• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

12 months ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

15 minutes ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

51 minutes ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

1 hour ago
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

2 hours ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

2 hours ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

2 hours ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

3 hours ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

3 hours ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

3 hours ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

4 hours ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

4 hours ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

editor by editor
March 24, 2025
in বিবিধ, বিশ্ব, লেখা
0
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুদিন ধৰি মনত পুহি ৰখা খং-ক্ষোভ প্ৰেমলৈ ৰূপান্তৰ হ’বলৈ কেতিয়াবা এটা ক্ষণেই যথেষ্ট। মছজিদৰ নাম শুনিলেই বিতৃষ্ণাৰে মন ভৰি অহা এগৰাকী আমেৰিকান ব্যক্তিয়েই আজি মনে-প্ৰাণে ইছলাম ধৰ্মক আকোঁৱালি লৈছে। এদিন আমেৰিকাৰ সকলো মুছলমানক জ্বলাই পেলাবলৈ অংগীকাৰবদ্ধ হোৱা ব্যক্তিগৰাকীয়েই চলাইছে ইছলাম ধৰ্মৰ প্ৰচাৰ। কিন্তু এই অদ্ভুত ৰূপান্তৰ কেনেকৈ সম্ভৱ?

আমেৰিকাৰ নৌ সেনা বাহিনীত ২৫ বছৰে কৰ্মৰত আছিল ৰিচাৰ্ড মেককিনি নামৰ ব্যক্তিগৰাকী। নৌ সেনাত কৰ্মৰত হৈ থাকোতে বিশ্বৰ বিভিন্ন দেশলৈ যাব লগা হৈছিল ৰিচাৰ্ড। বিভিন্ন দেশৰ পৰম্পৰা ৰীতি-নীতিৰেও পৰিচিত হৈছিল ৰিচাৰ্ড। কিন্তু যেতিয়াই কোনো ইছলামিক দেশলৈ যাব লগা হৈছিল তেতিয়াই মানসিক অশান্তিয়ে কোঙা কৰিছিল ৰিচাৰ্ডক। ইছলামিক পৰম্পৰাৰ প্ৰতি ইমানেই বিতৃষ্ণা আছিল যে চাকৰি সামৰি নিজ দেশলৈ উভতি আহি দেশৰ প্ৰতিখন মছজিদেই জ্বলাই পেলোৱাৰ পৰিকল্পনা কৰিচিল ৰিচাৰ্ডে। কোনো ইছলাম ধৰ্মাৱলম্বী মহিলাই হিজাব পিন্ধি তেওঁৰ সন্মুখত উপস্থিত হ’লে সেই বাটেৰে যাত্ৰাই কৰা বাদ দিছিল ৰিচাৰ্ডে। কিন্তু হঠাতেই সকলো সলনি, মন সলনি হ’ল ৰিচৰ্ডৰ। এটি ক্ষণেই তেওঁৰ মনত ইছলাম ধৰ্মৰ প্ৰতি ইমানেই প্ৰেম আনি দিলে যে নিজেই সেই ধৰ্ম গ্ৰহণ কৰিলে ৰিচাৰ্ডে।

শুকুৰবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে বিশেষ দিন। প্ৰত্যেকগৰাকী ইছলামধৰ্মী লোকেই এই দিনটোত মছজিদত নামাজৰ বাবে সমবেত হয়। ৰিচৰ্ডে ভৱামতেই ২০০৯ চনৰ  এটা শুকুৰবাৰত আমেৰিকাৰ এটা মছজিদ (ইছলামিক চেণ্টাৰ) বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰে। পৰিকল্পনামতেই সকলো ঠিকে-ঠাকেই আগবাঢ়িল। সেইদিনা মছজিদত সমবেত হৈছিল ২০০ ৰো অধিক ব্যক্তি। ৰিচাৰ্ডৰ বাবেও এইয়াই সোণালী সুযোগ। একেলগে উৰি যাব ৰিচাৰ্ডৰ চিৰবৈৰী ২০০ ৰো অধিক ইছলাম ধৰ্মাৱলম্বী লোক।

বহুদিনীয়া এই পৰিকল্পনা বাস্তৱত পৰিণত হ’বলৈ মাজত মাত্ৰ কেইটামান মিনিট। মছজিদৰ ভিতৰত প্ৰৱেশ কৰিলে ৰিচাৰ্ডে। তেতিয়াই কিছুমান লোকে শান্তভাৱে ৰিচাৰ্ডক মছজিদৰ ভিৰতলৈ মাতিলে৷ অৰ্থাৎ তেওঁলোক অজ্ঞাত যে ৰিচাৰ্ডে তেওঁলোককে বোমাৰে উৰুৱাবলৈ আহিছে৷ তেওঁলোকে খুৱ শান্তভাৱে ৰিচাৰ্ডক আদৰণি জনোৱাৰ উপৰিও আমেৰিকাক লৈ ধৰ্মক লৈ নিজা অনুভৱ ৰিচাৰ্ডৰ আগত সাৱলীলভাৱে প্ৰকাশ কৰিলে। আমেৰিকা অৰ্থাৎ জন্মস্থানৰ প্ৰতি থকা আনুগত্য, ধৰ্মৰ শৃংখলাবদ্ধতা এই সকলো দিশেই তেওঁলোকে ৰিচাৰ্ডৰ আগত ব্যক্ত কৰে। তেওঁলোকে ৰিচাৰ্ডক বিশেষ আলহীৰ দৰে ব্যৱহাৰ তথা আদৰ-সাদৰ কৰিলে৷

ইপিনে ৰিচাৰ্ডৰ হাতত ৰিম’টৰ বুটাম৷ টিপি দিলেই উৰি যাব শতাধিক লোকে৷ কিন্তু তেনেকুৱা একো নঘটিল৷ কিয়নো মছজিদৰ ভিতৰত ৰাচাৰ্ডে লাভ কৰা আদৰ-সাদৰ তথা সন্মানে ইতিমধ্যে সলনি কৰিছে ৰিচাৰ্ডৰ সিদ্ধান্ত৷ ৰিচাৰ্ডৰ অনুভৱ হ’ল যে তেওঁলোক তেনেকুৱা নহয়, যিদৰে তেওঁৰ মনত ঘৃণা জন্মিছিল৷ মছজিদত থকা লোকসকলৰ ব্যৱহাৰত ৰিচাৰ্ড খুব আনন্দিত হ’ল৷ এই অনুভৱেৰে মছজিদত বোমা দিয়াৰ সলনি মছজিদলৈ অহা-যোৱা কৰিবলৈ ধৰিলে আৰু প্ৰায় ৮ সপ্তাহ পাছত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে৷ ইয়াৰ পাছত ইছলামিক চেণ্টাৰৰ তেওঁ দুবছৰ কাল অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে৷

এনকৈয়ে মুছলমানৰ প্ৰতি ঘৃণাৰে ভৰি থকা মন সলনি হৈ পৰে ৰিচাৰ্ডৰ আৰু গ্ৰহণ কৰে ইছলাম৷ ৰিচাৰ্ড মেককিনিৰ জীৱনৰ আধাৰত ‘Stranger at the Gate’ নামৰ এখন চুটি ছবিও নিৰ্মাণ হৈছে৷ ছবিখনৰ পৰিচালনা কৰিছে জশ্বুআ ছেপটেলে৷ পূৰ্বেও ছেফটেলে ৰিচাৰ্ডৰ ওপৰত The Secret Life of Mulim নামৰ এটা এপিছিঅ’ড পৰিচালনা কৰিছিল৷ যিখন BBCত প্ৰতি দেওবাৰে পুৱা সম্প্ৰচাৰ হৈছিল৷

মছজিদ উৰুৱাই দিয়াৰ পৰিকল্পনা কৰাৰ ১৩ বছৰৰ পাছতো মেককিনি এতিয়াও মুছলমান। তেওঁ এতিয়া কেৱল সমাজকৰ্মী হিচাপে কাম কৰাই নহয়, ঘৃণা বিৰোধী কৰ্মী আৰু বক্তাও হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

March 22, 2026
Next Post
২০৪০ত চন্দ্ৰত লেণ্ডিং কৰিব মানুহে! মানুহ লেণ্ডিং কৰাবলৈ কি কি চেলেঞ্জ অতিক্ৰম কৰিব লাগিব ISROয়ে?

২০৪০ত চন্দ্ৰত লেণ্ডিং কৰিব মানুহে! মানুহ লেণ্ডিং কৰাবলৈ কি কি চেলেঞ্জ অতিক্ৰম কৰিব লাগিব ISROয়ে?

‘কংগ্ৰেছৰ মিঞা গুণ্ডাই প্ৰহাৰ কৰিছে উপাধ্যক্ষক!’ বিধানসভাৰ বাহিৰত উপাধ্যক্ষ নোমল মমিনক প্ৰহাৰ। ভয়ংকৰ অভিযোগ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে

‘কংগ্ৰেছৰ মিঞা গুণ্ডাই প্ৰহাৰ কৰিছে উপাধ্যক্ষক!’ বিধানসভাৰ বাহিৰত উপাধ্যক্ষ নোমল মমিনক প্ৰহাৰ। ভয়ংকৰ অভিযোগ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.