলোটা দিশত ঘূৰিব শুক্ৰই৷ প্ৰতি ১৮ মাহৰ অন্তৰে অন্তৰে এই গ্ৰহৰ বক্ৰী চলন আৰম্ভ হয়৷ ২মাৰ্চত শুক্ৰই মীন ৰাশিত বিপৰীতমুখী চলন আৰম্ভ কৰিব৷ সুখ সমৃদ্ধিৰ কাৰক গ্ৰহ শুক্ৰৰ অধিপতি হৈছে মা লক্ষ্মী৷ জ্যোতিষ গণনা অনুসৰি শুক্ৰ বক্ৰী হ’লে নানান দিশৰ পৰা সুখ সৌভাগ্য লাভ কৰিব ৫ ৰাশিৰ জাতকে৷ জানি থওক বক্ৰী শুক্ৰৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

শুক্ৰ বক্ৰী হ’লে তাৰ শুভ প্ৰভাৱ পৰিব বৃষ ৰাশিৰ জাতকৰ ওপৰত৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ৷ এই সময়ত পৰিয়াল বা বন্ধু বান্ধৱৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই সময় ভাল৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকেও সুফল পাব পাৰে৷ ব্যক্তিগত জীৱনত সুখ শান্তি থাকিব৷

কৰ্কট ৰাশি

বক্ৰী শুক্ৰৰ প্ৰভাৱত সন্মান লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জনপ্ৰিয়তাই আকাশ চুব৷ আৰ্থিকভাৱেও বৃহৎ লাভ কৰাৰ সুযোগ পাব৷ নানান দিশৰ পৰা অৰ্থ উপাৰ্জন কৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ অফিচত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা সকলোৱে কৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ সেয়ে এই গ্ৰহ বক্ৰী হ’লে তাৰ সুপ্ৰভাৱ পৰিব তুলা ৰাশিৰ ওপৰত৷ আপুনি বিদেশ যোৱাৰ চেষ্টা কৰিলে এই সময়ত সাফল্য পাব পাৰে৷ অফিচত সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ ধৰি ৰাখিবলৈ চেষ্টা কৰক৷ অন্যথা লক্ষ্যৰ কাষত উপনীত হৈয়ো ব্যৰ্থ হ’ব পাৰে৷

বৃশ্চিক ৰাশি

মাৰ্চৰ আৰম্ভণিতেই বৃহৎ আৰ্থিক সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ নানান দিশৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰে৷ বন্ধুৰ সৈতে ভাল সময় কটাব৷ দৰকাৰী কামত বন্ধুৰ সাহাৰ্য্য পাব পাৰে৷ বিয়াৰ কথা আগবাঢ়িব পাৰে৷ জীৱনত উন্নতি আৰু সমৃদ্ধি আহিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক শুক্ৰৰ ওলোটা চলনত প্ৰভাৱিত হ’ব৷ নিজৰ উপাৰ্জন বহু পৰিমানে বাঢ়িব৷ শ্বপিঙৰ নামত মোটা টকা খৰচ কৰিব পাৰে৷ টকা আহিলেও হাতলৈ টকা নাথাকিব৷ চেষ্টা কৰক বাজেটত খৰচ কৰিবলৈ৷ যিসকলে চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিছে বাজেট কৰি খৰচ কৰক৷ যিসকলে চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিছে এই সময় তেওঁলোকে বাবে শুভ৷ জীৱনত সুখ থাকিব৷ ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

March 20, 2026
Next Post
ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?

ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.