• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ জন্মশতবাৰ্ষিকী উদযাপন, গোলাপ বৰবৰাক কংগ্ৰেছৰ দিনত উচিত সন্মান নিদিয়াৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ জন্মশতবাৰ্ষিকী উদযাপন, গোলাপ বৰবৰাক কংগ্ৰেছৰ দিনত উচিত সন্মান নিদিয়াৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ

1 year ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

33 minutes ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

1 hour ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

2 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

2 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

3 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

3 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

4 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

5 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

6 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

6 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

8 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ জন্মশতবাৰ্ষিকী উদযাপন, গোলাপ বৰবৰাক কংগ্ৰেছৰ দিনত উচিত সন্মান নিদিয়াৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ জন্মশতবাৰ্ষিকী উদযাপন, গোলাপ বৰবৰাক কংগ্ৰেছৰ দিনত উচিত সন্মান নিদিয়াৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ

editor by editor
August 29, 2025
in জীৱনশৈলী
0
অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ জন্মশতবাৰ্ষিকী উদযাপন, গোলাপ বৰবৰাক কংগ্ৰেছৰ দিনত উচিত সন্মান নিদিয়াৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ৷ এই অনুষ্ঠানতেই উদ্বোধন কৰা হয় গোলাপ বৰবৰাৰ জীৱনৰ আধাৰত লিখিত গ্ৰন্থও৷ ১৯৭৮ চনত কাৰ্যভাৰ গ্ৰহণ কৰি গোলাপ বৰবৰা হৈছিল ৰাজ্যৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী৷ এইগৰাকী মহান ব্যক্তিৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও মন্তব্য আগবঢ়াইছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷ গৃহমন্ত্ৰী শ্বাহে, ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটিৰ কথা উল্লেখ কৰি কয় যে গোলাপ বৰবৰাইয়ো মানুহৰ বাবেই চিন্তা কৰিছিল৷

গৃহমন্ত্ৰী শ্বাহে কয় যে, গোলাপ বৰবৰাৰ দিনতেই প্ৰথম ভোটাৰ তালিকাৰ পৰ্যবেক্ষণৰ কাম আৰম্ভ হৈছিল৷ তেতিয়াই অসমত সন্দেহজনক নাগৰিক থকাৰ কথাটো প্ৰথম পোহৰলৈ আহিছিল৷ এনেবোৰ কাৰণতেই ভোটাৰ তালিকাৰ উন্নীতকৰণৰ কাম মাজে মাজে হোৱাটো জৰুৰী বুলিও গৃহমন্ত্ৰী শ্বাহে ভাষণত উল্লেখ কৰে৷

এই অনুষ্ঠানতেই গৃহমন্ত্ৰী শ্বাহে অসমত চলি থকা উচ্ছেদ প্ৰসংগতো মন্তব্য ৰাখে৷ উচ্ছেদ অভিযানৰ প্ৰশংসা কৰি তেওঁ কয় যে, চৰকাৰে বনাঞ্চলৰ ভূমিৰ লগতে গুৰু দুজনাৰ অবদান সত্ৰভূমিৰো ভূমি বেদখলমুক্ত কৰিছে৷ গোলাপ বৰবৰাৰ অভিযানৰ দৰেই এতিয়া দেশৰ চৰকাৰে এক হাইপাৱাৰ ডেমগ্ৰাফিক চেঞ্জ মিছনৰ পৰিকল্পনা কৰিছে৷ অসমত আজি ১লাখ ২৬ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে৷

অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে দলৰ নহলেও গোলাপ বৰবৰাৰ দৰে নেতাক সন্মান জনাই তেওঁৰ জন্মশতবাৰ্ষিকী পালন কৰাটো প্ৰশংসনীয় কাম৷ কংগ্ৰেছৰ দিনত এনে প্ৰশংসনীয় কাম হোৱা নাছিল৷ কংগ্ৰেছে কেতিয়াও এনেদৰে তেওঁক সন্মান দিয়া নাছিল৷ অৱহেলা কৰাই নহয় তেওঁলোকৰ গৌৰৱময় কৰ্মক লুকুৱাই ৰাখিবলৈকে চেষ্টা কৰিছিল কংগ্ৰেছ দলে৷ জন্মশতবাৰ্ষিকীৰ অনুষ্ঠানতেই গৃহমন্ত্ৰীয়ে ভূতপূৰ্ব মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নামেৰে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানক উৎসৰ্গা কৰাৰ বাবে শলাগ লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
Next Post
পোষ্ট অফিচৰ MIS স্কিমত ১,০০,০০০ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১,০০,০০০ টকা জমা কৰিলে প্ৰতিমাহত কিমান সুদ পাব?

জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.