• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঠানত বিশেষ ধামাকা লৈ আহি আছে ছলমান খান! শ্বাহৰুখৰ পাছতেই আহি আছে ভাইজান…

পাঠানত বিশেষ ধামাকা লৈ আহি আছে ছলমান খান! শ্বাহৰুখৰ পাছতেই আহি আছে ভাইজান…

4 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

4 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

5 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

5 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

5 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

6 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

7 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

7 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

8 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

8 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

9 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

10 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পাঠানত বিশেষ ধামাকা লৈ আহি আছে ছলমান খান! শ্বাহৰুখৰ পাছতেই আহি আছে ভাইজান…

editor by editor
January 24, 2023
in চিনেমা, ভাৰত
0
পাঠানত বিশেষ ধামাকা লৈ আহি আছে ছলমান খান! শ্বাহৰুখৰ পাছতেই আহি আছে ভাইজান…
0
SHARES
9.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডত শ্বাহৰুখ খান আৰু ছলমান খানৰ বন্ধুত্বৰ কথা কোনে নাজানে? জীৱনৰ বহু উত্থান-পতনত এজনে আনজনক সহায় কৰিছে। ছলমানৰ ছবিত যদি কেতিয়াবা শ্বাহৰুখে কেমিঅ’ চৰিত্ৰ ৰূপায়ন কৰিছে, ছলমানেও শ্বাহৰুখৰ ছবিত একোটা কেমিঅ’ চৰিত্ৰ ৰূপায়ন কৰিছে।

আগন্তুক ২৫ জানুৱাৰীত মুক্তিলাভ কৰিব শ্বাহৰুখৰ বহু চৰ্চিত ছবি পাঠানে। তাৰপাছতেই মুক্তিলাভ কৰিব ছলমান খানৰ চিনেমা ‘কিছি কা ভাই কিছি কা জান’ ছবিৰ ট্ৰেইলাৰেও। প্ৰেক্ষাগৃহত পাঠান ছবিৰ সৈতে প্ৰদৰ্শিত হ’ব ভাইজানৰ নতুন ছবিৰ ট্ৰেইলাৰ। ইয়াৰোপৰি ছলমান অনুৰাগীসকলৰ বাবে পাঠানত আছে আন এটা চমক। পাঠান ছবিত ছলমানক এটা বিশেষ চৰিত্ৰত দেখা যাব।

সোমবাৰে সামাজিক মাধ্যমত এই খবৰ নিজেই দিছে ভাইজান ছলমানে। তেওঁ পোষ্টত ‘কিছি কা ভাই কিছি কি জান’ৰ পোষ্টাৰো। কিন্তু পোষ্টাৰটোত অভিনেতা ছলমানে তেওঁৰ সম্পূৰ্ণ চেহেৰাটো দাঙি ধৰা নাই। শ্বাহৰুখৰ দৰেই দীৰ্ঘ বিৰতিৰ অন্তত ৰূপালী পৰ্দালৈ উভতিছে ছলমানো। বলীউডত ভাইজানৰ শেষৰখন ছবি আছিল ‘অন্তিম’। অন্তিম মুকলি হৈছিল দুবছৰ পূৰ্বেই। চলিত বছৰৰ ঈদত মুক্তিলাভ কৰিব ছলমানৰ নতুন চিনেমাই। ছবিখনত অভিনয় কৰিছে পূজা হেগড়ে, ভেঙ্কটেশ প্ৰমুখকে ধৰি বহু জ্যেষ্ঠ অভিনেতাই।

এই ছবিৰ জৰিয়তেই বলীউডত খোজ পেলাইছে বিগ বছ-১৩ ৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেহনাজ গীল, শ্বেতা তিৱাৰীৰ কন্যা পালক তিৱাৰীয়ে। ফাৰহাদ চামজি পৰিচালিত এই ছবিৰ প্ৰযোজক ছলমান নিজেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
উচ্চতা বঢ়া নাই! শৰীৰত এইকেইটা ভিটামিনৰ অভাৱ ঘটিছে…

উচ্চতা বঢ়া নাই! শৰীৰত এইকেইটা ভিটামিনৰ অভাৱ ঘটিছে...

বয়কট গেং সাৱধান! পাঠান সন্দৰ্ভত কি ক’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই?

বয়কট গেং সাৱধান! পাঠান সন্দৰ্ভত কি ক’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.