• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

3 years ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

1 hour ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

3 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

4 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

4 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

4 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

5 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

12 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

13 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

13 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

14 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

14 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

editor by editor
April 15, 2024
in চিনেমা, জীৱনশৈলী, ভাৰত
0
১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউড চুপাৰষ্টাৰ ছলমান খানক লৈ আলোচনাৰ অন্ত নাই। বলীউডৰ টাইগাৰৰ ঘৰত গুলী চলোৱাৰ পাছত খবৰৰ শিৰোনামত আছে ছুলতান। এই ঘটনাৰ পাছত ছলমানে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলেও তেওঁৰ পৰিয়াল, অভিনেতা সকলো চিন্তিত হৈ পৰিছে। ইয়াৰোপৰি ছলমান পূৰ্বৰে পৰাই Y+ কেটেগৰীৰ নিৰাপত্তাত থাকে।

ইয়াৰোপৰি ছলমান খানে কি কি নিৰাপত্তাৰ মাজত থাকে?

Y+নিৰাপত্তা

অভিনেতা ছলমান খানক হত্যাৰ ধমকি দিয়াৰ পাছৰে পৰাই তেওঁৰ নিৰাপত্তা বঢ়াই দিয়া হৈছে। অভিনেতাজন সেই ভাবুকিৰ পাছৰে পৰাই Y+ নিৰাপত্তাত আছে। এই নিৰাপত্তা খুবেই কাঢ়া। ইয়াত কমেও ১১জনীয়া এটা টিম আছে। এই টিমৰ মাজেৰেহে ছলমানে যাত্ৰা কৰে। ইয়াৰোপৰি অভিনেতাজনৰ নিৰাপত্তাৰ দায়িত্বত আছে ২ৰ পৰা ৪ জন কমাণ্ডোও।

বুলেটপ্রুফ গাড়ি

অভিনেতা ছলমানৰ নিৰাপত্তাৰ বাবে আছে ২খন টিপিএছ। ইয়াৰোপৰি বুলেটপ্ৰুফ বাহনতহে যাত্ৰা কৰে ছলমান খানে। ইয়াৰোপৰি তেওঁলোকৰ বাহনৰ সন্মুখত এখন আৰু পিছফালে এখন বাহন সকলো সময়তে থাকে।

টাইগাৰৰ টিম

কেৱল সেয়াই নহয়, ছলমান খানৰ নিৰাপত্তাৰ বাবে অত্য়ন্ত শক্তিশালী দেহৰক্ষীও ৰখা হৈছে। অভিনেতাজনৰ দেহৰক্ষীও প্ৰতিসময়তে লগত থাকে। য’ত ছলমান থাকে সেই স্থানতেই থাকে তেওঁৰ দেহৰক্ষী ছেৰা। ছেৰা ছলমানৰ ছায়াৰ দৰে। ছলমান বিপদৰ সন্মুখীন হ’লে ছেৰাই প্ৰথমে সকলোবোৰৰ সৈতে মোকাবিলাৰ বাবে আগুৱাই যায়।

চিকন্দৰ’ ছবি সন্দৰ্ভত আলোচনাত ভাইজান

চাৰিওফালে তেওঁৰ ভক্তসকল চিন্তাত আছে। সকলোৱে ভাৱিছে অভিনেতাজন কুশলে থাকক। কিন্তু ছলমানে এই বিষয়বোৰক লৈ কোনো প্ৰতিক্ৰিয়া ব্য়ক্ত কৰা নাই। ঈদৰ দিনাই ছলমানে নিজৰ অনুৰাগীক দিছে নতুন ছবি আহি থকাৰ খবৰ।

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
Next Post
বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.