• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ দাবী- তেওঁলোকে তৈয়াৰ কৰিলে কেঞ্চাৰ ভেকচিন, নতুন বছৰৰ পৰা বিনামূলীয়াকৈ উপলব্ধ

ৰাছিয়াৰ দাবী- তেওঁলোকে তৈয়াৰ কৰিলে কেঞ্চাৰ ভেকচিন, নতুন বছৰৰ পৰা বিনামূলীয়াকৈ উপলব্ধ

2 years ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

32 minutes ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

51 minutes ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

1 hour ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

2 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

2 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

3 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

3 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

5 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

5 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

6 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

18 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাছিয়াৰ দাবী- তেওঁলোকে তৈয়াৰ কৰিলে কেঞ্চাৰ ভেকচিন, নতুন বছৰৰ পৰা বিনামূলীয়াকৈ উপলব্ধ

editor by editor
December 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
ৰাছিয়াৰ দাবী- তেওঁলোকে তৈয়াৰ কৰিলে কেঞ্চাৰ ভেকচিন, নতুন বছৰৰ পৰা বিনামূলীয়াকৈ উপলব্ধ
0
SHARES
708
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ দাবী- তেওঁলোকে তৈয়াৰ কৰিলে কেঞ্চাৰ ভেকচিন, নতুন বছৰৰ পৰা বিনামূলীয়াকৈ উপলব্ধ

যি সময়ত সমগ্ৰ বিশ্বই কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ সৈতে যুঁজ দি আছে, সেই সময়তে ৰাছিয়াই দিছে এক বিশেষ খবৰ। ৰাছিয়াই এনে এটা দাবী কৰিছে যিটো সমগ্ৰ বিশ্বৰ বাবে সকাহৰ খবৰ। ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে কেন্সাৰ ভেকচিন তৈয়াৰ কৰিছে যিটো সকলো নাগৰিকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ’ব।

১৬ ডিচেম্বৰ সোমবাৰে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে যে তেওঁলোকে কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে যিটো ২০২৫ চনৰ আৰম্ভণিৰ পৰা ৰাছিয়াৰ কৰ্কট ৰোগীক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ সাধাৰণ সঞ্চালক আন্দ্ৰে কাপ্ৰিনে ৰাছিয়াৰ এটা ৰেডিঅ’ চেনেলত এই ভেকচিনৰ বিষয়ে তথ্য প্ৰদান কৰে।

মস্কোৰ গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ এপিডেমিঅ’লজি এণ্ড মাইক্ৰ’বায়’লজীৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে পূৰ্বে জনাইছিল যে এই ভেকচিনে টিউমাৰৰ বৃদ্ধি ৰোধ কৰিব পাৰে আৰু কেন্সাৰ বিয়পি পৰাত বাধা দিব পাৰে। এই ভেকচিন কেন্সাৰ প্ৰতিৰোধৰ বাবে সাধাৰণ জনতাক দিয়াতকৈ কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি স্পষ্ট। এই ভেকচিন প্ৰতিটো প্ৰকাৰৰ কৰ্কট ৰোগীক দিব পাৰি।

ৰাছিয়াৰ নেশ্যনেল মেডিকেল ৰিচাৰ্চ ৰেডিঅ’লজিকেল চেণ্টাৰ আৰু গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰকে ধৰি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে এই ঘোষণা নিশ্চিত কৰি ভেকচিনৰ কাম কেনেকুৱা হয় সেই বিষয়ে স্পষ্ট কৰি দিয়ে।

অৱশ্যে বৰ্তমনালৈকে এই ভেকচিনে কোনবোৰ কৰ্কট ৰোগৰ চিকিৎসা কৰিব, কিমান ফলপ্ৰসূ হ’ব, আনকি ভেকচিনটোক কি বুলি কোৱা হ’ব বা কি নাম দিব সেয়া স্পষ্ট হোৱা নাই। বৈজ্ঞানিকভাৱে সম্ভৱ যে কেন্সাৰক লক্ষ্য কৰি কোনো ধৰণৰ ভেকচিন প্ৰস্তুত কৰা হ’ব পাৰে। আন দেশসমূহেও বৰ্তমান একেধৰণৰ ভেকচিনৰ বাবে কাম কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CancerCancer VaccinerussiaRussia ClaimRussia Make Cancer vaccinevaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
Next Post
ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ৰবিচন্দ্ৰন অশ্বিনৰ, গাবা টেষ্টৰ পাছতে ঘোষণা

ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা সন্যাস ৰবিচন্দ্ৰন অশ্বিনৰ, গাবা টেষ্টৰ পাছতে ঘোষণা

ভংগ বহু বছৰৰ পুৰণি ৰেকৰ্ড, কপিল দেৱক পিছ পেলাই আগবাঢ়িল বুমৰাহ

ভংগ বহু বছৰৰ পুৰণি ৰেকৰ্ড, কপিল দেৱক পিছ পেলাই আগবাঢ়িল বুমৰাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.