• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ স্বামীয়েই বিষ খোৱাই হত্যা কৰিছে সতীশ কৌশিকক’ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিস্ফোৰক চিঠি ব্যৱসায়ীৰ পত্নীৰ

‘মোৰ স্বামীয়েই বিষ খোৱাই হত্যা কৰিছে সতীশ কৌশিকক’ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিস্ফোৰক চিঠি ব্যৱসায়ীৰ পত্নীৰ

4 years ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

10 minutes ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

45 minutes ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

1 hour ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

2 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

3 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

16 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

16 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

17 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

18 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘মোৰ স্বামীয়েই বিষ খোৱাই হত্যা কৰিছে সতীশ কৌশিকক’ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিস্ফোৰক চিঠি ব্যৱসায়ীৰ পত্নীৰ

editor by editor
March 12, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, স্বাস্থ্য
0
‘মোৰ স্বামীয়েই বিষ খোৱাই হত্যা কৰিছে সতীশ কৌশিকক’ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিস্ফোৰক চিঠি ব্যৱসায়ীৰ পত্নীৰ
0
SHARES
45.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সতীশ কৌশিকৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিলনে? হাৰ্ট এটেকতেই মৃত্যু হৈছিল জানো অভিনেতা সতীশ কৌশিকৰ? বলীউডৰ অভিনেতা, পৰিচালক সতীশ কৌশিকৰ মৃত্যুক লৈ এটাৰ পাছত আনটো ৰহস্য পোহৰলৈ আহিছে। সতীশ কৌশিকৰ মৃত্যুক লৈ বিস্ফোৰক অভিযোগ আনিছে এগৰাকী মহিলাই। ব্যৱসায়ী তথা কুবেৰ গ্ৰুপৰ ডাইৰেক্টৰ বিকাশ মালুৰ দ্বিতীয় পত্নী ছানভী মালুৱে দাবি কৰা অনুযায়ী তেওঁৰ স্বামীয়েই সতীশ কৌশিকক হত্যা কৰিছে। এই বিষয়টোক লৈ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিশেষ চিঠি লিখিছে ছানভী মালুৱে।

৯ মাৰ্চতেই মৃত্যু হৈছে বলীউড অভিনেতা সতীশ কৌশিকৰ। হোলীৰ পিছদিনাই মাজনিশা শৰীৰত অস্বস্তিবোধ কৰাত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও বাটতেই মৃত্যুক সাবটে অভিনেতাজনে। প্ৰকাশিত খবৰ অনুসৰি মৃত্যুৰ দিনা সতীশ কৌশিকে দিল্লীৰ যিখন ফাৰ্মহাউছত পাৰ্টী কৰিছিল সেই ফাৰ্ম হাউছটো আছিল ব্যৱয়াসী বিকাশ মালুৰ। দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিকাশ মালুৰ পত্নীয়েই তাৰপিছত লিখিছে বিশেষ চিঠি। চিঠিত বিকাশ মালুৰ পত্নীয়ে লিখিছে যে সতীশ কৌশিকে তেওঁৰ স্বামী তথা ব্যৱসায়ী বিকাশ মালুক ১৫ কোটি টকা ধাৰলৈ দিছিল। তেওঁৰ স্বামী প্ৰায় সময়ত বিদেশতেই থাকে। সতীশ কৌশিকৰ পৰা ধন ধাৰলৈ লোৱাৰ পিছত বহুদিনলৈ ধন উভতাই নিদিয়াত সতীশ কৌশিকে তেওঁক যোগাযোগো কৰিছিল। কিন্তু বিকাশ মালুৱে ধন উভতাই নিদি বিতৰ্কহে লিপ্ত হয়। শেষত বিকাশে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ভাৰতলৈ আহিয়েই সমূহ ধন উভতাই দিব।

বিকাশৰ পত্নীয়ে ছানভীয়ে দাবী কৰা অনুযায়ী হোলীৰ দ্বিতীয় দিনা মুম্বাইৰ পৰা দিল্লীলৈ আহি বিকাশৰ ফাৰ্ম হাউছতেই প্ৰৱেশ কৰিছিল সতীশ কৌশিকে। তাত থকাৰ সময়তেই নিশাৰ ভাগত হঠাতেই অসুস্থ হৈ পৰে সতীশ কৌশিক। বিকাশৰ পত্নীয়ে কয় যে সতীশক ধন উভতাই দিব নালাগিবৰ বাবেই তেওঁৰ স্বামীয়ে নিশা সতীশক বিষ খুৱাইছিল। আৰক্ষী সূত্ৰই দেওবাৰে পুৱা প্ৰকাশ কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে। আৰক্ষীয়ে ফাৰ্মহাউছটোৰ তালাচি চলাই কিছু সন্দেহজনক ঔষধো উদ্ধাৰ কৰিছে। কিন্তু ঔষধ কেইবিধ কি ৰোগৰ সেই কথা পৰীক্ষাৰ পাছতহে স্পষ্ট হ’ব বুলিও জনাইছে আৰক্ষীয়ে।

উল্লেখ্য যে আৰক্ষীয়ে সতীশ কৌশিকৰ মৃত্যু হৃদৰোগতেই হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছে। অভিনেতাৰ মৰোণোত্তৰ পৰীক্ষাতো অভিনেতাজনৰ মৃত্যু হৃদৰোগতেই হোৱা বুলি উল্লেখ কৰিছে চিকিৎসকে। সতীশ কৌশিকৰ পৰিয়ালৰ তৰফৰ পৰাও বৰ্তমানলৈ এই মৃত্যুৰ বাবে কোনোধৰণৰ অভিযোগ দাখিল কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম
বিনোদন

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
Next Post
সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল, বাতিল পৰীক্ষা, শিক্ষামন্ত্ৰীয়ে ক’লে, ‘২০০৬ চনত এনেকুৱা ঘটনা সংঘটিত হৈছিল’

সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল, বাতিল পৰীক্ষা, শিক্ষামন্ত্ৰীয়ে ক’লে, ‘২০০৬ চনত এনেকুৱা ঘটনা সংঘটিত হৈছিল’

প্ৰশ্নকাকতহে ভাইৰেল হৈছে, পৃথিৱী ওলটি যোৱা একো ঘটনা ঘটা নাইঃ চক্ৰধৰ গগৈ

প্ৰশ্নকাকতহে ভাইৰেল হৈছে, পৃথিৱী ওলটি যোৱা একো ঘটনা ঘটা নাইঃ চক্ৰধৰ গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.