• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াই সঁচা কৰিলে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ২০২৫ত দিয়া হ’ব বিনামূলীয়াকৈ কৰ্কটৰ টিকা

1 year ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

12 minutes ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

48 minutes ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

1 hour ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

2 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

3 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

4 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

19 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

20 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাছিয়াই সঁচা কৰিলে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ২০২৫ত দিয়া হ’ব বিনামূলীয়াকৈ কৰ্কটৰ টিকা

ৰাছিয়াই সঁচা কৰিলে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ২০২৫ত দিয়া হ’ব বিনামূলীয়াকৈ কৰ্কটৰ টিকা

editor by editor
December 18, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, স্বাস্থ্য
0
ৰাছিয়াই সঁচা কৰিলে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ২০২৫ত দিয়া হ’ব বিনামূলীয়াকৈ কৰ্কটৰ টিকা
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্কটৰ টিকা তৈয়াৰ কৰিছে ৰাছিয়াই৷ এই দাবী কৰিছে দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে৷ ২০২৫ চনৰ পৰা এই মাৰণৰোগত আক্ৰান্ত ৰোগীসকলক বিনামূলীয়াকৈ দিয়া হ’ব কৰ্কটৰ টিকা৷ মন্ত্ৰণালয়ৰ অধীনস্থ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্ছ চেণ্টাৰৰ জেনেৰেল ডাইৰেক্টৰ আন্দ্ৰে কাপ্ৰিনে জনাইছে যে, ৰাছিয়াৰ বিজ্ঞানীয়ে এম আৰ এন এ বা মেছেঞ্জাৰ আৰ এন এ প্ৰযুক্তিৰ সহায়ত কৰ্কটৰ প্ৰতিষেধক তৈয়াৰ কৰিছে৷ আগন্তুক বছৰৰ আৰম্ভণিতেই বজাৰলৈ আহিব পাৰে এই টিকা৷

গামালেয়া নেশ্ব্যনেল ৰিচাৰ্ছ চেণ্টাৰ ফৰ এপিডেমোলজি এণ্ড মাইক্ৰবায়লজিৰ ডাইৰেক্টৰ আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে জনাইছে যে ট্ৰায়েলত দেখা গৈছে যে টিকাৰ ড’জত কৰ্কটৰ ৰোগীসকলৰ শৰীৰত টিউমাৰ কোষৰ বিভাজন বন্ধ হৈছে৷ বিগত ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতেই প্ৰেছিডেণ্ট ভ্লা়ডিমিৰ পুটিনে দাবী কৰিছিল যে তেওঁৰ দেশৰ বিজ্ঞানীয়ে কৰ্কটৰ টিকা প্ৰায় তৈয়াৰ কৰি পেলাইছে৷ এক ভিডিঅ’বাৰ্তাৰে পুটিনে কয়, ‘আমি নতুন প্ৰজন্মৰ বাবে কৰ্কটৰ টিকা তৈয়াৰৰ খুব কাষলৈ আহিছো৷’

বৰ্তমান ৰাছিয়াক বাদ দিও অন্য কেইবাখনো দেশে কৰ্কটৰ টিকা তৈয়াৰৰ বাবে কাম কৰিছে৷ হিউমেন পেপিলোমাভাইৰাছৰ বিৰুদ্ধে বৰ্তমান বেছ কেইবাটাও লাইচেঞ্চপ্ৰাপ্ত টিকা আছে৷ এই ভাইৰাছ জৰায়ুমুখৰ কৰ্কটৰ অন্যতম কাৰণ৷ আৰু এটা প্ৰতিষেধক হৈছে হেপাটাইটিছ বিৰ টিকা৷ এই প্ৰতিষেধকে লিভাৰৰ কৰ্কটো প্ৰতিৰোধ কৰিব পাৰে বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷

তেওঁলোকে তৈয়াৰ কৰা এই প্ৰতিষেধকে কি ধৰণৰ কৰ্কট প্ৰতিৰোধ কৰিব পাৰিব কি পৰিমাণে দিয়া হ’ব সেয়া স্পষ্টকৈ জনোৱা হোৱা নাই৷ প্ৰতিষেধকৰ নামো প্ৰকাশ কৰা নাই ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো
জীৱনশৈলী

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

April 1, 2026
Next Post
২০২৫ত বক্ৰীদশাত যাব শনিসহ ৪গ্ৰহ, সোণালী সময় আহিব এই ৩ৰাশিৰ জীৱনত

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন