শাস্ত্ৰ অনুসৰি ২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত অৱস্থান কৰে মা সৰস্বতীয়ে৷ এই সময়ত আমি যিয়েই নকওঁ কিয় সেয়া সঁচা হৈ পৰে৷ জ্ঞান, বিদ্যাচৰ্চা, সংগীচ আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা সৰস্বতী৷ তেওঁৰ আশীৰ্বাদতেই আমাৰ জ্ঞান আৰু বুদ্ধি বাঢ়ে৷ দেৱী সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিলে নিজৰ কামত উন্নতি কৰিব পাৰে আৰু কেৰিয়াৰত সাফল্য লাভ কৰা সহজ হয়৷ যিসকলৰ জীৱনত মা সৰস্বতীৰ আশীৰ্বাদ থাকে তেওঁলোকে জীৱনত উন্নতিৰ শিখৰত উপস্থিত হয়৷
সৰস্বতী পূজাৰ দিনক্ষণ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ