• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

3 years ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

6 minutes ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

34 minutes ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

2 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

3 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

4 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

5 hours ago
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

6 hours ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

editor by editor
June 4, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা
0
SHARES
243
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টেষ্ট বিশ্বকাপৰ ৰিজাৰ্ভ দলত স্থান পাইছিল ৰুতুৰাজ গায়কোৱাৰ্ডে। স্থান পালেও ৰোহিত শৰ্মা, বিৰাট কোহলিৰ সৈতে ইংলেণ্ড যোৱা নহ’ল ৰুতুৰাজৰ। টেষ্টৰ পূৰ্বেই বিবাহৰ দিন ঠিক লৈছিল ৰুতুৰাজৰ। ৩ জুন অৰ্থাৎ শনিবাৰে বিবাহৰ বান্ধোনত বান্ধ খাই ৰুতুৰাজ। প্ৰেয়সী উৎকৰ্ষা পওৱাৰৰ সৈতে শনিবাৰে বিবাহৰ বান্ধোনত বান্ধ খাই চেন্নাই চুপাৰ কিংছৰ বেটাৰ ৰুতুৰাজ। ভাৰতীয় দলটোত খেলাৰ সুযোগ পালেও বিবাহৰ বাবে ছুটী বিচাৰিছিল ক্ৰিকেটাৰ ৰুতুৰাজে। তাৰপিছতেই বিচিচিআইয়ে ৰিজাৰ্ভ অপেনাৰ হিচাপে ইংলেণ্ডলৈ পঠিয়াই যশস্বী জয়ছোৱালক। শনিবাৰে অনুষ্ঠিত ৰুতুৰাজ আৰু উৎকৰ্ষাৰ বিবাহৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বিবাহৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ৰুতুৰাজে কেপশ্ব্যনত লিখিছে, ‘আমাৰ যাত্ৰা আৰম্ভ হ’ল।’ ৰুতুৰাজৰ বিবাহৰ অনুষ্ঠানত কেইবাগৰাকী চিনাকী মুখো দেখা গৈছে। ক্ৰিকেটাৰ শিৱম ডুবে, প্ৰশান্ত ছোলাংকিকে ধৰি বহুকেইজন ক্ৰিকেটাৰ। ইফালে বিবাহৰ অনুষ্ঠানত উপস্থিত নাথাকিলেও ৰুতুৰাজ-উৎকৰ্ষাক সামাজিক মাধ্যমত শুভেচ্ছা জনাইছে শিখৰ ধাৱান, ৰছিদ খান, উমৰাণ মালিক, মহিশ থিকছানা, বেংকটেশ আয়াৰৰ দৰে কেইবাজনো ক্ৰিকেটাৰে।

উল্লেখ্য যে, উৎকৰ্ষাই ডেৰ বছৰ পূৰ্বেই ক্ৰিকেট জগতৰ পৰা অব্যাহতি লৈছে। মহিলাৰ এদিনীয়া ট্ৰফিত ২০২১ চনৰ ১৫ নৱেম্বৰত পঞ্জাৱৰ বিৰুদ্ধে শেষ মেচ খেলিছিল। ক্ৰিকেট এৰি তেওঁ পুনেৰ এটা বেচৰকাৰী সংস্থাত শিক্ষাজীৱনৰ পুনৰ পাতনি মেলে। সদ্য সমাপ্ত আইপিএলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাইৰ হৈ ভাল পাৰফৰ্মেন্স দেখুৱাই ৰুতুৰাজে। তেওঁৰ বেটৰ পৰাই দলটোৱে লাভ কৰিছে ৫৯০ ৰান। বৰ্তমানলৈ ভাৰতীয় দলৰ হৈ এদিনীয়া মেচত ৯ খন টি টোৱেণ্টি মেচ খেলিছে ৰুতুৰাজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

March 22, 2026
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই
জীৱনশৈলী

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

March 22, 2026
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত
জীৱনশৈলী

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

March 22, 2026
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ
জীৱনশৈলী

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

March 22, 2026
Next Post
ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন