• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰঙা কল, ক’লা আপেল, তেজ সুমথিৰা… খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ

ৰঙা কল, ক’লা আপেল, তেজ সুমথিৰা… খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ

2 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ৰঙা কল, ক’লা আপেল, তেজ সুমথিৰা… খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ

editor by editor
April 5, 2024
in খাদ্য, জীৱনশৈলী
0
ৰঙা কল, ক’লা আপেল, তেজ সুমথিৰা… খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰঙা কল, ক’লা আপেল, তেজ সুমথিৰা… খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ

সাধাৰণতে আমি দেখা ফল সমূহ প্ৰায়ে খোৱা যায়, যাৰ বহুত উপকাৰী গুণো থাকে। কল শৰীৰৰ বাবে শক্তিবৰ্ধক, আপেলত থাকে বহু ভিটামিন, সুমথীয়া ভিটামিন চি ৰে ভৰপুৰ। পাছে কেতিয়াবা দেখিছে ৰঙা ৰঙৰ কল, ক’লা আপেল আৰু তেজ তথা ৰঙা সুমথিৰা।

ৰঙা কল-
শৰীৰৰ বাবে অতিকে পুষ্টিদায়ক এই ফলত আছে বহু গুণ। ইয়াত শক্তি, কাৰ্বহাইড্ৰেট, আঁহ, প্ৰটিন, চৰ্বি, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ, ভিটামিন চি, কেলচিয়াম, ছডিয়াম, ভিটামিন বি ৯, আইৰণ আদি।
ৰঙা কলৰ বৈজ্ঞানিকভাৱে প্ৰমাণিত গুণসমূহ হ’ল-
ইয়াৰ এন্টি-মাইক্ৰ’বিয়াল গুণ থাকে। এন্টিঅক্সিডেন্ট গুণ, ৰেচক(মল-কোমল) গুণ, এচিডিটি হ্ৰাস কৰে, দৃষ্টিশক্তি উন্নত কৰে, কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি হ্ৰাস লগতে এই কল ডায়েবেটিছ থকা লোকেও খাব পাৰে। স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। উচ্চ ৰক্তচাপ হ্ৰাস, ৰক্তহীনতা নিয়ন্ত্ৰণত সহায়, ওজন হ্ৰাস কৰাত সহায়, তেজ বিশুদ্ধ কৰাত সহায়, ঋতুচক্ৰৰ সময়ত পেটৰ বিষ কমোৱাতো সহায়।

ক’লা আপেল-
ইয়াক ব্লেক ডাইমণ্ড আপেল বুলিও কোৱা হয়। ই অতিকে বিৰল, তিব্বতৰ নিয়িংচি অঞ্চলতহে ইয়াৰ ভাল খেতি হয়। প্ৰকৃততে ই ক’লা ৰঙৰ নহয়, অতি বেঙুনীয়া ৰঙৰ হে। ইয়াৰ কেৱল ফলবিধেই নহয়, ইয়াৰ পাতো চাহ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত এই আপেল মহৌষধ। ই ভোক বৃদ্ধি আৰু ওজন বৃদ্ধি কৰাত সহায় কৰে।
ক’লা আপেলত ভিটামিন চি থাকে, যাৰ এন্টিঅক্সিডেন্ট গুণ থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষক শক্তিশালী কৰি এন্টিঅক্সিডেন্টৰ ক্ৰিয়াই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
দৃষ্টিশক্তি ৰক্ষাৰ বাবেও ক’লা আপেলক উৎকৃষ্ট বুলি গণ্য কৰা হয়। আমেৰিকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি ক’লা আপেলত ভিটামিন এৰ পৰিমাণ বেছি। ভিটামিন এ-এ আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ উপৰিও অসংখ্য চকুৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

তেজ সুমথিৰা-
দেখিবলৈ সাইলাখ তেজৰ চেকুৰাৰ দৰে ইয়াৰ ভিতৰ অংশ যাৰ বাবে ইয়াক ব্লাড অৰেঞ্জ অথবা তেজ সুমথিৰা বুলি কোৱা হয়। ব্লাড কমলাৰ খেতি প্ৰথমে ইটালীত কৰা হৈছিল যদিও তাৰ পিছত ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।
এই কমলাত থকা এন্টিঅক্সিডেন্ট, খনিজ পদাৰ্থ, আৰু অন্যান্য পুষ্টিকৰ উপাদানে স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰিব পাৰে। ভিটামিন চিয়ে সুস্থ ৰক্তবাহী নলী আৰু পেশীক সহায় কৰি শৰীৰক সুস্থ হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই আপোনাৰ আইৰণ শোষণ উন্নত কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিটামিন ৷
তেজ কমলাত প্ৰচুৰ পৰিমাণে ফ্লেভন’ইড থাকে, যিয়ে এই ফলবোৰৰ সোৱাদ উন্নত কৰাত সহায় কৰে। এই যৌগটোৱে কিছুমান লোকৰ বাবে ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে অধিক ফ্লেভন’ইড খালে মহিলাৰ ইস্কেমিক ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Black AppleBlood orangeHealth benefitRed BananaUnique Fruit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
Next Post
শনিবাৰ বিশেষ ৰাশিফল, এই সকল লোকে ক্ৰোধ সম্বৰণ কৰক…ভাগ্যদেৱীয়ে আহি ধৰা দিব হাতত

শনিবাৰ বিশেষ ৰাশিফল, এই সকল লোকে ক্ৰোধ সম্বৰণ কৰক...ভাগ্যদেৱীয়ে আহি ধৰা দিব হাতত

গুৱাহাটীৰ চূণচালিৰ শোকাৱহ ঘটনা, কালিৰ দুই কিশোৰৰ পাছত আজি তৃতিয়জনো উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা

গুৱাহাটীৰ চূণচালিৰ শোকাৱহ ঘটনা, কালিৰ দুই কিশোৰৰ পাছত আজি তৃতিয়জনো উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.