• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ গতিত বৃহৎ পৰিবৰ্তন, আকস্মিক ধনলাভৰ যোগ ৫ৰাশিৰ ভাগ্যত

শনিৰ গতিত বৃহৎ পৰিবৰ্তন, আকস্মিক ধনলাভৰ যোগ ৫ৰাশিৰ ভাগ্যত

2 years ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

49 minutes ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

2 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

2 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

3 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

3 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

15 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

16 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

16 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

18 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

18 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ গতিত বৃহৎ পৰিবৰ্তন, আকস্মিক ধনলাভৰ যোগ ৫ৰাশিৰ ভাগ্যত

শনিৰ গতিত বৃহৎ পৰিবৰ্তন, আকস্মিক ধনলাভৰ যোগ ৫ৰাশিৰ ভাগ্যত

editor by editor
August 7, 2024
in জীৱনশৈলী, ভাৰত
0
শনিৰ গতিত বৃহৎ পৰিবৰ্তন, আকস্মিক ধনলাভৰ যোগ ৫ৰাশিৰ ভাগ্যত
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুযায়ী শনিয়ে সকলোতকৈ ধীৰগতিত বিচৰণ কৰি থাকে৷ এটা এটা ৰাশি সলনি কৰিবলৈ শনিৰ প্ৰায় আঢ়ৈ বছৰ সময় লাগে৷ এই ৰাশিৰ পৰিবৰ্তনৰ ওপৰিও নিৰ্দিষ্ট সময়ৰ অন্তৰালত শনিয়ে নক্ষত্ৰও পৰিবৰ্তন কৰি থাকে বৰ্তমান কুম্ভ ৰাশিত বক্ৰীগতিত শনিয়ে অৱস্থান কৰি আছে৷ ১৯ আগষ্টত বক্ৰীগতিতেই পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিছে এই গ্ৰহই৷ ২৭ টা নক্ষত্ৰৰ মাজত ২৫তম নক্ষত্ৰ হৈছে পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰ৷ এই নক্ষত্ৰৰ অধিপতি দেৱগুৰু বৃহস্পতি৷

১৮ আগষ্টৰ নিশা ১০ বাজি ৩ মিনিটত পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহিছে শনি৷ ৩অক্টোবৰ পৰ্যন্ত এই ঠাইতেই অৱস্থান কৰিব কৰ্মফলদাতাই৷ শনিৰ এই নক্ষত্ৰ গোচৰৰ ফলত পাঁচ ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ’ব৷ কাৰ কাৰ ভাগ্যোন্নতিৰ যোগ জানি লওক সবিশেষ৷

মিথুন ৰাশি

পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়চ শনিৰ প্ৰৱেশে মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক ফল আনিব৷ দীৰ্ঘদিন ৰৈ থকা কাম পুনৰায় আৰম্ভ কৰিব পাৰে৷ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব৷ বৌদ্ধিক ক্ষমতাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকে সন্মান লাভ কৰিব৷ শাৰীৰিক আৰু মানসিক অৱসাদৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ দীৰ্ঘদিন ধৰি চলি থকা সমস্যা এইবাৰ দূৰ হ’ব৷ জীৱনত আনন্দৰ আগমন ঘটিব৷

কন্যা ৰাশি

শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত কন্যা ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ আইনী গোচৰত জয়ী হ’ব এই ৰাশিৰ জাতক৷ ব্যৱসায়ীয়ে সুসংবাদ পাব পাৰে৷ ব্যৱসায় বৃদ্ধিৰ যোগ আছে৷ এই সময়ত আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ কামৰ কাৰণে যাত্ৰা কৰিব পাৰে৷ স্বাস্থ্যৰ যত্ন ৰাখক৷

তুলা ৰাশি

শনিৰ গোচৰৰ ফলত তুলা ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ কেৰিয়াৰত দীৰ্ঘদিনৰ সমস্যা থাকিলে তাৰপৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ ইয়াৰোপৰি নতুন চাকৰিৰ সুযোগ পাব৷ চাকৰিৰ ওপৰিও ব্যৱসায় আৰু অন্য উৎসৰ পৰা ধনলাভ কৰিব পাৰে৷ আয়ৰ উৎস উন্মুক্ত হ’ব৷ পাবলগীয়া ধন উভতাই পাব এই ৰাশিৰ জাতকে৷ কঠিন পৰিশ্ৰমৰ ফল লাভ কৰিব৷ সমস্ত ইচ্ছাপূৰণ হ’ব৷ বন্ধুবৰ্গৰ পূৰ্ণ সমৰ্থন পাব৷ তেওঁলোকৰ মাধ্যমেৰে ধনলাভ সম্ভৱ৷ অৰ্থাভাৱ দূৰ হ’ব৷ অপ্ৰয়োজনীয় ব্যয়ৰ পৰা মুক্তি পাব৷ অৰ্থ সঞ্চয়ত সফল হ’ব৷ বাহন, সম্পত্তি ক্ৰয়ৰ সপোনো পূৰ্ণ হ’ব৷

বৃশ্চিক ৰাশি

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত অহাৰ পাছতেই শনিয়ে বৃশ্চিক জাতকক লাভ প্ৰদান কৰিব৷ বহু বছৰ ধৰি ৰৈ থকা কাম এই সময়ত আৰম্ভ হ’ব৷ ধন সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলত আপোনাৰ অৰ্থাভাৱ দূৰ হ’ব আৰু আৰ্থিক পৰিস্থিতিও মজবুত হ’ব৷ মাতৃৰ স্বাস্থ্যোন্নতি সম্ভৱ৷ এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে শনিৰ নক্ষত্ৰ পদ পৰিবৰ্তন অত্যন্ত শুভ ফলদায়ী৷ ব্যৱসায়ত উন্নতিৰ যোগ আছে৷

কুম্ভ ৰাশি

শনিৰ নক্ষত্ৰৰ পদ পৰিবৰ্তন কুম্ভৰ জাতকৰ বাবেও লাভজনক৷ এই ৰাশিত শনিৰ শেষ পৰ্যায় চলিছে৷ দেৱগুৰুৰ মাধ্যমেৰে এই ৰাশিৰ জাতকক শুভ ফল দান কৰিব শনিয়ে৷ এই ৰাশিৰ জাতকৰ সুখ সুবিধা বৃদ্ধি পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই সময়ত সম্পূৰ্ণ হ’ব৷ স্বাস্থ্য সমস্যাৰ পৰা মুক্তি পাব৷ নতুন উৎসাহৰ সৈতে আগুৱাই যাব এই ৰাশিৰ জাতক৷ বৃহস্পতিৰ প্ৰভাৱত ধনলাভৰ যোগ আছে এই ৰাশিৰ জাতকৰ৷ ইয়াৰোপৰি অৰ্থ সঞ্চয় কৰিবলৈকো সক্ষম হ’ব৷ অপ্ৰয়োজনীয় ব্যয়ৰ পৰা মুক্তি পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব এই ৰাশিৰ জাতকৰ৷ জীৱনত ডাঙৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাসকলে সফলতা পাব৷ আয়ৰ নতুন উৎস পাব৷ সুখ সমৃদ্ধি লাভ সম্ভৱ৷ জীৱনত আনন্দ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!
জীৱনশৈলী

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

March 15, 2026
Next Post
মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.