• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমবাৰ বিধায়ক হৈয়ে লাভ মুখ্যমন্ত্ৰী পদ, তালিকাত বহু কেইগৰাকী, এগৰাকী পাছলৈ প্ৰধানমন্ত্ৰী

1 year ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

4 minutes ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

40 minutes ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

1 hour ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

2 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

13 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

14 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰথমবাৰ বিধায়ক হৈয়ে লাভ মুখ্যমন্ত্ৰী পদ, তালিকাত বহু কেইগৰাকী, এগৰাকী পাছলৈ প্ৰধানমন্ত্ৰী

editor by editor
February 20, 2025
in বিবিধ, ভাৰত, ৰাজনীতি
0
প্ৰথমবাৰ বিধায়ক হৈয়ে লাভ মুখ্যমন্ত্ৰী পদ, তালিকাত বহু কেইগৰাকী, এগৰাকী পাছলৈ প্ৰধানমন্ত্ৰী
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমবাৰ বিধায়ক হৈয়ে লাভ মুখ্যমন্ত্ৰী পদ, তালিকাত বহু কেইগৰাকী, এগৰাকী পাছলৈ প্ৰধানমন্ত্ৰী

প্রথমবাৰৰ বাবে বিধায়ক হোৱা ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্রী হ’বলৈ ওলাইছে । বহু পুৰণি তথা দিগ্বজ নেতাৰ পিছ পেলাই লাভ মুখ্যমন্ত্ৰী পদ। পাছে প্রথমবাৰৰ বাবে বিধায়ক হৈ বিজেপিয়ে মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়াটো এইয়ে প্ৰথম নহয়৷ ৰেখা গুপ্তাৰ পূৰ্বেও একে ধৰণেৰে দুজন নেতাকো মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত এনে তিনিজন নেতাই প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হৈছিল। ইয়াৰ ভিতৰত প্ৰথম নাম বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিজেপিৰ একমাত্ৰ নেতা মোডী যিয়ে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে বিধায়ক বা সাংসদ নাছিল। গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ সময়ত মোডী উপ-নির্বাচনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাও এই তালিকাত। বিধানসভা নিৰ্বাচনৰ সময়ত টিকটৰ বাবে হাহাকাৰ কৰি অৱশেষত প্ৰথমবাৰৰ বাবে টিকট লাভ কৰাৰ লগতে নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। সেইবাৰেই প্ৰথমবাৰৰ বাবে বিধায়ক হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদো লাভ কৰিছিল।

এতিয়া ৰেখা গুপ্তাইও প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ পিছত মুখ্যমন্ত্ৰী নিৰ্বাচিৱত হৈ নৰেন্দ্ৰ মোডী আৰু ভজনলাল শৰ্মাৰ লগতে একে তালিকাতে উঠিছে। বিধায়ক হোৱাৰ পূৰ্বে ৰেখা গুপ্তা পৌৰসভাৰ ৰাজনীতিত সক্ৰিয় আছিল। মেয়ৰ হিচাপেও কাম কৰি আহিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chief ministerIndian Politicsmlapolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
Next Post
আজি বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাটৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে

আজি বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাটৰ হাতত, পৰিগণিত হ'ব প্ৰথমজন ভাৰতীয় হিচাপে

বিপদত মহাৰাষ্ট্ৰৰ কৃষি মন্ত্ৰী, ন্যায়ালয়ে দিলে দুবছৰৰ শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন