• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ ঘৰতেই সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰি উভতি গ’ল জে পি নড্ডা…

নিজৰ ঘৰতেই সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰি উভতি গ’ল জে পি নড্ডা…

3 years ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

1 hour ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

2 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

2 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

4 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

7 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

20 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

21 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

22 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

22 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

22 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

নিজৰ ঘৰতেই সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰি উভতি গ’ল জে পি নড্ডা…

দুদিন অসমত থাকি এবাৰো নল'লে সৰ্বানন্দ সোণোৱালৰ নাম

editor by editor
January 12, 2024
in Uncategorized
0
নিজৰ ঘৰতেই সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰি উভতি গ’ল জে পি নড্ডা…
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজনীতিত অতিকৈ ব্যস্ত হৈ পৰা, দেশৰ লগতে বিদেশতো বিভিন্ন কামেৰে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি মোদীৰ আস্থা জয় কৰা সৰ্বানন্দ সোণোৱাল নিজৰ গৃহভূমিতেই এলাগী হৈছে নেকি! শেহতীয়া কিছু পৰিৱেশ-পৰিস্থিতিলৈ চাই সচেতন ব্যক্তিৰ মনত এনে বহু প্ৰশ্ন উত্থাপন হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই অসমত দুদিন থাকি উভতি গল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। কিন্তু লক্ষ্যণীয়ভাৱে সোণোৱালৰ অবিহনেই আৰু সংবাদ মাধ্যমৰ আগত সোণোৱালৰ নাম নোলোৱাকৈয়ে অসমত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই গল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ অসম ভ্ৰমণৰ সময়চোৱাত অসমত উপস্থিত নাছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সমান্তৰালভাৱে নড্ডাৰ ভাষণতো এবাৰো উচ্চাৰিত নহল সোণাৱালৰ নাম। সোণোৱালৰ নাম নোলোৱাকৈয়ে অসমত দুদিন থাকি বহুকেইখন গুৰুত্বপূৰ্ণ বৈঠকৰ লগতে বহু গুৰুত্বপূৰ্ণ সাংগাঠনিক ঘোষণাও কৰি গল নড্ডাই।

এই পৰিস্থিতিৰ পাছতে এতিয়া সামাজিক মাধ্যমত উক্ত বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। বহুতে এতিয়া অসমৰ ৰাজনীতিত সৰ্বানন্দ সোণোৱাল অপ্ৰাসংগিক নেকি বুলিও প্ৰশ্নৰ অৱতাৰণা কৰিছে। ইফালে ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি, এইবাৰৰ লোকসভা নিৰ্বাচনত উজনিৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালক গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত নমোৱাৰ সম্ভাৱনা আছে। এতিয়া সময়েহে সঠিক উত্তৰ দিব সোণোৱাল কোন সমষ্টিৰ প্ৰাৰ্থী হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে…

পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে...

কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে…

কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.