লাইলাপুৰৰ সীমান্ত সংঘাতৰ ঘটনাত ৰাজ্যজুৰি মিজোৰ বিৰুদ্ধে প্ৰতিবাদ-প্ৰতিক্ৰিয়া। অসম আৰক্ষীক প্ৰাণে মৰাৰ হুংকাৰ দিয়া মিজোৰামৰ সাংসদৰ সন্ধানত অসম আৰক্ষী। ঘটনাস্থলী পৰিদর্শনৰ ক্ষেত্ৰত চৰকাৰৰ পক্ষপাতমূলক ব্যৱস্থাৰ গুৰুতৰ অভিযোগ। চাওক এই প্ৰতিবেদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ