• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

2 years ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

34 minutes ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

50 minutes ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

2 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

3 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

4 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

5 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

editor by editor
April 15, 2024
in চিনেমা, জীৱনশৈলী, ভাৰত
0
১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউড চুপাৰষ্টাৰ ছলমান খানক লৈ আলোচনাৰ অন্ত নাই। বলীউডৰ টাইগাৰৰ ঘৰত গুলী চলোৱাৰ পাছত খবৰৰ শিৰোনামত আছে ছুলতান। এই ঘটনাৰ পাছত ছলমানে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলেও তেওঁৰ পৰিয়াল, অভিনেতা সকলো চিন্তিত হৈ পৰিছে। ইয়াৰোপৰি ছলমান পূৰ্বৰে পৰাই Y+ কেটেগৰীৰ নিৰাপত্তাত থাকে।

ইয়াৰোপৰি ছলমান খানে কি কি নিৰাপত্তাৰ মাজত থাকে?

Y+নিৰাপত্তা

অভিনেতা ছলমান খানক হত্যাৰ ধমকি দিয়াৰ পাছৰে পৰাই তেওঁৰ নিৰাপত্তা বঢ়াই দিয়া হৈছে। অভিনেতাজন সেই ভাবুকিৰ পাছৰে পৰাই Y+ নিৰাপত্তাত আছে। এই নিৰাপত্তা খুবেই কাঢ়া। ইয়াত কমেও ১১জনীয়া এটা টিম আছে। এই টিমৰ মাজেৰেহে ছলমানে যাত্ৰা কৰে। ইয়াৰোপৰি অভিনেতাজনৰ নিৰাপত্তাৰ দায়িত্বত আছে ২ৰ পৰা ৪ জন কমাণ্ডোও।

বুলেটপ্রুফ গাড়ি

অভিনেতা ছলমানৰ নিৰাপত্তাৰ বাবে আছে ২খন টিপিএছ। ইয়াৰোপৰি বুলেটপ্ৰুফ বাহনতহে যাত্ৰা কৰে ছলমান খানে। ইয়াৰোপৰি তেওঁলোকৰ বাহনৰ সন্মুখত এখন আৰু পিছফালে এখন বাহন সকলো সময়তে থাকে।

টাইগাৰৰ টিম

কেৱল সেয়াই নহয়, ছলমান খানৰ নিৰাপত্তাৰ বাবে অত্য়ন্ত শক্তিশালী দেহৰক্ষীও ৰখা হৈছে। অভিনেতাজনৰ দেহৰক্ষীও প্ৰতিসময়তে লগত থাকে। য’ত ছলমান থাকে সেই স্থানতেই থাকে তেওঁৰ দেহৰক্ষী ছেৰা। ছেৰা ছলমানৰ ছায়াৰ দৰে। ছলমান বিপদৰ সন্মুখীন হ’লে ছেৰাই প্ৰথমে সকলোবোৰৰ সৈতে মোকাবিলাৰ বাবে আগুৱাই যায়।

চিকন্দৰ’ ছবি সন্দৰ্ভত আলোচনাত ভাইজান

চাৰিওফালে তেওঁৰ ভক্তসকল চিন্তাত আছে। সকলোৱে ভাৱিছে অভিনেতাজন কুশলে থাকক। কিন্তু ছলমানে এই বিষয়বোৰক লৈ কোনো প্ৰতিক্ৰিয়া ব্য়ক্ত কৰা নাই। ঈদৰ দিনাই ছলমানে নিজৰ অনুৰাগীক দিছে নতুন ছবি আহি থকাৰ খবৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

March 23, 2026
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম
জীৱনশৈলী

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

March 23, 2026
Next Post
বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন