• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ কাষলৈ আহিব বুধ, বুধাদিত্য ৰাজযোগৰ ৰাজভাগ্য ৫ ৰাশিৰ

সূৰ্যৰ কাষলৈ আহিব বুধ, বুধাদিত্য ৰাজযোগৰ ৰাজভাগ্য ৫ ৰাশিৰ

8 months ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

47 minutes ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

1 hour ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

2 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

3 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

3 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

4 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

4 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

5 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

5 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

6 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

15 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ কাষলৈ আহিব বুধ, বুধাদিত্য ৰাজযোগৰ ৰাজভাগ্য ৫ ৰাশিৰ

সূৰ্যৰ কাষলৈ আহিব বুধ, বুধাদিত্য ৰাজযোগৰ ৰাজভাগ্য ৫ ৰাশিৰ

editor by editor
August 29, 2025
in জীৱনশৈলী, লেখা
0
সূৰ্যৰ কাষলৈ আহিব বুধ, বুধাদিত্য ৰাজযোগৰ ৰাজভাগ্য ৫ ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৩০ আগষ্ট ২০২৫ শনিবাৰে চন্দ্ৰই তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ শুক্লা সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব বিশাখা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে গ্ৰহৰাজ শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত যি কামত হাত দিব তাতেই সাফল্য পাব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপুনি কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ ঘৰৰ সৰু শিশুসকলৰ সৈতে কাইলৈ আনন্দেৰে দিনটো কটাব পাৰিব৷ চাকৰি বা ব্যৱসায়ৰ পৰাও কিছু অতিৰিক্ত অৰ্থ লাভ হব পাৰে৷ কোনো সুখবৰে অপেক্ষা কৰিছে৷

মিথুন ৰাশি

কাইলৈ শনিবাৰে সকলো কামতেই সৌভাগ্যক কাষত পাব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ এনাৰ্জি হাই থাকিব৷ সকলো কামতেই পিতৃ মাতৃৰ সহায় আৰু আশীৰ্বাদ পাব৷ চিংগলসকলে জীৱনসংগীৰ সন্ধান পাব৷ শনিৰ কৃপাত আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ কাইলৈ আপোনাৰ মনত আনন্দ থাকিব৷

সিংহ ৰাশি

কাইলৈ বিশাখা নক্ষত্ৰৰ প্ৰভাৱত নানান দিশৰ পৰা সাফল্য পাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব আপুনি৷ অন্যক সহায় কৰাৰ বাবে কাইলৈ নিজৰ হাত আগবঢ়াব সিংহ ৰাশিৰ জাতকে৷ সমাজত জনপ্ৰিয়তা বাঢ়িব৷ ব্যৱসায়ীসকলে অন্যক হৰুৱাই জয় আৰু প্ৰতিপত্তি লাভ কৰিব৷

তুলা ৰাশি

বৈধৃতি যোগৰ প্ৰভাৱত কাইলৈ দিনটো লাভজনক হব তুলা ৰাশিৰ জাতকৰ বাবে৷ সকলো বিষয়তেই আপুনি লাভজনক প্ৰভাৱ লক্ষ্য কৰিব৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ পিতৃ আৰু শিক্ষকৰ সৈতে মতৰ অমিল দূৰ হৈ সম্পৰ্ক পূৰ্বতকৈ ভাল হব৷ সকলো কামতে বেছিকৈ মনোনিবেশ কৰিব পাৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷

ধনু ৰাশি

কাইলৈ ৩০ আগষ্টত কৰ্মফলৰ দেৱতাৰ আশীৰ্বাদত আৰ্থিক সৌভাগ্য লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ পাবলগীয়া টকা বহুদিন পাছত উভতাই পাব৷ পিতৃৰ পৰা সাহায্য লৈ কাইলৈ দামী কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ ছচিয়েল মিডিয়াত কাম কৰাসকলেও লাভ পাব৷ ধনু ৰাশিৰ জাতকৰ জীৱনত কাইলৈ বিশেষ কোনোবা আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

May 8, 2026
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?
জীৱনশৈলী

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা
খাদ্য

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

May 8, 2026
Next Post
পূজাৰ পাছতেই ভাগ্য সলনি কৰাব শনিয়ে, প্ৰচুৰ লাভ ৩ৰাশিৰ, চাকৰিতো চূড়ান্ত সাফল্য লাভ কৰিব এইকেইটা ৰাশিয়ে

পূজাৰ পাছতেই ভাগ্য সলনি কৰাব শনিয়ে, প্ৰচুৰ লাভ ৩ৰাশিৰ, চাকৰিতো চূড়ান্ত সাফল্য লাভ কৰিব এইকেইটা ৰাশিয়ে

অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ জন্মশতবাৰ্ষিকী উদযাপন, গোলাপ বৰবৰাক কংগ্ৰেছৰ দিনত উচিত সন্মান নিদিয়াৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ জন্মশতবাৰ্ষিকী উদযাপন, গোলাপ বৰবৰাক কংগ্ৰেছৰ দিনত উচিত সন্মান নিদিয়াৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.