• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেপো ৰেট ৫০ বেচিচ পয়েণ্ট কমালে RBIয়ে! গৃহঋণ, পাৰ্ছনেল ঋণৰ কিস্তি কিমান কমিল? জানি থওক হিচাপ

ৰেপো ৰেট ৫০ বেচিচ পয়েণ্ট কমালে RBIয়ে! গৃহঋণ, পাৰ্ছনেল ঋণৰ কিস্তি কিমান কমিল? জানি থওক হিচাপ

1 year ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

7 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

7 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

8 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

9 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

9 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

10 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

12 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

12 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

13 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

14 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

15 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰেপো ৰেট ৫০ বেচিচ পয়েণ্ট কমালে RBIয়ে! গৃহঋণ, পাৰ্ছনেল ঋণৰ কিস্তি কিমান কমিল? জানি থওক হিচাপ

ৰেপো ৰেট ৫০ বেচিচ পয়েণ্ট কমালে RBIয়ে! গৃহঋণ, পাৰ্ছনেল ঋণৰ কিস্তি কিমান কমিল? জানি থওক হিচাপ

editor by editor
June 6, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
ৰেপো ৰেট ৫০ বেচিচ পয়েণ্ট কমালে RBIয়ে! গৃহঋণ, পাৰ্ছনেল ঋণৰ কিস্তি কিমান কমিল? জানি থওক হিচাপ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
কিছু অপ্ৰত্যাশিতভাৱেই ৰেপো ৰেট ৫০ বেছিছ পয়েণ্ট কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ ইয়াৰ ফলত ৰেপো ৰেট কমোৱা হৈছে ৫.৫ শতাংশ৷ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকসমূহক যি হাৰত সুদ দিয়ে তাকেই কোৱা হয় ৰেপো ৰেট৷ আৰ বি আইৰ গভৰ্নৰে জনাইছে যে মুদ্ৰাস্ফীতিৰ হাৰ নিয়ন্ত্ৰণৰ মাজত থকাৰ কাৰণেই ৰেপো ৰেট ইমান কমাই দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট কমোৱাত সাধাৰণ বেংকসমূহে সেই সাধাৰণ ঋণ গ্ৰহীতাকো ইএমআইৰ ধন কমাবলৈ বাধ্য হৈছে৷ ফলত ৰেপো ৰেট কমোৱা মানেই সাধাৰণ ই এম আইৰ সুদৰ হাৰ কমিল৷ ফলত দীৰ্ঘম্যাদি ভিত্তিত যিসকলে ঋণ লৈছে তেওঁলোকৰ মাহিলী কিস্তিৰ পৰিমাণো কিছু কমিছে৷ বিশেষকৈ গৃহঋণ, গাড়ী ক্ৰয়ৰ বাবে লোৱা ঋণ আৰু পাৰ্ছনেল ঋণৰ মাহিলী কিস্তি কিছু কমিছে৷

কিমান কমিব পাৰে EMI?

ধৰা হ’ল HDFC বেংকৰ পৰা কোনোৱে ৩০ বছৰৰ বাবে ৮.৭০ শতাংশ হাৰত ৫০ লাখ টকা ঋণ লৈছে? এই হিচাপত মাহিলী কিস্তি দিব লাগে ৩৯,১৩৬ টকা৷ ৫০ বেচিচ পয়েণ্ট কমোৱাৰ পাছত সুদৰ হাৰ হব ৮.২০শতাংশ৷ ইয়াৰ ফলত নতুন EMI হব ৩৭৩৪৬ টকা৷ ফলত মাহিলী ৰেহাই হব ১৭৯০ টকা৷ বাৰ্ষিক ৰেহাই হব ২১,৪৮০ টকা৷

পাৰ্ছনেল ঋণত কিমান ৰেহাই?

ধৰা হ’ল ৫ বছৰৰ বাবে কোনোৱে ১২ শতাংশ সুদত ৫ লাখ টকা ঋণ লৈছে৷ ইমান দিনে EMI দিবলগীয়া হৈছে ১১,১২২ টকা৷ ৫০ বেচিচ পয়েণ্ট কমাত সুদৰ হাৰ হব ১১.৫০ টকা৷ ৫০ বেচিচ পয়েণ্ট কমাত সুদৰ হাৰ হৈছে ১১.৫০শতাংশ৷ ইয়াৰ ফলত নতুন ইএম আই হৈছে ১০,৯৬৩টকা৷ মাহিলী ৰেহাই হব ১৫৯ টকা৷ EMIৰ কিস্তিত কিমান টকা ৰেহাই হব সেই হিচাপ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব প্ৰতিটো বেংকৰ ওপৰত আৰু তেওঁলোকে গ্ৰাহকৰ ওপৰত কিমান শতাংশ সুদ ধৰিছে সেই হিচাপৰ ওপৰত৷
RBIৰ গভৰ্নৰ সঞ্জয় মলহোত্ৰাই জনাইছে যে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক পৰিস্থিতি খুব এটা সুবিধাজনক স্থান নাথাকিলেও ভাৰতীয় অৰ্থনীতি মজবুত হৈ আছে যাৰ বাবে ৰেপো ৰেট কমোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
Next Post
মাত্ৰ কেইটামান ঘণ্টা, শনিৰ নক্ষত্ৰ পৰিবৰ্তনত গল্ডেন টাইম ৩ৰাশিৰ! ৭ জুনৰ পৰা মালামাল হ’ব এইকেইটা ৰাশি

মাত্ৰ কেইটামান ঘণ্টা, শনিৰ নক্ষত্ৰ পৰিবৰ্তনত গল্ডেন টাইম ৩ৰাশিৰ! ৭ জুনৰ পৰা মালামাল হ’ব এইকেইটা ৰাশি

চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.