rti কৰ্মী দুলাল বৰা গ্ৰেপ্তাৰ। গোলাঘাট আৰক্ষীৰ জিম্মাত দুলাল বৰা। দুলাল বৰাৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত ব্যাপক ধনসংগ্ৰহৰ অভিযোগ। দেৰগাঁও, খুমটাই থানাত দুলাল বৰাৰ বিৰুদ্ধে কেইবাটাও গোচৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ