• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

4 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

17 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

43 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

1 hour ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

editor by editor
March 18, 2022
in বাণিজ্য, বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?
0
SHARES
450
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে তৃতীয়টো সপ্তাহত প্ৰৱেশ কৰিছে৷ যুদ্ধ আৰু দীঘলীয়া হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ যুদ্ধই তিনিটা সপ্তাহ স্পৰ্শ কৰাৰ পিছত আৰু দীঘলীয়া হ’লে বিশ্ব অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাই নহয় অধিক বিপৰ্যয় সন্মুখীন হ’ব বুলি ধাৰণা কৰা হৈছে৷

বিশেষকৈ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে বিভিন্ন ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা কেঁচা সামগ্ৰী ৰপ্তানি বন্ধ কৰাৰ ফলতে এই আশংকাই দেখা দিছে৷ ইয়াৰ ফলত বিশ্বৰ লগতে ভাৰতত কি কি সামগ্ৰীৰ আৰু মূল্যবৃদ্ধি ঘটাৰ সম্ভাৱনা আছে?

ভোজ্য তেলঃ

ৰাছিয়া আৰু ইউক্ৰেইন হৈছে বিশ্বৰ সৰ্বাধিক ভোজ্য তেল(edible oil) ৰপ্তানিকাৰী দেশ৷ দুয়ো দেশৰ মাজৰ যুদ্ধই বিশ্বৰ ভোজ্য তেলৰ বজাৰত নাটনিৰ সৃষ্টি কৰিব৷ যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য বৃদ্ধি ঘটিব৷ ভাৰতে ইউক্ৰেইনৰ পৰা ৭০ শতাংশ সূৰজমুখী ফুলৰ পৰা উৎপাদিত ভোজ্য তেল আমদানি কৰে৷

লগতে পঢ়ক ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!

শস্যৰ বীজঃ

যুদ্ধৰ ফলত বিশ্বৰ অন্যান্য দেশৰ  লগতে ভাৰততো শস্যৰ বীজৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ৰাছিয়া আৰু ইউক্ৰেইনে বিশ্বৰ বিভিন্ন দেশলৈ ২৯ শতাংশ শস্যৰ বীজ আমদানি কৰে৷ এই দুয়োখন দেশকে ইউৰোপৰ ‘শস্য বীজৰ ভঁৰাল’ বুলি জনা যায়৷ ইউক্ৰেইনৰ প্ৰায়বোৰ কৃষি ক্ষেত্ৰকে ৰাছিয়াৰ বোমা বৰ্ষণে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে৷ যুদ্ধৰ বাবে দুয়োখন দেশে শস্যৰ বীজ ৰপ্তানি কৰা বন্ধ কৰাৰ ফলত বিশ্বত শস্যৰ বীজৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছে৷

খাদ্য শস্যঃ

ইউক্ৰেইন হৈছে বিশ্বৰ অন্যতম বৃহৎ খাদ্য শস্য ৰপ্তানি কৰা দেশ৷ ইউক্ৰেইনে পথ, জল পথ আৰু আকাশী পথেৰে বিশ্বজুৰি খাদ্য শস্যৰ ৰপ্তানি কৰে৷ যুদ্ধৰ ফলত ইউক্ৰেইনে খাদ্য শস্যৰ ৰপ্তানি কৰিব নোৱাৰিলে বিশ্ব জুৰি খাদ্য শস্যৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটিব৷

ধাতু জাতীয় সামগ্ৰীঃ

ৰাছিয়া হৈছে বিশ্বৰ সৰ্বাধিক ধাতু জাতীয় সামগ্ৰী ৰপ্তানি কৰা দেশ৷ বিশেষকৈ সোণ, নিকেল, প্লেটিনিয়াম আৰু পাল্লাডিয়াম আদি ধাতু জাতীয় সম্পদ ৰাছিয়াই বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰে৷ ৰাছিয়াৰ ওপৰত বিভিন্ন দেশে বাণিজ্যিক আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰাৰ ফলত বিশ্বৰ বজাৰত ইয়াৰ নাটনি হোৱাটো নিশ্চিত৷ ইয়াৰ ফলত এই ধাতু জাতীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ঘটাৰ আশংকা কৰা হৈছে৷

ইফালে লণ্ডন মেটেল এক্সচেঞ্জত এক টন নিকেলৰ মূল্য ১ লাখ মাৰ্কিন ড’লাৰলৈ বৃদ্ধি হৈছে৷ যুদ্ধৰ পৰিপ্ৰেক্ষিততে এই মূল্য বৃদ্ধি ঘটিছে৷ ইয়াৰ মূল্য আৰু বৃদ্ধি ঘটাৰ সম্ভাৱনা আছে৷

লগতে পঢ়ক ৰাছিয়াৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ যুৱ সাংসদৰ সাংবাদিক প্ৰেমিকা

খাৰুৱা তেল আৰু পেট্ৰ’লজাত সামগ্ৰীঃ

আনহাতে যুদ্ধ ব্যস্ত থকা দুয়োখন দেশেই বিশ্বৰ বিভিন্ন দেশলৈ খাৰুৱা তেল আৰু পেট্ৰ’লজাত সামগ্ৰীৰ ৰপ্তানি কৰে৷ ইফালে ভাৰত হৈছে চীনৰ পিছতে ইয়াৰ বিশ্বৰ তৃতীয় বৃহৎ গ্ৰাহক৷ ভাৰতে ৪০ শতাংশৰো অধিক খাৰুৱা তেল আৰু পেট্ৰ’লজাত সামগ্ৰী আমদানি কৰে৷ ইয়াৰ ফলত ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷

অৱশ্যে শেহতীয়াকৈ প্ৰকাশ পাইছে যে ভাৰতে ৰাছিয়াৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰি ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰিছে৷ বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছিয়ে এই কথা প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam liev 24asxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ
বাণিজ্য

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
Next Post
পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!

পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!

মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক

মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.