• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটীৰ চূণচালিৰ শোকাৱহ ঘটনা, কালিৰ দুই কিশোৰৰ পাছত আজি তৃতিয়জনো উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা

গুৱাহাটীৰ চূণচালিৰ শোকাৱহ ঘটনা, কালিৰ দুই কিশোৰৰ পাছত আজি তৃতিয়জনো উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা

2 years ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

2 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

3 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

4 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

4 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

12 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

13 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

13 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

14 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

14 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

15 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

16 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৱাহাটীৰ চূণচালিৰ শোকাৱহ ঘটনা, কালিৰ দুই কিশোৰৰ পাছত আজি তৃতিয়জনো উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা

editor by editor
April 6, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
গুৱাহাটীৰ চূণচালিৰ শোকাৱহ ঘটনা, কালিৰ দুই কিশোৰৰ পাছত আজি তৃতিয়জনো উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ চূণচালিৰ শোকাৱহ ঘটনা, কালিৰ দুই কিশোৰৰ পাছত আজি তৃতিয়জনো উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা

মহানগৰীৰ চূণচালিত কালি সংঘটিত হৈছিল এক অতিকে শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটিছিল তিনিজনকৈ কিশোৰৰ। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল কিশোৰ ৩জন।

সেই তিনি কিশোৰৰে দুজনৰ নিথৰ মৃতদেহ কালিতেই উদ্ধাৰ হোৱাৰ বিপৰীতে এজনৰ মৃতদেহ আজিহে উদ্ধাৰ হয়। বহু বিচাৰ খোচাৰৰ অন্তত ভৰা লুইতৰ বুকুৰ পৰা উদ্ধাৰ হয় কিশোৰটিৰ মৃতেদেহ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়াৰপিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কালিতেই তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে । এছডিআৰএফ বাহিনীৰ অভিযানত কালিতেই ২জনৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

কালিতেই উদ্ধাৰ হৈছিল দেৱজিত ভূঞা আৰু কুকিল কলিতা নামৰ দুই কিশোৰৰ মৃতদেহ। আনহাতে আজি সন্ধান ওলাই তৃতিয় কিশোৰ ৰাহুল দাসৰ।

জানিবপৰা মতে ব্রহ্মপুত্রত গা ধুবলৈ গৈছিল দেৱজিত ভূঞা(১৭), ৰাহুল দাস(২২), কুকিল কলিতা(১৭) নামৰ কিশোৰ ৩জন। তিনিওজন কিশোৰৰে ঘৰ চান্দমাৰী অমিয়নগৰত।

আনহাতে বৰষুণৰ পিছত হোৰহোৰাই বাঢ়িছে লুইতৰ জলপৃষ্ঠ। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা ব্যাহত হৈ পৰিছে। লুইতৰ জলপৃষ্ঠ বৃদ্ধি হৈ ঘাট সমূহ পানীত বুৰ গৈছে।

ফলত চলাচল কৰিব পৰা নাই ফেৰী। ফেৰী ঘাটৰ জেঠি তৎকালীনভাবে স্থানান্তৰ হ’লেহে চলিব ফেৰী সমূহ। ফেৰী ঘাটত এতিয়ালৈ উপস্থিত হোৱা নাই জলপৰিবহণ কৰ্মচাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatinoonmatiNoonmati Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

August 3, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
Next Post
শিশু সৰবৰাহৰ গেং গ্ৰেপ্তাৰ, এটা ঘৰৰে পৰা উদ্ধাৰ ৮ টা নৱজাতক

শিশু সৰবৰাহৰ গেং গ্ৰেপ্তাৰ, এটা ঘৰৰে পৰা উদ্ধাৰ ৮ টা নৱজাতক

পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ' ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.