• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

11 months ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

47 seconds ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

34 minutes ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

1 hour ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

2 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

3 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

4 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

5 hours ago
সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

22 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

23 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

editor by editor
March 4, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ দীৰ্ঘদিনীয়া যুদ্ধ হিচাপে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘাত। এই যুদ্ধত বৰ্তমানলৈ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱালে। কোটি কোটি টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হৈছে। কিন্তু এতিয়া এই যুদ্ধৰ সময়তে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনে এনে অভিযোগ উত্থাপন কৰিছে যে, যি শুনি সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছে।

দৰাচলতে ব্ৰিটেইনৰ লেবাৰ পাৰ্টিৰ এজন সাংসদে প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত শান্তিৰ আলোচনাত যুদ্ধৰ সময়ত ৰাছিয়াৰ সৈন্যই অপহৰণ কৰা ১৯,৫৫৬টা শিশুক নিৰাপদে ঘূৰি অহাৰ কথাও উল্লেখ কৰা হৈছে নেকি?

যি প্ৰশ্ন উত্থাপনৰ পাছতে তোলপাৰ লাগি যায় সকলোফালে। সঁচাকৈয়ে ৰাছিয়াই ইউক্ৰেইনৰ পৰা অপহৰণ কৰি নিছে নেকি এই সকল শিশু।

ব্ৰিটিছ সাংসদসকলে কয় যে যেতিয়ালৈকে এই শিশুসকলক সুৰক্ষিতভাৱে ঘূৰাই নিদিয়ে তেতিয়ালৈকে শান্তিৰ কথা ক’ব নোৱাৰি। সাংসদগৰাকীয়ে দিয়া তথ্য অনুসৰি ইউক্ৰেইনৰ পৰা ১৯,৫৪৬ টা শিশু নিৰুদ্দেশ হোৱাৰ লগতে ৫৯৯ টা শিশুৰ মৃত্যু হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?
জীৱনশৈলী

January 28, 2026
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য
জীৱনশৈলী

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

January 28, 2026
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?
জীৱনশৈলী

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

January 28, 2026
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ
জীৱনশৈলী

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

January 28, 2026
Next Post
কাইলৈ ৫ মাৰ্চ তাৰিখে খোল খাব ৫ ৰাশিৰ উন্নতিৰ দ্বাৰ, সম্পূৰ্ণ লগ দিব ভাগ্যই

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন