হয় বেইল দিয়ক, নহ’লে পৃথিৱী এৰিবলৈ সাজু থাকক। ৯০ দশকৰ হিন্দী চিনেমাৰ দৰে শিহৰণকাৰী হত্যাকাণ্ড। ৰাজপথতে হত্যা কৰি পেলাই থৈ গ’ল এজন ন্যায়াধীশক।