• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনক আক্ৰমণ কৰিব নেকি আগ্ৰাসী ৰাছিয়াই?

ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনক আক্ৰমণ কৰিব নেকি আগ্ৰাসী ৰাছিয়াই?

4 years ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

4 minutes ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

27 minutes ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

2 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

2 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

3 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

4 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

5 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

6 hours ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

6 hours ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনক আক্ৰমণ কৰিব নেকি আগ্ৰাসী ৰাছিয়াই?

editor by editor
January 25, 2022
in অসম, ভাৰত, ৰাজনীতি
0
ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনক আক্ৰমণ কৰিব নেকি আগ্ৰাসী ৰাছিয়াই?
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ মাজত বাজিছে যুদ্ধৰ দামামা৷ দুই প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজত অব্যাহত থকা উচ্চ পৰ্যায়ৰ আলোচনা বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতে বিশ্বৰ যুদ্ধ বিশেষজ্ঞসকলে যুদ্ধ প্ৰায় অৱশ্যম্ভাৱী হৈ পৰা বুলি আশংকা কৰিছে৷

ইয়াৰ পিছতে যিকোনো সময়তে ৰাছিয়াই ইউক্ৰেনৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ আশংকা ঘণীভূত হৈছে।

ইফালে মাৰ্কিন যুক্তৰাষ্ট্ৰই যুদ্ধৰ আশংকা কৰি ইউক্ৰেনৰ ৰাজধানী কিয়েভস্থিত মাৰ্কিন দূতাবাসৰপৰা নিজ দেশৰ কৰ্মকৰ্তা তথা কৰ্মচাৰীৰ পৰিয়ালক ইতিমধ্যে স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। ৱাশ্বিংটনৰ তৎপৰতাই যুদ্ধৰ আশংকা আৰু অধিক প্ৰবল কৰি তুলিছে বুলিও যুদ্ধ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

আমেৰিকাই অভিযোগ কৰি আহিছে যে ৰাছিয়াই ইউক্ৰেনৰ ওপৰত আগ্ৰাসনৰ প্ৰস্তুতি চলাইছে৷ কিন্তু আমেৰিকাৰ অভিযোগক মস্কোৱে একেষাৰে নাকচ কৰিছে।

উল্লেখ্য যে, বিগত কেইমাহমান ধৰি ৰাছিয়াই পূব ইউৰোপত নাট’ৰ প্ৰভাৱ সম্প্ৰসাৰণৰ প্ৰসংগলৈ আপত্তি দৰ্শাই আহিছে। সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন সামৰিক বাহিনীত কিয়েভৰ যোগদানৰ জল্পনা-কল্পনাৰ পিছতেই মস্কোৱে দ্ৰুতগতিত ইউক্ৰেন সীমান্তত সেনা মোতায়েন কৰিছে।

উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা ছবিবোৰেও আসন্ন যুদ্ধৰ ইংগিত দিছে। এনে পৰিস্থিতিত ইউক্ৰেনক সংগ দিছে ব্ৰিটেইন আৰু কানাডাই।

ৰুছ বাহিনীক প্ৰতিহত কৰিবলৈ ইতিমধ্যে ব্ৰিটেইনে ইউক্ৰেনক এন্টি টেংক মিছাইল হস্তান্তৰ কৰা বুলিও বাতৰি উলাইছে। মাত্ৰ এয়াই নহয়, ইউক্ৰেন সেনাক সহায় কৰিবলৈ কানাডাই ইতিমধ্যে প্ৰেৰণ কৰিছে বিশেষ কামাণ্ডো বাহিনী।

ইফালে ৰাছিয়াই ইউক্ৰেনলৈ নাট’ সম্প্ৰসাৰণ বাৰে বাৰে বিৰোধ কৰি আহিছে। এই সম্প্ৰসাৰণ বন্ধ কৰিলেই ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব বুলি হুংকাৰ প্ৰদান কৰি মস্কোৱে সামৰিক পদক্ষেপ লোৱাৰো ভাবুকি দিছে।

মস্কো টাইমছে প্ৰকাশ কৰা মতে মস্কোৱে ইউক্ৰেইন সীমান্ত আৰু সংযুক্ত ক্ৰিমিয়াত প্ৰায় ১ লাখ ৰুছ সৈন্য মজুত কৰিছে৷ আৰু চুবুৰীয়া বেলাৰুছৰ সৈতে সামৰিক অনুশীলনৰ ঘোষণাই অঞ্চলটোলৈ উত্তেজনা কঢ়িয়াই আনিছে।

ৰাছিয়া এই ভাবুকিৰ পিছতে ইউক্ৰেনত ব্ৰিটিছ কামাণ্ডো বাহিনীৰ ৩০ জনীয়া এটা দল উপস্থিত হৈছে। ৰাছিয়াই আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰিবলৈ লণ্ডনে ইউক্ৰেনলৈ প্ৰায় ২ হাজাৰ বিধ্বংসী টেংক প্ৰেৰণ কৰিছে। ব্ৰিটিছ প্ৰতিৰক্ষা সচিবে ভবিষ্যতে আৰু অধিক অস্ত্ৰ প্ৰেৰণ কৰা হ’ব বুলিও প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০১৪ চনৰ পৰাই ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত এক উত্তেজনাময় পৰিবেশে বিৰাজ কৰি আহিছে। ৰাছিয়াই সকলো সময়তে ইউক্ৰেনৰ ওপৰত এক আগ্ৰাসী নীতি অৱলম্বন কৰি আহিছে। এনে পৰিস্থিতিত ইউক্ৰেনে কি পদক্ষেপ ল’ব সেয়া এই সময়ত লক্ষণীয় হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

May 3, 2026
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
ক্ৰীড়া

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

May 3, 2026
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?
জীৱনশৈলী

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

May 3, 2026
Next Post
বৰদোৱা থানলৈ ৪০ তোলা সোণ দান অজ্ঞাত লোকৰ, প্ৰণামীৰ বাকচত ওলাল এই বৃহৎ পৰিমানৰ সোণ

বৰদোৱা থানলৈ ৪০ তোলা সোণ দান অজ্ঞাত লোকৰ, প্ৰণামীৰ বাকচত ওলাল এই বৃহৎ পৰিমানৰ সোণ

ভয়ংকৰ পথ দুৰ্ঘটনা : বিজেপি বিধায়কৰ পুত্ৰসহ ৭ কণিষ্ঠ চিকিৎসকৰ কৰুণ মৃত্যু

ভয়ংকৰ পথ দুৰ্ঘটনা : বিজেপি বিধায়কৰ পুত্ৰসহ ৭ কণিষ্ঠ চিকিৎসকৰ কৰুণ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.